DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, February 7, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

এতিয়া মাত্ৰ ২ মিনিটতে উলিয়াব পাৰিব PF একাউণ্টৰ ধন, জানো আহক কেনেকৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
August 30, 2020 12:20 pm
pf
659
VIEWS
Share on FacebookShare on Twitter

অতি প্ৰয়োজনত PF একাউণ্টৰ ধন উলিয়াবলৈ গৈ বহুতেই নানান আহুকালৰ সন্মুখীন হ’বলগীয়া হয়।

আবেদন কৰাৰ কিমান দিনৰ ভিতৰত PF একাউণ্টৰ ধন আপোনাৰ হাতত পৰে সেয়া নিশ্চিতকৈ কোনেও কব নোৱাৰে।

PF একাউণ্টৰ ধন উলিওৱাৰ ক্ষেত্ৰত সন্মুখীন হোৱা এনে সমস্যা এতিয়া  আৰু নাথাকে।

PFৰ ধন এতিয়া মাত্ৰ ২ মিনিটৰ ভিতৰতে আপুনি উলিওৱাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰে।

হয়,কথাষাৰ বিশ্বাস কৰিবলৈ টান লাগিছে যদিও এতিয়া PF একাউণ্টৰ ধন উলিওৱাটো ভাতৰ লগত পানী খোৱাৰ দৰে সহজ কথা হৈ পৰিছে।

PF একাউণ্টৰ ধন মাত্ৰ ২ মিনিটৰ ভিতৰতে উলিওৱাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিবলৈ  আপুনি মাত্ৰ কেইটামান বিশেষ পদক্ষেপ গ্ৰহণ কৰিব লাগিব।

আপোনাৰ থাকিব লাগিব এটা স্মাৰ্ট ফোন আৰু ইণ্টাৰনেটৰ সংযোগ।

২ মিনিটতে PF একাউণ্টৰ ধনৰ বাবে আবেদন কৰিবলৈ  আপুনি এই প্ৰক্ৰিয়া কেইটা সম্পন্ন কৰক,দেখিব শীঘ্ৰে ধন আহি আপোনাৰ একাউণ্টত সোমাব।পদক্ষেপ কেইটা জানো আহক—

১. প্ৰথমতে আপোনাৰ মোবাইল ফোনত ডাউনলোড কৰক UMANG এপ। ইপিএফৰ সকলো সদস্যই এই এপ ব্যৱহাৰ কৰিব পাৰে।

২. এপটো খোলক আৰু EPFOৰ বাবে ছাৰ্চ কৰক।

৩. ‘Employee Centric’ বুলি থকা অপছনটো বাচনি কৰক।

৪. ‘Raise Claim’ অপছনটো ছিলেক্ট কৰক।

৫. ইয়াৰ পিছত আপুনি আপোনাৰ EPF UAN নম্বৰটো অন্তৰ্ভূক্ত কৰক।যদি আপুনি EPF UAN নম্বৰটো নাজানে তেন্তে আপোনাৰ সংশ্লিষ্ট কোম্পানীৰ পৰা নম্বৰটো জানি লওক।

৬. UAN নম্বৰ দিয়াৰ পিছত আপুনি মোবাইল ফোনত এটা পাছৱৰ্ড লাভ কৰিব।পাছৱৰ্ডটো যথাস্থানত অন্তৰ্ভূক্ত কৰক।

৭. ইয়াৰ পিছত withdrawal type নিৰ্বাচন কৰক,ধনৰ পৰিমাণ অন্তৰ্ভূ্ক্ত কৰক আৰু ছাবমিট বুটামটো টিপক।

৮. আপুনি এটা Claim Reference Number (CRN) নম্বৰ লাভ কৰিব।আপুনি এই নম্বৰটো সযতনে ৰাখিব।

৯. CRN নম্বৰৰ সহায়ত আপুনি কৰা আবেদনৰ অগ্ৰগতিৰ বিষয়ে জানিব পাৰিব।

১০. ইয়াৰ পিছত আপুনি উলিয়াব বিচৰা ধন একাউণ্টত সোমাব।

এইক্ষেত্ৰত মন কৰিবলগীয়া কথাটো হ’ল এনেদৰে ধন উলিয়াবলৈ আপুনি সঠিক মতে KYC দিব লাগিব। UAN নম্বৰ আধাৰৰ সৈতে সংযুক্ত কৰিব লাগিব আৰু UMANG এপটোও আধাৰৰ সৈতে সংযুক্ত কৰিব লাগিব।

Recent News

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

প্ৰচাৰৰ মায়াজাল! কেন্দ্ৰই প্ৰতিখন বিদ্যালয়ত কৰা খৰচতকৈ বহু বেছি ব্যয় মোডীৰ ‘পৰীক্ষা পে চৰ্চা’ত!

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

চৌদিশে কেৱল মৃত্যু! তুৰস্ক-চিৰিয়াত ভূমিকম্পত নিহতৰ সংখ্যা ৪,০০০ অতিক্ৰম

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

একাধিক স্থানত চিবিআইৰ অভিযান; উৎকোচৰ গোচৰত গ্ৰেপ্তাৰ এন এফ ৰে’লৱেৰ দুই বিষয়া, ঠিকাদাৰ

Kabaddi Player Accuses Coach Of Rape

দেশৰ ক্ৰীড়াক্ষেত্ৰত আন এক ‘মি টু’ অভিযোগ: প্ৰশিক্ষকৰ বিৰুদ্ধে ধৰ্ষণ আৰু ব্লেকমেইলিঙৰ অভিযোগ কাবাডী খেলুৱৈৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd