• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এইবাৰ ‘ৰূপালী পৰ্দাৰ মোডী’ বিবেক অবেৰয়ৰ ঘৰত ড্ৰাগছৰ সন্ধানত আৰক্ষীৰ তালাচী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , October 15, 2020 4:53 pm

1 min read

a whatsapp-image
2.2k
VIEWS
Share on FacebookShare on Twitter

বলিউডৰ ড্ৰাগছ কাণ্ডই এতিয়া সমগ্ৰ দেশতে জোকাৰণিৰ সৃষ্টি কৰিছে।

বিশেষকৈ অভিনেতা সুশান্ত সিং ৰাজপুতৰ ৰহস্যজনক আত্মহত্যাৰ তদন্ত কৰিবলৈ গৈ আৰক্ষী আৰু নাৰক’টিকছ বিভাগে বলিউডৰ বহু অভিনেতা- অভিনেত্ৰীয়ে ড্ৰাগছ সেৱন কৰাৰ তথ্যও লাভ কৰিছে।

কেটৰিনা কাঈফৰ লগতে বহু অভিনেতা-অভিনেত্ৰীক সেয়ে আৰক্ষীয়ে জেৰাও কৰিছে। ড্ৰাগছ কাণ্ডৰ সৈতে এইবাৰ জৰিত হৈ পৰিছে অভিনেতা বিবেক অবেৰয়ৰ নাম।

দেশৰ ছবি ঘৰ সমূহত দ্বিতীয় বাৰৰ বাবে মুক্তি দিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বায়’পিকত মোডীৰ চৰিত্ৰত অভিনয় কৰা বিবেক অবেৰয়ৰ ঘৰত শেহতীয়াকৈ ড্ৰাগছ সৰবৰাহকাৰীৰ সন্ধানত আৰক্ষীয়ে অভিযান চলাইছে।

অভিযোগ অনুসৰি অভিনেতা বিবেক অবেৰয়ে তেওঁৰ ঘৰত ড্ৰাগছ সৰবৰাহকাৰীক লুকুৱাই ৰাখিছে।

দৰাচলতে কৰ্ণাটকৰ প্ৰাক্তন মন্ত্ৰী জীৱৰাজ আলভাৰ পুত্ৰ আদিত্য আলভাই দীৰ্ঘ দিন ধৰি বহু অভিনেতা-অভিনেত্ৰীক ড্ৰাগছৰ যোগান ধৰি অহা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছিল।

আদিত্য আলভা আকৌ বিবেক অবেৰয়ৰ নিকট আত্মীয়।

সেইবাবেই আদিত্যই বিবেক অবেৰয়ৰ ঘৰত লুকাই থকাৰ সন্দেহতে মুম্বাই আৰক্ষীয়ে অভিনেতা বিবেক অবেৰয়ৰ মুম্বাইত থকা বাসভৱনত তালাচী চলোৱা বুলি জানিব পৰা গৈছে।

অভিনেতা বিবেক অবেৰয় ড্ৰাগছ কাণ্ডৰ সৈতে পোমপটীয়াকৈ জৰিত আছে নে নাই সেয়া আৰক্ষীয়ে এতিয়ালৈকে প্ৰকাশ কৰা নাই।

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd