DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, June 29, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কুম্ভমেলাত মৃত্যুঞ্জয় যজ্ঞৰ আয়োজন : অসমৰ ভক্তপ্ৰাণ ৰাইজৰ বাবে ভৃগুগিৰি মহাৰাজৰ পদক্ষেপ

মিণ্টু দাস by মিণ্টু দাস
December 7, 2018 11:09 am
Vrigugiri Mharaj

ফটো : নৰ্থ-ইষ্ট নাও

205
VIEWS
Share on FacebookShare on Twitter

এলাহাবাদৰ প্ৰয়াগৰাজত আগন্তুক বৰ্ষৰ ১৪ জানুৱাৰিৰ পৰা ৪ ফেব্ৰুৱাৰিলৈ অনুষ্ঠিত হ’ব লগা ভাৰতবৰ্ষৰ সৰ্ববৃহৎ আধ্যাত্মিক সমাৰোহ কুম্ভমেলাত দেশৰ মহান সন্যাসী, আধ্যাত্মিক গুৰুসকলৰ লগতে অসমৰ পৰা মৃত্যূঞ্জয় সাধক ভৃগুগিৰি মহাৰাজে যোগদান কৰিব।

উল্লেখ্য যে বিগত কুম্ভমেলাত প্ৰায় এমাহ মৃত্যুঞ্জয় যজ্ঞ সম্পাদন কৰা ভৃগুগিৰি মহাৰাজে এইবাৰো তিনিকল্প মৃত্যুঞ্জয় যজ্ঞ সম্পাদন কৰিব। বৃহস্পতিবাৰে নগাঁও চহৰৰ বেংগলী পূজাবাৰী প্ৰেক্ষাগৃহত অনুষ্ঠিত এক সংবাদ মেলত মৃত্যুঞ্জয় সাধক ভৃগুগিৰি মহাৰাজে এই কথা ব্যক্ত কৰে।

ভৃগুগিৰি মহাৰাজে জনোৱা মতে কুম্ভমেলাস্থলত মৃত্যুঞ্জয় যজ্ঞ সম্পাদন কৰা তেওঁ একমাত্ৰ সাধক। আনহাতে কুম্ভমেলাৰ তাৎপৰ্য ব্যাখ্যা কৰি ভৃগুগিৰি মহাৰাজে উক্ত মেলাত অংশগ্ৰহণ কৰিবৰ বাবে অসমৰ সৰ্বসাধাৰণ ৰাইজক আহ্বান জনায়।

ইপিনে কুম্ভমেলাত যোগদান কৰিবৰ নিমিত্তে গুৱাহাটীৰ পঞ্চকন্যা ভীমাশংকৰ ক্ষেত্ৰ আৰু মৃত্যুঞ্জয় মন্দিৰ পৰিচালনা সমিতিৰ যৌথ উদ্যোগত দোমোদাৰ ধীৰাসৰীয়াক সভাপতি আৰু প্ৰবীন গোস্বামীক সধাৰণ সম্পাদক হিচাপে লৈ প্ৰয়াগৰাজ কুম্ভমেলাৰ মৃত্যুঞ্জয় যজ্ঞ উদযাপন সমিতি গঠন কৰা হৈছে।

সম্পাদক প্ৰবীন গোস্বামীয়ে জনোৱা মতে, এলাহবাদ প্ৰয়াগৰাজত এইবাৰৰ কুম্ভমেলাত প্ৰায় এমাহ ভৃগুগিৰি মহাৰাজে যজ্ঞ, কৰ্মশালা, ধৰ্মসভা আদি অনুষ্ঠিত কৰিবলৈ পূৰ্ণ প্ৰস্তুতিৰ কামত ব্যস্ত হৈ পৰিছে।

কুম্ভমেলাত যোগদান কৰিব খোজা অসমৰ ভক্তবৃন্দৰ নিমিত্তে ভৃগুগিৰি আশ্ৰমত থকা মেলাৰ সুবিধা কৰা হৈছে। ইচ্ছুক ভক্তই কুম্ভমেলাত যদি অংশ ল’ব বিচাৰে তেন্তে অহা ৩১ ডিচেম্বৰৰ ভিতৰত পঞ্চকন্যা আশ্ৰম সমিতি অথবা পুৰণিগুদাম মৃত্যুঞ্জয় মন্দিৰ সমিতিৰে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

এই ক্ষেত্ৰত ৯৪৩৫০-৬২৪১৯, ৯৪৩৫০১৬৫১৬ অথবা ৯৪৩৫৭ ২২৬৮৯ নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনায়।

Recent News

AAgrY_SupremeCourtofIndia-750x375-1

No-Trust Vote উচ্চতম ন্যায়ালয়ত মুখ থেকেচা উদ্ধৱ থাকৰে শিবিৰৰ, বৃহস্পতিবাৰেই অনুষ্ঠিত হ’ব মহাৰাষ্ট্ৰৰ আস্থা ভোট

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Seven Left-Youth Organizations Demand: বানাক্ৰান্তক পৰ্যাপ্ত সাহায্য আৰু ক্ষতিপূৰণৰ দাবী; সাত বাঁওপন্থী যুৱ-ছাত্ৰ সংগঠনৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Agnipath Scheme: অগ্নিপথৰ বিৰোধিতা; টীয়কত প্ৰতিবাদ সাব্যস্ত কৰিলে কংগ্ৰেছে

Sensational Murder: বঢ়মপুৰৰ মাজপুটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড; বিশেষভাবে সক্ষম মহিলাক ডিঙি কাটি হত্যা

Sensational Murder: বঢ়মপুৰৰ মাজপুটনিত চাঞ্চল্যকৰ হত্যাকাণ্ড; বিশেষভাবে সক্ষম মহিলাক ডিঙি কাটি হত্যা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd