• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

৩ ডিচেম্বৰৰ পৰা বাঢ়িব ভোদাফোনৰ প্ৰিপেইড প্লেনৰ দাম; এয়াৰটেলেও বঢ়াব ৪২ শতাংশ পৰ্য্যন্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 1, 2019 7:34 pm

2 min read

Airtel

৩ ডিচেম্বৰৰ পৰা কাৰ্য্যকৰী হ'ব লগীয়া এয়াৰটেলৰ নতুন প্ৰিপেইড টেৰিফ প্লেন কিছুমান।

29k
VIEWS
Share on FacebookShare on Twitter

৩ ডিচেম্বৰৰ পৰা কাৰ্য্যকৰী হোৱাকৈ Vodafone Idea-ই প্ৰিপেইড গ্ৰাহকৰ বাবে ইয়াৰ ডেটা প্লেনবোৰৰ মূল্য প্ৰায় ৪০ শতাংশ বৃদ্ধি কৰিছে। কোম্পানিটোৱে আজি এই বৃদ্ধিৰ বিষয়ে ঘোষণা কৰিছে।

ৰিলায়েন্স জিঅ’ৰ পিছতে সৰ্বাধিক সংখ্যক য়ুজাৰ থকা টেলিকম কোম্পানিটোৱে এ জি আৰৰ (adjusted gross revenue)বাবে সন্মুখীন হোৱা বৃহৎ লোকচানৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত ল’ব লগীয়া হয়।

আনহাতে ভোদাফোন আইডিয়াৰ এই টেৰিফ ৰেইট বৃদ্ধিৰ ঘোষণাৰ পিছতে ৩ ডিচেম্বৰত এয়াৰটেলেও টেৰিফ ৰেইট ৪২ শতাংশ বৃদ্ধি কৰাৰ কথা আজি ঘোষণা কৰে।

বৰ্তমান ভোদাফোন আইডিয়াৰ প্ৰিপেইড গ্ৰাহকে ৮৪ দিনৰ ভেলিডিটিৰে দৈনিক ১.৫ জি বি 4G data লাভ কৰে ৪৪৮ টকাত। ৩ ডিচেম্বৰৰ পৰা সেই প্লেন কিনিব লাগিব ৫৯৯ টকাত। বৃদ্ধিৰ হাৰ ৩৩.৭ শতাংশ। ৮৪ দিনৰ ভেলিডিটিৰে দৈনিক ২ জি বিকৈ ডেটা পোৱা পূৰ্বৰ ৫১১ টকাৰ প্লেনটোৰ দাম কৰা হৈছে ৬৯৯ টকা, য’ত বৃদ্ধিৰ হাৰ ৩৬.৮ শতাংশ।

আন কিছুমান প্লেনত ৪০ বা ততোধিক শতাংশ দাম বৃদ্ধি কৰা হৈছে।

Vodafone Plans
৩ ডিচেম্বৰৰ পৰা কাৰ্য্যকৰী হ’ব লগীয়া ভোদাফোন আইডিয়াৰ নতুন প্ৰিপেইড টেৰিফ প্লেন কিছুমান।

আনহাতে এয়াৰটেলেও ৩ ডিচেম্বৰৰ পৰা বৃদ্ধি কৰিব ইয়াৰ প্ৰিপেইড প্লেনবোৰৰ দাম। ৮৪ দিনৰ ভেলিডিটিৰ দৈনিক ১.৫ জি বি 4G data-ৰ প্লেনত এয়াৰটেলে ল’ব ৫৯৮ টকা, যিটো পূৰ্বে ৮২ দিনৰ বাবে ৪৪৮ টকা আছিল।

একেদৰে ৮২ দিনৰ ভেলিডিটিৰে দৈনিক ২ জি বিকৈ ডেটা পোৱা পূৰ্বৰ ৪৯৯ টকাৰ প্লেনটোৰ দাম কৰিব ৬৯৮ টকা আৰু ইয়াকো ৮৪ দিন কৰিব।

এয়াৰটেলেও এ জি আৰৰ (adjusted gross revenue)নামত চৰকাৰক বহু হাজাৰ কোটি টকা দিব লগীয়া হোৱাত লোকচানৰ মুখত আছে।

অচিৰেই ৰিলায়েন্স জিঅ’য়ো ইয়াৰ প্ৰিপ্ৰেইড প্লেনবোৰৰ দাম বৃদ্ধি কৰিব বুলি জানিব পৰা গৈছে।

Recent News

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd