• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

আক্ৰমণৰ সন্মুখীন হৈছে ভাৰতীয় গণতন্ত্ৰ! কেম্ব্ৰিজত বিজেপি চৰকাৰক তুলাধুনা ৰাহুল গান্ধীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 3, 2023 3:31 pm
Rahul Gandhi At Cambridge
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ ভিতৰতে প্ৰসিদ্ধ বিশ্ববিদ্যালয় কেম্ব্ৰিজৰ পৰা এইবাৰ মোদী চৰকাৰক সমালোচনাৰে থকা-সৰকা কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। বিশ্ববিদ্যালয়খনৰ জজ বিজনেছ স্কুল চমুকৈ কেম্ব্ৰিজ JBSৰ ভিজিটিং ফেলো হিচাপে আমন্ত্ৰিত হোৱা গান্ধীয়ে নিজ ভাষণত মোদী চৰকাৰৰ নীতিক কঠোৰ সমালোচনা কৰে।

ভাৰতীয় গণতন্ত্ৰ বৰ্তমান আক্ৰমণৰ সন্মুখীন হৈছে বুলি দাবী কৰি গান্ধীয়ে মোদী চৰকাৰে দেশৰ সংবাদ মাধ্যম, ন্যায়পালিকাক নিয়ন্ত্ৰণ কৰি আহিছে বুলি দাবী কৰে। তেওঁ লগতে কেন্দ্ৰৰ বিজেপি চৰকাৰে দেশৰ সংখ্যালঘু, দলিত আৰু আদিবাসীসকলৰ ওপৰত আক্ৰমণ কৰিছে বুলিও অভিযোগ উত্থাপন কৰে।

Apply Now

‘ভাৰতীয় গণতন্ত্ৰক এনে আক্ৰমণৰ পৰা ৰক্ষাৰ বাবে আমি যুঁজ দি আছো’ বুলিও ভাষণত দাবী কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। অনুষ্ঠানত বক্তৃতা প্ৰদানৰ সময়ত ৰাহুল গান্ধীক সোধা হৈছিল, “আপুনি নৰেন্দ্ৰ মোদীৰ এনে নীতিৰ বিষয়ে ক’ব পাৰিব নে যিয়ে ভাৰতৰ হিত সাধন কৰিছে?”

এই প্ৰশ্নৰ উত্তৰত ৰাহুল গান্ধীয়ে কয়, “ভাৰত এখন যুক্তৰাজ্য, ভাৰতত ধৰ্মীয় বৈচিত্ৰ্য আছে। শিখ, মুছলমান, খ্ৰীষ্টান আদি সকলো আছে ভাৰতত। কিন্তু মোদীয়ে তেওঁলোকক দ্বিতীয় শ্ৰেণীৰ নাগৰিক বুলি গণ্য কৰে। এই কথাত মই একমত নহয়।”

ৰাহুল গান্ধীয়ে তদুপৰি তেওঁৰ লগতে দেশৰ বৃহৎসংখ্যক ৰাজনৈতিক নেতাৰ ফোনত চোৰাংচোৱাগিৰি কৰিবলৈ পেগাচাছ লগোৱা হৈছিল বুলিও অভিযোগ তোলে।

‘Learning to listen in the 21st Century’ শীৰ্ষক বক্তৃতাত ৰাহুল গান্ধীয়ে ‘শুনাৰ কলা’ৰ ওপৰত গুৰুত্ব দি গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে নতুন চিন্তাধাৰাৰ আহ্বান জনায়। বক্তৃতাত গান্ধীয়ে কেৱল ভাৰততে নহয় বিশ্বতো গণতান্ত্ৰিক পৰিৱেশ গঢ়ি তোলাৰ বাবে নতুন চিন্তাধাৰাৰ প্ৰয়োজনীয়তাৰ কথা দোহাৰে।

ভাৰত আৰু আমেৰিকাৰ দৰে গণতন্ত্ৰত যোৱা কিছু বছৰত উৎপাদন খণ্ডৰ অৱনতিৰ কথাও উল্লেখ কৰে ৰাহুল গান্ধীয়ে। গান্ধীৰ মতে এই পৰিৱৰ্তনৰ ফলত ব্যাপক বৈষম্য আৰু ক্ষোভৰ সৃষ্টি হৈছে, যিটো প্ৰশমনৰ বাবে তাৎক্ষণিক মনোযোগ আৰু আলোচনাৰ প্ৰয়োজন।

ৰাহুল গান্ধীৰ মতে ‘শুনাৰ কলা’ হৈছে ‘অতি শক্তিশালী’ মাধ্যম। আৰু গণতান্ত্ৰিক ব্যৱস্থাসমূহ বিশ্বত অতি গুৰুত্বপূৰ্ণ। গণতান্ত্ৰিক ব্যৱস্থা নথকা এখন পৃথিৱীত গণতান্ত্ৰিক পৰিৱেশ কল্পনাও কৰিব নোৱাৰি বুলিও কয় গান্ধীয়ে।

নিজ বক্তৃতাত ৰাহুল গান্ধীয়ে লগতে চীনৰ উৎপাদন পদ্ধতি আৰু বিপনন ক্ষেত্ৰৰ ওপৰতো আলোকপাত কৰে। ছোভিয়েট ইউনিয়ন ভংগৰ পাছত বিশেষকৈ ১৯৯১ চনত চনত ছোভিয়েট ইউনিয়নৰ বিভাজনৰ পিছত আমেৰিকা আৰু চীনৰ ‘দুটা বিচ্ছিন্ন পন্থা’ৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

গান্ধীয়ে কয় যে উৎপাদন বৃদ্ধি আৰু চাকৰি সৃষ্টিৰ ক্ষেত্ৰত ২০০১ চনৰ ১১ ছেপ্টেম্বৰৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত আমেৰিকাই নিজৰ দুৱাৰ সংকোচিত কৰিছে, আনহাতে চীনে চীনৰ কমিউনিষ্ট পাৰ্টি আৰু সমৰ্থিত সংগঠনৰ জৰিয়তে এই দুয়োটাক সম্প্ৰীতিৰে প্ৰসাৰ কৰিবলৈ সক্ষম হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

তাজমহল আচলতে হিন্দু মন্দিৰ ‘তেজো মহালয়’ নেকি? কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে এলাহাবাদ উচ্চ ন্যায়ালয়ে

July 7, 2026 8:22 pm
পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

পুৰণি গাড়ীৰ মটৰ আৰু ৰবৰৰ অংশ নষ্ট কৰিব পাৰে ই ২০ ইন্ধনে, পোহৰলৈ আহিল এআৰএআইৰ গোপন প্ৰতিবেদন

July 7, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

ভাৰতীয় পুতলা নিৰ্মাতাসকলক বিশ্বৰ বৃহৎ বজাৰ দখল কৰিবলৈ আহ্বান নিৰ্মলা সীতাৰমণৰ

July 7, 2026 8:43 pm
প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

প্ৰকৃত তৃণমূল কোনটো? উত্তৰৰ বাবে ঋতব্ৰত গোটক সময়সীমা বান্ধি দিলে নিৰ্বাচন আয়োগে

July 7, 2026 8:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd