• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Uncategorized

লাওখোৱাৰ বান পীড়িত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰীৰ : ত্ৰিশ কোটি টকাৰ আঁচনি ঘোষণা

ভার্গব হাজৰিকা by ভার্গব হাজৰিকা
July 18, 2019 8:18 pm
VideoCapture_20190718

লাওখোৱাৰ বান পীড়িত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ অন্তৰ্গত লাওখোৱাৰ নৈ পৰীয়া অঞ্চলত বুধবাৰে বিয়লি উপস্থিত হয় জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত। চামগুৰিৰ লাওখোৱাৰ বৃহত্তৰ বানপীড়িত অঞ্চলত নিশা পৰ্যন্ত জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত হৈ বানক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰাৰ লগতে বান পৰিস্থিতিও বুজ লয় মন্ত্ৰী গৰাকীয়ে।

বিগত সাত দিন ধৰি চামগুৰিৰ লাওখোৱাৰ বিভিন্ন অঞ্চলত বান পৰিস্থিতি অব্যাহত আছিল যদিও বান পৰিস্থিতি জটিল হৈ থকাৰ সময়ত লাওখোৱাৰ বানপীড়িতৰ কাষত উপস্থিত হ’বলৈ সময় নোপোৱা মন্ত্ৰী কেশৱ মহন্ত অৱশেষত লাওখোৱা অঞ্চলত বানপানী কমাৰ পাছতহে উপস্থিত হোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি বন্যাৰ্তৰ মাজত তুমুল চৰ্চা চলিছে।

Apply Now

লাওখোৱাত উপস্থিত হৈ শান্তি বজাৰ আৰু ১নং ভুৰবন্ধাৰ বান ক্ষতিগ্ৰস্ত ৰাইজৰ দুখ-দুৰ্দশাৰ খৱৰ লৈ লাওখোৱাৰ মূল মথাউৰি সুৰক্ষিত কৰাৰ লগতে বৃহত্তৰ অঞ্চলটোৰ বান গৰাখহনীয়া সমস্যা ৰোধ কৰিবৰ বাবে সৰ্বমুঠ ৩০কোটি টকাৰ ব্যয় সাপেক্ষে তিনিখনকৈ নতুন আঁচনি ধাৰ্য কৰাৰ কথা ব্যক্ত কৰে।

বৃহত্তৰ নৈ পৰীয়া অঞ্চলটোৰ বন্যাৰ্ত পৰিয়াল সমূহৰ সুৰক্ষাৰ স্বাৰ্থত এই আঁচনি কেইখনৰ অধীনত নতুনকৈ পাৰ্কুপাইনৰ, গাইড বান্ধ, মথাউৰি আদি নিৰ্মাণ কৰি অঞ্চলটোৰ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সংশ্লিষ্ট বিভাগটোৱে প্ৰচেষ্টা হাতত ল’ব বুলি মন্তব্য কৰে মহন্তই।

ইয়াৰোপৰি বুঢ়াচাপৰি অভয়াৰণ্যসহ শোণিতপুৰ জিলাৰ দক্ষিণ পাৰত অৱস্থিত তথা সদায় প্ৰশাসন আৰু চৰকাৰৰ পৰা অৱহেলিত হৈ অহাৰ অভিযোগ উত্থাপন হোৱা ব্ৰহ্মপুত্ৰৰ বান গৰাখহনীয়াৰ ফলত নিঃচিহ্নপ্ৰায় অৱস্থা হোৱা বুঢ়াচাপৰিৰ ধনীয়া গাঁৱৰো বান গৰাখহনীয়া সমস্যা শীঘ্ৰে সমাধান কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে মন্ত্ৰী গৰাকীয়ে।

বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যকে ধৰি নিকটৱৰ্ত্তী শোণিতপুৰ জিলাৰ দক্ষিণ পাৰৰ বান গৰাখহনীয়াৰ সমস্যা সমাধানৰ ক্ষেত্ৰত পূৰ্বৰে পৰা বন বিভাগে বিধিপথালি দি আহিছিল বুলি মন্ত্ৰী গৰাকীয়ে অভিযোগ উত্থাপন কৰাৰ লগতে আনাগত খৰালিৰ দিনত সংশ্লিষ্ট সকলো কেইটা বিভাগ একত্ৰিত হৈ পৰ্যালোচনা ক্ৰমে শীঘ্ৰে বৃহত্তৰ অঞ্চলটো সুৰক্ষিত কৰাৰ ব্যৱস্থা হাতত লোৱা হ’ব বুলি আশ্বাস প্ৰদান কৰে মন্ত্ৰী কেশৱ মহন্তই।

আনহাতে, বৃহত্তৰ লাওখোৱা অঞ্চলত বানপানী থকা পৰ্য্যন্ত চৰকাৰী নিৰ্ধাৰিত নিৰিখমতেই বানসাহাৰ্য্যৰ লগতে শিশু আৰু পশু খাদ্য বন্যাৰ্ত পৰিয়াল সমূহক প্ৰদান কৰিব বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে জলসম্পদ বিভাগৰ মন্ত্ৰী গৰাকীয়ে।

ভার্গব হাজৰিকা

ভার্গব হাজৰিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd