DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, February 5, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এনে খেলুৱৈ এটা প্ৰজন্মত এগৰাকীহে আহে আৰু ৰাষ্ট্ৰই তেওঁক মনত ৰাখে; জন্মদিনত ধোনীক শুভেচ্ছা ছেহৱাগৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 7, 2020 6:41 pm
উৎস-ইণ্টাৰনেট

উৎস-ইণ্টাৰনেট

241
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বিশ্বকাপ বিজয়ী অধিনায়ক মহেন্দ্ৰ সিং ধোনীৰ ৩৯ সংখ্যক জন্মদিনত শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰাক্তন মাৰমুখী অপেনিং বেটছমেন বিৰেন্দাৰ ছেহৱাগে।

”এটা প্ৰজন্মত এবাৰহে এনে এজন ক্ৰিকেটাৰ আহে যাৰ সৈতে সমগ্ৰ ৰাষ্ট্ৰই একাত্মতা বোধ কৰে….ক্ৰিকেটাৰ গৰাকীক একেবাৰে আপোন আপোন লাগে। জন্মদিনৰ শুভেচ্ছা ধোনী যাক সমগ্ৰ ক্ৰিকেটা বিশ্বই নিজৰ শৈলীৰ বাবে মনত ৰাখিছে,” ছেহৱাগে লিখে।

মহেন্দ্ৰ সিং ধোনীৰ জন্মদিনত শচীন টেণ্ডুলকাৰ, সৌৰভ গাংগুলীকে ধৰি বৰ্তমানৰ খেলুৱৈ সকল বিৰাট কোহলী, ৰোহিত শৰ্মা আদিয়ো শুভেচ্ছা জ্ঞাপন কৰে।

ধোনীৰ চেন্নাই চুপাৰ কিংছৰ দলীয় সতীৰ্থ ডুৱেইন ব্ৰেভই ধোনীৰ জন্মদিন উপলক্ষ্যে হেলিকপ্তাৰ-৭ নামৰ এটা গীত মুকলি কৰি শুভেচ্ছা জ্ঞাপন কৰে।

ভাৰতৰ লগত অষ্ট্ৰেলিয়া, ৱেষ্ট ইণ্ডিজ, ইংলেণ্ড আদি সকলো দলৰ ক্ৰিকেটাৰ সকলে মহেন্দ্ৰ সিং ধোনীক জন্মদিনৰ ওলগ জনায়।

মহেন্দ্ৰ সিং ধোনীৰ নেতৃত্বতে ভাৰতে ২০১১ চনত এদিনীয়া বিশ্বকাপ আৰু ২০০৭ চনত টি-২০ বিশ্বকাপ দখল কৰিবলৈ সক্ষম হৈছিল।

Recent News

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

পাকিস্তানত আৰক্ষীৰ গাড়ীত আত্মঘাতী আক্ৰমণ : দুজন নিহত

এটা জৰুৰী বিবৃতি

এটা জৰুৰী বিবৃতি

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

ঋণৰ সমস্যা : বেংকত সোমাই কৰ্মচাৰীক প্ৰহাৰ কৰি গ্ৰেপ্তাৰ হ’ল দুই গ্ৰাহক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

মহ খেদা ধূপেই হ’ল কাল : গাড়ীৰ ভিতৰত মহ খেদা ধূপ জ্বলাই শোৱাৰ পৰা নুঠিল চালক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd