• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

‘অভিযুক্তৰ সতীত্ব পৰীক্ষা কৰাটো অসাংবিধানিক’, দিল্লী উচ্চ ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 8, 2023 7:55 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৯২ চনৰ ভগ্নী অভয়া হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত ভগ্নী চেফীৰ কুমাৰীত্ব পৰীক্ষা কৰাটো অসাংবিধানিক বুলি দিল্লী উচ্চ ন্যায়ালয়ে ৰায় দিছে।

ন্যায়াধীশ স্বৰ্ণ কান্ত শৰ্মাই কয় যে ন্যায়িক বা আৰক্ষীৰ জিম্মাত তদন্তৰ সময়ত থকা অভিযুক্তৰ কুমাৰীত্ব পৰীক্ষা কৰাটো ভাৰতীয় সংবিধানৰ ২১ নং অনুচ্ছেদ উলংঘন কৰা অসাংবিধানিক।

তদন্তৰ সময়ত সংবিধানৰ ২১ অনুচ্ছেদক ৰক্ষা কৰা হোৱা নাই বুলি ন্যায়ালয়ে প্ৰকাশ কৰি অপৰাধমূলক গোচৰটো শেষ হোৱাৰ পিছত ভগ্নী চেফীক তেওঁৰ মানৱ অধিকাৰ উলংঘাৰ ক্ষতিপূৰণ বিচাৰিবলৈ স্বাধীনতা প্ৰদান কৰে।

Apply Now

দিল্লী উচ্চ ন্যায়ালয়ে কেন্দ্ৰীয় তদন্তকাৰী ব্যুৰো (চিবিআই) আৰু কেন্দ্ৰীয় চৰকাৰৰ টেৰিটৰিয়েল জুৰিচিডিকচনৰ আপত্তি নাকচ কৰি কয় যে এন এইচ আৰ চি আৰু অন্যান্য কৰ্তৃপক্ষ দিল্লীত আছে আৰু সেয়েহে এই অসাংবিধানিক কাৰ্য দিল্লীতে সম্পন্ন হৈছে।

২০০৯ চনত ভগ্নী চেফীয়ে কুমাৰীত্ব পৰীক্ষাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি দাখিল কৰা ৰিট আবেদনৰ শুনানি গ্ৰহণ কৰি দিল্লী উচ্চ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰিছে। আবেদনকাৰীৰ হৈ অধিবক্তা ৰোমি চাকো ন্যায়ালয়ত যুক্তি প্ৰদৰ্শন কৰে।

চি বি আই আদালতে ২০২০ চনত ভগ্নী অভয়াক হত্যা কৰাৰ দোষী সাব্যস্ত কৰি চেফীক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছিল।

উল্লেখ্য, নিম্ন আদালতত অভিযুক্ত চেফীক কনিষ্টবল আৰু আন এজন ফাদাৰ কোট্টুৰৰ মাজত থকা গোপন সম্পৰ্ক লুকুৱাবলৈ ভগ্নী অভয়াক হত্যা কৰা হৈছে বুলি প্ৰমাণ কৰিবলৈ সতীত্ব পৰীক্ষা কৰা হৈছিল।

তেওঁলোকে নিম্ন আদালতৰ দোষী সাব্যস্তকৰণ আৰু শাস্তিক প্ৰত্যাহ্বান জনাই ২০২১ চনৰ আৰম্ভণিতে উচ্চ ন্যায়ালয়ত আবেদন জনায়। ইফালে কেৰালা উচ্চ ন্যায়ালয়ে তেওঁলোকৰ এই শাস্তি স্থগিত ৰাখিছে।

১৯৯২ চনৰ ২৭ মাৰ্চত কোট্টায়মৰ ছেইণ্ট পাইউছ এক্স কনভেণ্টৰ কুঁৱাৰ ভিতৰত ২০ বছৰীয়া ভগ্নী অভয়াক মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছিল। স্থানীয় আৰক্ষী আৰু কেৰালা আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চে প্ৰথমে বিষয়টো আত্মহত্যাৰ গোচৰ হিচাপে বন্ধ কৰি দিয়ে। কিন্তু জনসাধাৰণৰ ব্যাপক আন্দোলনৰ বাবে গোচৰটো চিবিআইক গতাই দিয়া হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm
‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

‘গেৰুৱা গুণ্ডাগিৰি’ বাতৰিক লৈ উত্তাল কলকাতা!  আৰক্ষীৰ সন্মুখতেই আনন্দবজাৰ পত্ৰিকাৰ বগা দেৱালত সানিলে গেৰুৱা ৰং

September 2, 2026 11:14 am
অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

অসম-মিজোৰাম সীমান্তত উত্তেজনা: হাৰাশাস্তিৰ অভিযোগত লাইলাপুৰত ট্ৰাক চালকৰ পথ অৱৰোধ

September 2, 2026 10:24 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

ভুলতো নাখাব বানত উটি অহা মাছ : বৰ্ন্যাতক সতৰ্কবাণী প্ৰশাসনৰ

September 2, 2026 3:18 pm
অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

অটোমোবাইল খণ্ডত উত্তৰ-পূৰ্বৰ জয়যাত্ৰা: ‘ৱমেন ইন এফএডিএ’ৰ অধ্যক্ষা হিচাপে নিযুক্ত অৰুণাচলৰ পেমা ৱাই কে লয়ীক

September 2, 2026 2:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd