• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উচ্চতম ন্যায়ালয়ঃ ভোডাফোন আইডিআৰ এজিআৰ পুনৰীক্ষণৰ নিৰ্দেশ কেন্দ্ৰক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 27, 2025 5:06 pm
31
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে উচ্চতম ন্যায়ালয়ে ২০১৬–১৭ চনলৈকে দূৰসংযোগ বিভাগে উত্থাপন কৰা অতিৰিক্ত সমন্বিত মুঠ ৰাজহ (এজিআৰ) দাবী বাতিল কৰাৰ বাবে ভোডাফোন আইডিয়া লিমিটেডে কৰা অনুৰোধ পৰীক্ষা কৰিবলৈ কেন্দ্ৰক অনুমতি প্ৰদান কৰিছে। আদালতে লক্ষ্য কৰে যে বিষয়টো চৰকাৰৰ অধিকাৰ ক্ষেত্ৰত পৰে।

মুখ্য ন্যায়াধীশ বি আৰ গাভাই আৰু ন্যায়াধীশ কে বিনোদ চন্দ্ৰনৰ বিচাৰপীঠে দূৰসংযোগ বিভাগৰ শেহতীয়া অতিৰিক্ত সমন্বিত মুঠ ৰাজহৰ দাবীক প্ৰত্যাহ্বান জনাই ভোডাফোন আইডিয়াই কৰা আবেদনৰ শুনানি গ্ৰহণ কৰে। কোম্পানীটোৱে যুক্তি দৰ্শাইছিল যে ২০১৬–১৭ চনৰ বাবে ৫,৬০৬ কোটি টকাৰ এই অতিৰিক্ত দাবীসমূহ অবৈধ, কিয়নো ইয়াৰ এজিআৰ দায়বদ্ধতা ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ ২০১৯ চনৰ ৰায়দানৰ দ্বাৰা চূড়ান্ত কৰা হৈছে।

Apply Now

শুনানিৰ সময়ত কেন্দ্ৰক প্ৰতিনিধিত্ব কৰি ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই আদালতক জনাইছে যে ভোডাফোন আইডিয়াত চৰকাৰৰ ৪৯% অংশীদাৰিত্ব আছে, আৰু প্ৰায় ২০ কোটি গ্ৰাহকে ইয়াৰ সেৱাৰ ওপৰত নিৰ্ভৰশীল। তেওঁ কয় যে গ্ৰাহকৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে কোম্পানীটোৰ উদ্বেগ পুনৰীক্ষণ কৰিবলৈ কেন্দ্ৰই ইচ্ছুক।

বিচাৰপীঠে পৰ্যবেক্ষণ কৰে যে ভোডাফোন আইডিয়াত চৰকাৰৰ পৰ্যাপ্ত পৰিমাণৰ ইকুইটি আৰু লাখ লাখ গ্ৰাহকৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বাবে এই বিষয়টোৰ পুনৰ বিবেচনাৰ ক্ষেত্ৰত ন্যায্যতা প্ৰদান কৰিছে। আবেদনখন নিষ্পত্তি কৰি মুখ্য ন্যায়াধীশ গাভাইয়ে কয় যে, ‘আমি কেন্দ্ৰীয় চৰকাৰে বিষয়টোৰ পুনৰ মূল্যায়ন আৰু উপযুক্ত পদক্ষেপ লোৱাৰ ক্ষেত্ৰত কোনো সমস্যা নাই।

ভোডাফোন আইডিয়াৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা মুকুল ৰোহাটগীয়ে যুক্তি আগবঢ়ায় যে ২০১৯ চনৰ ৰায়দানত ইতিমধ্যে এজিআৰৰ বাবদ ধন নিষ্পত্তি হোৱাৰ বাবে ড’টৰ অতিৰিক্ত দাবী যুক্তিসংত নহয়।

উল্লেখ্য যে টেলিকম অপাৰেটৰসকলে চৰকাৰক দিয়া অনুজ্ঞাপত্ৰৰ মাচুল আৰু স্পেকট্ৰম চাৰ্জৰ হিচাপত ব্যৱহাৰ কৰা আয় হৈছে এজিআৰ। এজিআৰৰ হিচাপত নন-টেলিকম ৰাজহ অন্তৰ্ভুক্ত কৰাৰ বাবে হোৱা বিবাদৰ ফলত ভোডাফোন আইডিয়া আৰু ভাৰতী এয়াৰটেলৰ দৰে কোম্পানীসমূহৰ বাবে যথেষ্ট দায়বদ্ধতা আহি পৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd