• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাৰতীয় বেটছমেন অবিহনেই ৱাছিম জাফাৰে নিৰ্বাচিত কৰিলে সৰ্বশ্ৰেষ্ঠ টি-২০ একাদশ

এন ই নাও নিউজ by এন ই নাও নিউজ
April 21, 2020 12:59 pm
25.2k
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় টেষ্ট দলৰ প্ৰাক্তন অপেনিং বেটছমেন ৱাছিম জাফাৰে সোমবাৰে নিৰ্বাচিত কৰিছে সৰ্বশ্ৰেষ্ঠ টি-২০ একাদশ। আশ্চৰ্যকৰ বিষয় এইটোৱে যে তেওঁ নিৰ্বাচিত কৰা দলত কোনো এজন ভাৰতীয় বেটছমেনেই স্থান পাবলৈ সক্ষম নহ’ল।

জাফাৰৰ একাদশত প্ৰত্যেক দেশৰ পৰাই একো একোজনকৈ ক্ৰিকেটাৰ নিৰ্বাচিত কৰা হৈছে। ভাৰতৰ পৰা নিৰ্বাচিত কৰা একমাত্ৰ ক্ৰিকেটাৰগৰাকী হ’ল বৰ্তমান সময়ৰ ভয়াবহ বলাৰ হিচাপে পৰিচিত জশপ্ৰীত বুমৰাহ।

বিৰাট কোহলি, ধোনীৰ দৰে খেলুৱৈক স্থান দিয়াৰ বিপৰীতে পাকিস্তানৰ বাবৰ আজমক স্থান দিয়াক লৈ বহুতো ক্ৰিকেট বিশেষজ্ঞই জাফাৰক সমালোচনা কৰা পৰিলক্ষিত হৈছে।

জাফাৰে অপেনিং যুটী হিচাপে অষ্ট্ৰেলিয়াৰ ডেভিদ ৱাৰ্ণাৰ আৰু পাকিস্তানৰ বাবৰ আজমক নিৰ্বাচিত কৰিছে। তিনি নম্বৰত নিউজিলেণ্ডৰ অধিনায়ক কেন উইলিয়ামছ আৰু চতুৰ্থ স্থানত দক্ষিণ আফ্ৰিকাৰ এ বি দি ভিলিয়াৰ্ছক নিৰ্বাচিত কৰিছে।

ইফালে মিডল অৰ্ডাৰত ইংলেণ্ডৰ জছ বাটলাৰ আৰু অল ৰাউণ্ডাৰ হিচাপে নিৰ্বাচিত কৰিছে ৱেষ্টইণ্ডিজৰ আন্দ্ৰে ৰাছেলক।

This is my ‘Best T20I XI’ by picking
ONLY ONE player from a country:
1 @davidwarner31 (c) ??
2 @babarazam258 ??
3 Kane ??
4 @ABdeVilliers17 ??
5 @josbuttler (wk) ??
6 @Russell12A ??
7 @Sah75official ??
8 @rashidkhan_19 ??
9 @IamSandeep25 ??
10 Malinga??
11 @Jaspritbumrah93 ??

— Wasim Jaffer (@WasimJaffer14) April 20, 2020

আনহাতে জাফাৰে সকলোকে আচৰিত কৰি তুলি তেওঁৰ দলত অন্তৰ্ভুক্ত কৰিছে নেপালৰ স্পিনাৰ সন্দিপ লমিছানেক।

Recent News

গ্ৰাহক ৰজা, নিৰামিষ ৰান্ধিছে নে আমিষ সেই বিষয়ে জনাৰ অধিকাৰ আছে: উচ্চতম ন্যায়ালয়

গ্ৰাহক ৰজা, নিৰামিষ ৰান্ধিছে নে আমিষ সেই বিষয়ে জনাৰ অধিকাৰ আছে: উচ্চতম ন্যায়ালয়

১৯৯ কোটি টকাৰ কৰ ফাঁকিৰ গোচৰত বিপদত পৰিছে কংগ্ৰেছ, ‘কোনোধৰণৰ সকাহ নাই’ বুলি জনালে ন্যায়াধিকৰণে

১৯৯ কোটি টকাৰ কৰ ফাঁকিৰ গোচৰত বিপদত পৰিছে কংগ্ৰেছ, ‘কোনোধৰণৰ সকাহ নাই’ বুলি জনালে ন্যায়াধিকৰণে

উজনি অসমতো উচ্ছেদ কৰা হ’ব খিলঞ্জীয়া লোক : শদিয়া ভ্ৰমণৰ সময়ত ইংগিত মুখ্যমন্ত্ৰীৰ

উজনি অসমতো উচ্ছেদ কৰা হ’ব খিলঞ্জীয়া লোক : শদিয়া ভ্ৰমণৰ সময়ত ইংগিত মুখ্যমন্ত্ৰীৰ

ডাক্তৰৰ সাক্ষাৎ কৰিবলৈ নিদিয়াৰ বাবে ৰিচেপচনিষ্টক চুলিত ধৰি টানিলে সুৰাপায়ীয়ে

ডাক্তৰৰ সাক্ষাৎ কৰিবলৈ নিদিয়াৰ বাবে ৰিচেপচনিষ্টক চুলিত ধৰি টানিলে সুৰাপায়ীয়ে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd