• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, October 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জম্মু-কাশ্মীৰ দৃষ্টান্তৰে সমখণ্ডিত অসমভূমিত বড়োলেণ্ড দাবীৰে চিৰাঙত জনসমুদ্ৰ

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
September 10, 2019 8:50 pm
10-09-19 Chirang- ABSU We support J&K bifurcation, now give us our state: Bodoland movement organisations tell Centre

বড়োলেণ্ডৰ দাবীত চিৰাঙৰ জন সমাৱেশ। ছবি -ইউ বি।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু-কাশ্মীৰ বিভাজনৰ দৃষ্টান্ত লৈ সমখণ্ডিত অসমৰ বুকুত হওক সুকীয়া স্ব-ৰাজ্য, বড়োলেণ্ড আন্দোলনৰ সমৰ্থনত চিৰাঙত মঙলবাৰে ওলাই অহা সহস্ৰ লোকৰ দাবী এয়া।

জম্মু-কাশ্মীৰত কেন্দ্ৰৰ সিদ্ধান্তলৈ পূৰ্ণ সমৰ্থন আগবঢ়াই বড়োলেণ্ড আন্দোলন সংগঠনসমূহে আহ্বান কৰা সমাৱেশৰ পৰা ভাৰত চৰকাৰক এই দাবী জনোৱা হৈছে।

Apply Now

“বড়োলেণ্ডৰ দৰে আন দীৰ্ঘকালীন ৰাজ্য দাবী মোকাবিলাৰ ক্ষেত্ৰতো একেই ৰাজনৈতিক ইচ্ছা আৰু অত্যাৱশ্যকতাৰ অনুশীলন কৰিবলৈ আমি চৰকাৰক দাবী জনাইছো,” সমাৱেশৰ আহ্বায়ক, বড়োলেণ্ডৰ দাবীদাৰ এবছু, পিজেএচিবিএম আৰু এন ডি এফ বি (পি)ৰ যৌথ বিবৃতিত প্ৰকাশ।

সংগঠনকেইটাই কয়, “সময় নিৰ্ধাৰিত” নীতিগত সিদ্ধান্ত গ্ৰহণেৰে কেন্দ্ৰই বিষয়টো সমাধান নকৰিলে ধাৰাবাহিক গণ আন্দোলনৰ কাৰ্য্যসূচী লোৱা হ’ব।

সুকীয়া ৰাজ্য/ কেন্দ্ৰীয় শাসিত প্ৰদেশ সৃষ্টিৰ সিদ্ধান্ত ল’ব পৰাকৈ শাসকীয় বিজেপি দলৰ দুয়ো সদনতে পৰ্য্যাপ্ত সংখ্যাগৰিষ্ঠতা থকালৈ আঙুলিয়াই বড়ো গণ সংগঠনকেইটাই জৰুৰীভাৱে তেওঁলোকৰ দাবী পূৰণৰ দাবী জনাইছে।

ক্ষুদ্ৰ ৰাজ্য গঠনৰ ক্ষেত্ৰত থকা বিজেপি দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতিৰ কথাও সংগঠনকেইটাই সোঁৱৰাই দিছে। কোৱা হৈছে, নতুন ৰাজ্য গঠনৰ ক্ষেত্ৰত ই কোনো অজুহাত উলিয়াব নোৱাৰে।

“পৰি থকা নতুন ৰাজ্য/ ক্ষুদ্ৰ ৰাজ্যৰ দাবীসমূহৰ স্থায়ী সমাধান বিজেপিৰ ২০১৪ৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি,” শাসক পক্ষক “সোঁৱৰাই” সংগঠনকেইটাৰ মন্তব্য। “১৯৯৬ চনৰ ভুৱনেশ্বৰ অভিৱৰ্তন মতে দলটো ক্ষুদ্ৰ ৰাজ্য সৃষ্টিৰ পক্ষত।”

বৰ্তমান চৰকাৰৰ অনুশীলনে সাধাৰণ মানুহলৈ এটা “ভুল ইংগিত” দিছে যে সন্ত্ৰাস আৰু হিংসা থাকিলেহে নতুন ৰাজ্য গঠনৰ বাধ্যবাধকতা আহে, সংগঠনকেইটাই কয়। “সুকীয়া ৰাজ্যৰ দাবী চলি থকা অংশসমূহত ই হিংসাক উৎসাহিত কৰিব পাৰে।”

বড়োলেণ্ড দাবী তেলেংগানা দাবীৰ দৰেই পুৰণি বুলি উল্লেখ কৰি সংগঠনকেইটাই ২০১৪ চনত অন্ধ্ৰ প্ৰদেশ বিভাজনেৰে সুকীয়া ৰাজ্য গঠনৰ কথাও আঙুলিয়াই দিছে।

বড়োলেণ্ড আন্দোলনৰ ৰক্তাক্ত ইতিহাস সোঁৱৰাই সংগঠনকেইটাই কৈছে যে ইখনৰ পিছত সিখন চৰকাৰে বড়োলেণ্ডৰ ক্ষেত্ৰত ভাৰতীয় সংবিধানৰ ২ আৰু ৩ প্ৰবন্ধ সম্পূৰ্ণৰূপে উলংঘা কৰিছে।

চিৰাঙৰ সমাৱেশখনত এবছুৰ সভাপতি প্ৰমোদ বড়ো, পি জে এ চি বি এম (People’s Joint Action Committee for Boroland Movement)ৰ মুখ্য সহ-সমন্বয়ক ৰাকেশ বড়ো আৰু এন ডি এফ বি (পি)ৰ সভাপতি গোবিন্দ চন্দ্ৰ বসুমতাৰী উপস্থিত আছিল।

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am
বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ অনুপম ‎শৰ্মা : অসমলৈ কঢ়িয়াই আনিলে বিৰল গৌৰৱ

October 13, 2026 10:12 pm
গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

গণতন্ত্ৰত কুঠাৰ ঘাত! দিল্লীত এদিন প্ৰতিবাদ কৰিবৰ বাবে চৰকাৰক দিব লাগিব ১.২১ লাখ টকা!

October 13, 2026 9:00 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

নিৰ্বাচন আয়োগৰ বিৰুদ্ধে প্ৰতিবাদে ল’লে নাটকীয় ৰূপ! দিল্লীত সৌৰভ দাসসহ চিজেপিৰ তিনি নেতাক গ্ৰেপ্তাৰ

October 14, 2026 7:52 am
উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

উপনিষদৰ শ্লোক, প্ৰাচ্য-পাশ্চাত্যৰ মিলন! ৰাছেললৈ লিখা ৰবীন্দ্ৰনাথৰ শতাব্দী পুৰণি চিঠি প্ৰকাশ কৰিলে ন’বেল কমিটীয়ে

October 14, 2026 6:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd