• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

ভিটামিনৰ অভাৱে প্ৰভাৱ পেলাব পাৰে সম্পৰ্কত! হ্ৰাস হ’ব পাৰে সম্ভোগৰ ইচ্ছা

নৰ্থ -ইষ্ট নাও ডেস্ক, গুৱাহাটী by নৰ্থ -ইষ্ট নাও ডেস্ক, গুৱাহাটী
May 26, 2025 9:00 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজিকালি বিভিন্ন বয়সৰ লোকৰ শৰীৰত ভিটামিনৰ অভাৱ দেখা যায়। আচলতে আমি পৰ্যাপ্ত পৰিমাণৰ কাৰ্বহাইড্ৰেট, চৰ্বি আৰু প্ৰটিনৰ অভাৱৰ প্ৰতি সাৱধান হ’লেও আমি ভিটামিনক অৱহেলা কৰোঁ। ব্যস্ত জীৱনৰ বাবে প্ৰকৃততে কোনেও সঠিক খাদ্যাভ্যাস পালন নকৰে। আনকি সুস্থ লোকেও ভিটামিনৰ অভাৱত গুৰুতৰ ৰোগত ভুগিব পাৰে। অন্যান্য শাৰীৰিক সমস্যাৰ লগতে যৌন স্বাস্থ্যতো প্ৰভাৱ পৰে। উদাহৰণস্বৰূপে ভিটামিন ডিৰ অভাৱত যৌন সমস্যাৰ সৃষ্টি হ’ব পাৰে।

যৌনতা আৰু ভিটামিন ডিৰ মাজত সঠিকভাৱে কি সম্পৰ্ক?

হৰম’নৰ ভাৰসাম্য ৰক্ষাৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডিৰ প্ৰয়োজন হয়, যাৰ ফলত যৌন কাৰ্য্য আৰু কামনাত প্ৰভাৱ পৰে। শৰীৰত ভিটামিন ডিৰ মাত্ৰা সঠিক নহ’লে ইষ্ট্ৰজেন আৰু টেষ্টষ্টেৰন আদি যৌন হৰম’নৰ নিঃসৰণ সঠিক নহয়।

Apply Now

ভিটামিন ডিৰ অভাৱত পুৰুষৰ যৌন ক্ষমতা আৰু ইচ্ছা দুয়োটাতে প্ৰভাৱ পৰে। ভিটামিন ডিৰ অভাৱত ইৰেক্টিল ডিছফংচন (ED) হ’ব পাৰে। আন বহু ধৰণৰ যৌন সমস্যাও হ’ব পাৰে। ভিটামিন ডিৰ অভাৱত মহিলাৰ ঋতুচক্ৰতো প্ৰভাৱ পৰে।

শৰীৰত ভিটামিন ডিৰ অভাৱ হ’লে মানসিক বিষণ্ণতা বৃদ্ধি পায়। যিয়ে পৰোক্ষভাৱে যৌন স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়।

যৌন উত্তেজনা আৰু কৰ্মক্ষমতা ৰক্ত সঞ্চালনৰ ওপৰত নিৰ্ভৰ কৰে। ভিটামিন ডিয়ে শৰীৰত ৰক্ত সঞ্চালনৰ ভাৰসাম্য ৰক্ষা কৰে। যৌন সম্পৰ্কৰ সময়ত ৰক্ত সঞ্চালন বৃদ্ধি কৰাত সহায় কৰে। গতিকে এই ভিটামিনৰ অভাৱৰ ফলত যৌনাংগলৈ পৰ্যাপ্ত পৰিমাণে তেজৰ সঞ্চালন নহ’বও পাৰে। একে সময়তে ভিটামিন ডিয়ে ধমনী কাৰ্য্য বৃদ্ধি কৰি আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰি হৃদযন্ত্ৰৰ স্বাস্থ্য বজাই ৰখাত ভূমিকা পালন কৰে।শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰখাত ভিটামিন ডি-এ অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। এই ভিটামিনৰ অভাৱত সামগ্ৰিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। গতিকে যদি আপোনাৰ এনে কোনো সমস্যা আছে তেন্তে শৰীৰত ভিটামিন ডিৰ অভাৱ হৈছে নেকি পৰীক্ষা কৰি চাবলৈ নাপাহৰিব।

নৰ্থ -ইষ্ট নাও ডেস্ক, গুৱাহাটী

নৰ্থ -ইষ্ট নাও ডেস্ক, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

বিদেশী ধন লোৱাৰ অভিযোগত অৰুণাচলৰ পৰিৱেশ কৰ্মী ভানু টাটকৰ বিৰুদ্ধে চিবিআইৰ গোচৰ

September 15, 2026 6:10 pm
মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

মৃতদেহ লাভ কৰাৰ পিছত গৌৰীপুৰতে ৰামানুজ গোস্বামীৰ শেষকৃত্য সম্পন্ন কৰিব পৰিয়ালে :  জনালে পিতৃয়ে

September 15, 2026 4:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

নগাঁৱ লোকসভা উপ-নিৰ্বাচনত বদৰুদ্দিন আজমলক নমোৱাৰ চেষ্টা বিজেপিৰ! অভিযোগ মীৰা বৰঠাকুৰৰ

September 15, 2026 8:15 pm
যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

যন্তৰ-মন্তৰত ছাত্ৰ কৰ্মীৰ পিতৃক আক্ৰমণ কৰা হিন্দুত্ববাদী নেতা স্বতন্ত্ৰ ভৰদ্বাজে লাভ কৰিলে অন্তৱৰ্তীকালীন জামিন

September 15, 2026 7:15 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd