• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দৃষ্টিহীন ঋতুৰাজে তামুলপুৰলৈ আনিলে গৌৰৱ; মন্ত্ৰী ভৱেশ কলিতাই ল’লে অধ্যয়নৰ দায়িত্ব

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
May 27, 2019 2:50 pm
816
VIEWS
Share on FacebookShare on Twitter

সদ্যঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ কলা শাখাত প্ৰথম বিভাগত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বাক্সা জিলাৰ তামুলপুৰৰ এগৰাকী দিব্যাংগ ছাত্র ঋতুৰাজ দাসে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনে। তামুলপুৰ মহকুমাৰ দ্বাৰকুচি নিবাসী দিলীপ দাস আৰু মনালিছা দাসৰ পুত্ৰ তথা ঋতুৰাজে ৭১.১৪% নম্বৰ লাভ কৰি ৰাজ্যৰ ভিতৰতে দৃষ্টিহীন ছাত্ৰৰ ভিতৰত সৰ্বোচ্চ নম্বৰ লাভ কৰে।

২০১৭ চনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৬% নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ কটন বিশ্ববিদ্যালয়ৰ দৃষ্টিহীনসকলৰ বাবে থকা কলা শাখাত নামভৰ্তি কৰি এইবাৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল।

বুৰঞ্জীত ৯৩ নম্বৰ লৈ প্ৰথম বিভাগত উত্তীৰ্ণ হোৱাৰ ঋতুৰাজৰ এই সাফল্যত পিতৃ-মাতৃৰ লগতে পৰিয়াল তথা সমূহ দ্বাৰকুছিবাসী ৰাইজ উৎফুল্লিত হৈ পৰিছে। ইয়াৰ উপৰি অসম চৰকাৰৰ মন্ত্ৰী ভবেশ কলিতায়য়ো কালি নিশা ছাত্ৰ গৰাকীৰ বাসগৃহত উপস্থিত হৈ তেওঁক ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱাৰ লগতে ছাত্ৰগৰাকীৰ স্নাতক পঢ়াৰ খৰছ বহন কৰিব বুলি জানিবলৈ দিয়ে।

উল্লেখযোগ্য যে ঋতুৰাজে কটন বিশ্ববিদ্যালয়ত বুৰঞ্জীত মেজৰ লৈ স্নাতকত নামভৰ্তি কৰাৰ মন পুহি ৰাখিছে।

মন্ত্ৰী গৰাকীয়ে আগবঢ়োৱা সহায়ৰ বাবে ছাত্ৰজনৰ পৰিয়ালৰ লোকে ভবেশ কালিতাকভবেশ কালিতাক ধন্যবাদ জনোৱাৰ লগতে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে।

ইয়াৰ উপৰি ছাত্র গৰাকীৰ ফলাফলত তামুলপুৰ মহকুমাৰ বিভিন্ন ছাত্ৰ সংগঠনেও সন্তুষ্টি প্ৰকাশ কৰি বাসগৃহত উপস্থিত হৈ ছাত্র গৰাকীক সম্বৰ্ধনা জনায়।

Recent News

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd