• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টিপছ : এজন পিতৃয়ে নিজৰ কন্যা সন্তানক কেনেকৈ শক্তিশালী কৰি তুলিব ?

পিতৃ আৰু কন্যাই একেলগে পঢ়া শুনা কৰাৰ বাবে সময় উলিয়াব লাগে। কন্যাই পঢ়ি থকাৰ সময়ত পিতৃয়ে নিজেই জলপান বা তাই খাই ভালপোৱা খাদ্য আনি দিব লাগে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 4, 2023 6:40 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰতিগৰাকী পিতৃয়ে বিচাৰে যে তেওঁৰ ছোৱালীজনী ডাঙৰ হৈ এগৰাকী আত্মবিশ্বাসী, বুদ্ধিমতী আৰু সাহসী যুৱতী হিচাপে পৰিগণিত হওক। এগৰাকী কন্যা সন্তান ডাঙৰ–দীঘল হোৱাৰ প্ৰক্ৰিয়াটোত পিতৃৰ এক গুৰুত্বপূৰ্ণ ভূমিকা থাকে। কিন্তু বহু ক্ষেত্ৰত অভিভাৱকৰ কিছুমান ভুল বা অভিভাৱক সকল কিছুমান কথাৰ বিষয়ে অজ্ঞাত হোৱাৰ বাবেই তেওঁলোকৰ কন্যা সন্তানৰ বিকাশ বিচৰা ধৰণেৰে নহয়। যাৰ ফলত ডাঙৰ হৈ শাৰীৰিকভাবে দুৰ্বল হোৱাৰ লগতে মানসিকভাবেও সবল হৈ নুঠে যুৱতীসকল।

সেয়ে আজি আমি আগবঢ়াব খুজিছোঁ পিতৃ সমাজৰ বাবে কেইটামান টিপছ – 

Apply Now

পিতৃয়ে নিজৰ কন্যা সন্তানৰ বাবে পৰ্যাপ্ত সময় উলিয়াব লাগে। সন্তানৰ লগত একেলগে আহাৰ গ্ৰহণ কৰিব লাগে। নিজৰ ছোৱালীজনৰ লগত একেলগে চিনেমা চোৱা, একেলগে ফুৰিবলৈ যোৱা, একেলগে খেলা–ধূলা কৰা আদি কামসমূহ কৰিব লাগে।

পিতৃ আৰু কন্যাই একেলগে পঢ়া শুনা কৰাৰ বাবে সময় উলিয়াব লাগে। কন্যাই পঢ়ি থকাৰ সময়ত পিতৃয়ে নিজেই জলপান বা তাই খাই ভালপোৱা খাদ্য আনি দিব লাগে।

নিজৰ জীয়ৰী আঁতৰত থাকিলে বা ফুৰিবলৈ গ’লে ফোন বা ভিডিঅ’ কলৰ জৰিয়তে খবৰ-খাতি ল’ব লাগে।

এগৰাকী পিতৃয়ে সদায় নিজৰ ছোৱালীৰ শাৰীৰিক আৰু মানসিক বিকাশৰ ওপৰত গুৰুত্ব দিব লাগে। ছোৱালী জনীৰ প্ৰতি অহা বাধা বা প্ৰত্যাহ্বান সমূহ তাই নিজেই অকলে কেনেদৰে অতিক্ৰম কৰিব সেই বিষয়ে শিকাব লাগে। লগতে মানসিক আৰু শাৰীৰিকভাবে সহায় আগবঢ়াব লাগে।

ইয়াৰ উপৰিও এজন পিতৃয়ে তেওঁৰ কন্যাক লিংগ সমতাৰ কথা শিকাব লাগে। নাৰী হিচাপে নিজৰ অধিকাৰক লৈ সচেতন হ’বলৈ শিকাব লাগে।

লগৰ ল’ৰাৰ লগত কেনেকৈ থাকিব, কেনেকৈ খেলিব, কি কি ক্ষেত্ৰত এজন পুৰুষ বা মহিলা বান্ধৱীৰ পৰা সাৱধানে থাকিব সেই বিষয়ে শিকাব লাগে। লগতে এজন পিতৃয়ে নিজৰ কন্যাক ‘ভাল স্পৰ্শ’ আৰু ‘বেয়া স্পৰ্শ’ৰ বিষয়ে শিকোওৱাটো অত্যন্ত জৰুৰী।

এগৰাকী পিতৃয়ে নিজৰ কন্যাৰ লগত সিমানলৈকে খোলা হ’ব লাগে, যাতে কন্যাই পিতৃৰ আগত নিজৰ সকলো সমস্যাৰ কথা খোলাকৈ ক’ব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm
অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

October 14, 2026 6:04 pm
এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

এখন চৰকাৰী চিকিৎসালয়ত ছমাহত ৮০ নৱজাতকৰ মৃত্যু : তদন্তৰ দাবী বিজেপি বিধায়কৰ

October 14, 2026 4:58 pm
জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

জেল নে বিলাসী হোটেল? অমৃতপ্ৰভাৰ ‘ভিআইপি’ আদৰ-যত্নক লৈ প্ৰশ্ন জুবিন গাৰ্গৰ ভগ্নী ড০ পাল্মী বৰঠাকুৰৰ

October 14, 2026 4:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

পাঁচ বছৰ পূৰ্বে আবেদন, তথাপি নাই অনুমতি! ষ্টাৰলিংকৰ সৈতে একে শাৰীত এয়াৰটেল; কেন্দ্ৰক কটাক্ষ সুনীল মিত্তলৰ

October 14, 2026 7:07 pm
অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

অৱশেষত মুখ্যমন্ত্ৰীয়ে দিলে আশ্বাস! কাইলৈ প্ৰতিবাদ সামৰিব অখিল গগৈয়ে

October 14, 2026 6:04 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd