• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

ঢোকে-ঢোকে পানী খাইছে বাবা ৰামদেৱে ; বিজ্ঞাপনৰ আকাৰত ক্ষমা বিচাৰিবনে পতঞ্জলিয়ে- প্ৰশ্ন ছুপ্ৰীম কোৰ্টৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 23, 2024 4:36 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ যোগগুৰু ৰামদেৱ আৰু পতঞ্জলি আয়ুৰ্বেদৰ পৰিচালন সঞ্চালক আচাৰ্য বালকৃষ্ণক উচ্চতম ন্যায়ালয়ে ধমক দিয়ে। মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ বিচাৰপীঠে আইন অৱমাননাৰ গোচৰৰ শুনানি গ্ৰহণ কৰি কয় যে বাতৰি কাকতত ক্ষমা খুজি ছপা হোৱা বিবৃতিটো বিজ্ঞাপনৰ পৃষ্ঠাৰ দৰে ছপা হৈছে নেকি?

লগতে পঢ়ক: ভাৰতৰ লোকসভা নিৰ্বাচন ২০২৪: বিদেশৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱা কিছু হেডলাইন

Apply Now

পতঞ্জলিৰ অধিবক্তা মুকুল ৰোহটগীয়ে কয় যে পতঞ্জলিয়ে আদালতত আন এখন নতুন ক্ষমা পত্ৰ দাখিল কৰিছে। বিচাৰপীঠে জানিব বিচাৰিছে যে ক্ষমা বিচৰাটো কালিহে কিয় হৈছিল? এই কামটো বহু আগতেই কৰিব লাগিছিল। ন্যায়াধীশ হিমা কোহলী আৰু এ আমানুল্লাহৰ বিচাৰপীঠত ৰোহটগীয়ে কয় যে পতঞ্জলিয়ে ২২ এপ্ৰিলত দেশৰ ৬৭খন কাকতত বিজ্ঞাপন দি ৰাজহুৱাভাৱে ক্ষমা বিচাৰিছিল। ইয়াৰ বাবে ব্যয় কৰা হৈছে ১০ লাখ টকা।

লগতে পঢ়ক: ড° মনমোহন সিঙৰ বক্তব্যক বিকৃত ৰূপত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপস্থাপন কৰা কাৰ্যক বিৰোধিতা উত্তৰ-পূৰ্বাঞ্চলৰ বৌদ্ধিক সমাজৰ

অধিক আলোচনাৰ বাবে ৰামদেৱ আৰু বালকৃষ্ণৰ সন্মুখত আদালতে কয় যে “আমি এখন আবেদন লাভ কৰিছোঁ। যাতে মূল বাদী ইণ্ডিয়ান মেডিকেল এছ’চিয়েশ্যনৰ বিৰুদ্ধে ১০০০ কোটি টকাৰ জৰিমনা বিহাৰ বাবে অনুৰোধ কৰা হৈছে। ইয়াৰ উত্তৰত ৰোহটগীয়ে কয় যে তেওঁৰ পতঞ্জলিৰ ইয়াৰ লগত কোনো সম্পৰ্ক নাই।এতিয়া আদালতে ৩০ এপ্ৰিলত পৰৱৰ্তী শুনানিৰ দিন নিৰ্ধাৰণ কৰিছে। ৰামদেৱে পুনৰ ক্ষমা খুজি ডাঙৰ বিজ্ঞাপন দিব বুলিও কয়। ন্যায়াধীশ কোহলীয়ে ক’লে, বিজ্ঞাপনটো কাটি আমাক দেখুৱাওক৷আমি বিজ্ঞাপনটোৰ প্ৰকৃত আকাৰ চাব বিচাৰো।”

লগতে পঢ়ক: আলিগড় মুছলিম বিশ্ববিদ্যালয়ৰ ১০০ বছৰীয়া ইতিহাসত প্ৰথমবাৰৰ বাবে লাভ কৰিলে এগৰাকী মহিলা উপাচাৰ্য

ইয়াৰ পূৰ্বে শুনানিত ন্যায়াধীশ হিমা কোহলী আৰু এ আমানুল্লাহৰ বিচাৰপীঠে প্ৰথমে যোগাসনৰ ক্ষেত্ৰত আগবঢ়োৱা অসাধাৰণ অৱদানৰ বাবে এই যুটিটোক প্ৰশংসা কৰে। ইয়াৰ পাছতে আদালতে তেওঁলোকৰ উদ্দেশ্যক লৈ প্ৰশ্ন উত্থাপন কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd