• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

কাণত পানী সোমাইছে? সুৰা হ’ব পাৰে মগজুৰ সম্ভাৱ্য বিপদৰ পৰিত্ৰাণৰ উপায়!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
August 3, 2023 8:02 am
remove water from ear
34
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গা ধোৱাৰ সময়ত বা আন কাৰণতো আমাৰ কাণত পানী সোমালে আমি সাধাৰণতে কাণখন একাষৰীয়া কৰি মূৰ জোকাৰি সেয়া বাহিৰ কৰিব খোজো। পিছে আমি এনে কৰা যে প্ৰকৃততে উচিত নহয়, সেয়া আমি কেতিয়াবা ভাবিছো নে?

গৱেষকসকলৰ মতে, ইয়াৰ ফলত নষ্ট হৈ যাব পাৰে আমাৰ মগজু। তাৰ পৰিৱৰ্তে আপুনি কাণত অলপ সুৰা (alcohol) বা ভিনেগাৰৰ টোপাল দি সমাধান কৰিব পাৰে এই সমস্যা।

Apply Now

এয়া আমি কোৱা কথা নহয়, গৱেষকে আগবঢ়াইছে এই দিহা। এই গৱেষণা আমেৰিকাৰ প্ৰখ্যাত কৰ্নেল ইউনিভাৰ্ছিটি আৰু ভাৰ্জিনিয়া টেকৰ। মগজু সুৰক্ষাত মদ বা ভিনেগাৰ কিদৰে সম্ভৱ!

কাৰণ, মদ বা ভিনেগাৰৰ পৃষ্ঠটান (surface tension) পানীতকৈ কম। গৱেষকৰ মতে, পৃষ্ঠটানৰ বাবে পানীখিনি কাণৰ পৰা ওলাই আহিব নোখোজে।

পৃষ্ঠটান কি? ধৰক, গিলাচ এটাত আপুনি উপচি যোৱাকৈ পানী ৰাখিছে। দেখিব, গিলাচৰ পৃষ্ঠভাগতকৈ সামান্য ওপৰলৈকে পানী ভৰালেও এটা নিৰ্দিষ্ট পৰিমাণলৈকে পানীখিনি বাগৰি নপৰাকৈ থাকে।

পানীখিনি স্ফীত, টান খাই থকাৰ দৰে থাকে, কিন্তু এটা নিৰ্দিষ্ট মাত্ৰালৈকে সি বাগৰি নপৰাকৈ থাকিব খোজে— সেয়া পৃষ্ঠটানৰ ফল। পানীৰ উপৰিভাগৰ কণাসমূহ (particles)ৰ আকৰ্ষণৰ ফলত এই পৃষ্ঠটানৰ সৃষ্টি হয়।

মদ, ভিনেগাৰৰ দৰে কম পৃষ্ঠটানৰ জুলীয়া পদাৰ্থই পানীৰ পৃষ্ঠটান ভাঙি দিয়াৰ ফলত পানীখিনি কাণৰ পৰা সহজে ওলাই আহে আৰু আপুনি মূৰ জোকাৰিব নালাগে।

গৱেষকসকলৰ মতে, কাণত সোমোৱা পানী উলিয়াবলৈ জোকাৰাৰ তীব্ৰতাই মগজু নষ্ট কৰিব পাৰে আৰু লগতে মুকলি কৰিব পাৰে সংক্ৰমণৰ বাট।

মুখগহ্বৰ বা কাণৰ দৰে মগজুৰ সৈতে লাগি থকা যিকোনো অংশতে সংক্ৰমণ অত্যন্ত বিপজ্জনক আৰু সি চিধা আৰু সহজে মগজুলৈ বিয়পিব পাৰে। গৱেষক সকলৰ মতে, শিশুৰ ক্ষেত্ৰত মগজু নষ্ট হোৱাৰ সম্ভাৱনা প্ৰাপ্তবয়স্কতকৈ বহুত বেছি। কাৰণ, শিশুৰ কাণৰ পথ সৰু।

তেওঁলোকে কৰা পৰীক্ষা মতে, শিশুৰ কাণৰ পৰা পানী উলিয়াবলৈ প্ৰয়োজন হোৱা জোকাৰণি পৃথিৱীৰ মাধ্যাকৰ্ষণ শক্তিতকৈ ১০গুণ বেছি।

২০১৯ চনৰ ২৩ নৱেম্বৰত আমেৰিকাৰ চিয়াতলত আমেৰিকান ফিজিকেল চ’চাইটিৰ এক বাৰ্ষিক সভাত এই গৱেষণা প্ৰতিবেদন দাখিল কৰা হৈছিল। গৱেষণাটোত ভাৰতীয় মূলৰ বিজ্ঞানী অনুজ বাকচ’তাও জড়িত আছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

বিতৰ্কৰ মাজতেই নিৰ্বাচন আয়োগৰ ডাঙৰ পদক্ষেপ! ১৭খন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত চলিব বিশেষ পুনৰ্নিৰীক্ষণ

October 16, 2026 7:55 pm
হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

হিন্দী ইন, বড়ো আউট! অসম বিধানসভাৰ পৰা মাতৃভাষা আঁতৰোৱাক লৈ ক্ষোভ নিখিল বড়ো ছাত্ৰ সন্থাৰ

October 16, 2026 6:55 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

তিৰংগা যাত্ৰাৰ পূৰ্বেই আটক অভিজিৎ দীপকে, যন্তৰ-মন্তৰৰ সমীপৰ পৰা আটক নেহা বৰা

October 16, 2026 9:55 pm
মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

মহিলা বিষয়াক গালি-গালাজৰ অভিযোগ! আইএএছ বিষয়া কুমাৰ ৰাজীৱ ৰঞ্জনৰ বিৰুদ্ধে ১৫ দিনৰ ভিতৰত তদন্তৰ নিৰ্দেশ জম্মু-কাশ্মীৰ প্ৰশাসনৰ

October 16, 2026 8:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd