DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কুকুৰ পুহিব খুজিছে?: প্ৰথমতে ল’ব লাগিব লাইচেন্স, তাৰ পাছত মানিব লাগিব এই নিয়ম

এন ই নাও নিউজ by এন ই নাও নিউজ
September 17, 2019 10:17 am
Male-Dog850
4.2k
VIEWS
Share on FacebookShare on Twitter

কুকুৰ এটা পোহাটো আৰু মুখৰ কথা নহ’ব। মন গ’লেই বাটৰ পৰা কুকুৰ পোৱালি এটা ধৰি আনি পোহাৰ দিন লাহে লাহে যাবলৈ ওলাইছে।

গাজিয়াবাদৰ বাসিন্দাসকলে এতিয়া তেওঁলোকৰ পৰিয়ালত এটা নতুন সদস্য লাভ কৰিবলৈ প্ৰয়োজন হ’ব আইনী কাগজ পত্ৰ।

হয়, গাজিয়াবাদ পৌৰ নিগমে এতিয়া কুকুৰ এটা পোহা বাইয়াৰ মালিক হ’বলৈ ৫,০০০টকাৰ এখন লাইচেন্স লোৱাটো বাধ্যতামূলক কৰিছে।

গাজিয়াবাদৰ মেয়ৰ আশা শৰ্মাই এই সন্দৰ্ভত আৰু কিছু আইনী নিয়ম কানুনৰ কথা সদৰী কৰি কৈছে যে কোনো কুকুৰে যদি পাৰ্ক বা ৰাস্তাত মলত্যাগ কৰে তেতিয়াহ’লে ইয়াৰ মালিকৰ ৫০০ টকা জৰিমনা কৰা হ’ব।

তেওঁ কয় যে কুকুৰৰ উপদ্ৰব নিয়ন্ত্ৰণ কৰাৰ বাবে পোৱা অভিযোগ আৰু অঞ্চলটোত পৰিচ্ছন্নতা বজাই ৰখাৰ বাবে পৌৰ নিগমে এটা কুকুৰ পোহাৰ বাবে ৫,০০০ টকাৰ লাইচেন্স মাছুল লোৱাৰ সিদ্ধান্ত লৈছে।

তদুপৰি, চহৰখনক পৰিষ্কাৰ কৰি ৰখাৰ লগতে পৌৰ নিগমে পোহনীয়া কুকুৰবোৰক ভেকচিন দিয়া হৈছে নে নাই বা ‘ৰেবিছ’ প্ৰতিৰোধৰ ব্যৱস্থা কৰা হৈছে নে নাই সেইবোৰ পৰীক্ষা কৰাৰ পৰিকল্পনাও কৰা হৈছে।

ইপিনে, পৌৰ নিগমৰ এনে নতুন আইনৰ সন্দৰ্ভত নাগৰিকসকলৰ মাজত প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।

চহৰখনৰ কুকুৰ পোহা এগৰাকী বাসিন্দাই কৈছে যে পৌৰ নিগমৰ এই সিদ্ধান্তই নিম্ন মাহিলী আয়ৰ লোকৰ বাবে জটিলতাৰ সৃষ্টি কৰিব আৰু যদি মাছুল লগোৱাও হয়, তেনেহ’লে সেয়া হ্ৰাস কৰা উচিত।

নাগৰিকজনে লগতে কয় যে যিসকলে কুকুৰ পুহিছে এতিয়া তেওঁলোকেও এটা কুকুৰ ৰখাৰ কথাটো দুবাৰ ভাবিব লাগিব।

কুকুৰ পোহা বা কুকুৰ মালিকসকলক পঞ্জীয়নৰ বাবে প্ৰস্তুত কৰাটো পৌৰ নিগমৰ বাবে ডাঙৰ প্ৰত্যাহ্বান হৈ ধৰা দিছে।

আনহাতে, দিল্লী আৰু গুৰগাঁৱে ইতিমধ্যে কুকুৰৰ মালিকসকলক নিয়মসমূহ জনাই জাননী দিছে। এইক্ষেত্ৰত দিল্লী আৰু গুৰগাঁৱত বাৰ্ষিক পঞ্জীয়ন মাছুল হৈছে ৫০০ টকা।

গুৱাহাটীতো কুকুৰৰ মালিকসকলে ৰাস্তাত ফুৰাবলৈ আনি মলত্যাগ কৰোৱাই পৰিৱেশ লেতেৰা কৰি আহিছে।আমাৰ ইয়াত পৌৰ নিগম কৰ্তৃপক্ষ এই বিষয়ত নিস্পৃহ হৈ থকাৰ বাবে কুকুৰৰ স্বত্ত্বাধিকাৰীসকলে লগত কুকুৰ লৈ বীৰদৰ্পে ৰাজপথত খোজ কাঢ়ে আৰু য’তে ত’তে মলত্যাগ কৰোৱায়।

গুৱাহাটীতো কুকুৰ পোহাৰ ক্ষেত্ৰত কিছু কঠোৰ নিয়ম বলবয কৰাটো জৰুৰী হৈ পৰিছে।

Recent News

Health benefits of the jackfruit: এতিয়া কঁঠালৰ বতৰ; ইয়াৰ বহুমূলীয়া উপকৰিতাৰ বিষয়ে শুনিলে আচৰিত হ’ব আপুনি

Health benefits of the jackfruit: এতিয়া কঁঠালৰ বতৰ; ইয়াৰ বহুমূলীয়া উপকৰিতাৰ বিষয়ে শুনিলে আচৰিত হ’ব আপুনি

Shruti Haasan: শ্ৰুতি হাছানৰ শৰীৰত বাহ লৈছে নতুন ৰোগ! ভীষণ যন্ত্ৰণাত ভূগিছে অভিনেত্ৰীগৰাকী

Shruti Haasan: শ্ৰুতি হাছানৰ শৰীৰত বাহ লৈছে নতুন ৰোগ! ভীষণ যন্ত্ৰণাত ভূগিছে অভিনেত্ৰীগৰাকী

Snake Island ইউক্ৰেইনৰ প্ৰতাপত তিষ্ঠিব নোৱাৰি স্নেক আইলেণ্ডৰ পৰা সৈন্য প্ৰত্যাহাৰ ৰাছিয়াৰ

Snake Island ইউক্ৰেইনৰ প্ৰতাপত তিষ্ঠিব নোৱাৰি স্নেক আইলেণ্ডৰ পৰা সৈন্য প্ৰত্যাহাৰ ৰাছিয়াৰ

‘Shiv Sena Balasaheb’ ‘শিৱসেনা বালাচাহেব’ – একনাথ সিন্দেৰ নেতৃত্বত বিসম্বাদী শিবিৰৰ নতুন দলৰ নাম ঘোষণা

Maharashtra new CM একনাথ সিন্দে হ’ব মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী , সন্ধিয়া ৭-৩০ বজাত শপতগ্ৰহণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd