• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 16, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আমাক ন্যায় লাগে NIA নালাগে; স্বেচ্ছাচাৰী চৰকাৰ উফৰি যাব : শৃংখল চলিহা

NE NOW NEWS দীপজ্যোতি শৰ্মা
গুৱাহাটী , March 19, 2020 7:08 pm

2 min read

CID summons two leaders of BIr Lachit Sena

শৃংখল চলিহা

29.3k
VIEWS
Share on FacebookShare on Twitter

‘আমাক ন্যায় লাগে নিয়া (NIA) নালাগে। উচ্চ ন্যায়ালয়ে আমাক ন্যায় দিছে। অখিল গগৈক যি মাওবাদী সজাবলৈ গৈছিল সেই ক্ষেত্ৰত অখিল গগৈয়ে ৰেহাই পাইছে’ এই মন্তব্য বীৰ লাচিত সেনাৰ সাংগঠনিক সম্পাদক শৃংখল চলিহাৰ।

‘কা’ বিৰোধী আন্দোলনকাৰীৰ ওপৰত চলা চৰকাৰী ‘আক্ৰমণ’ৰ প্ৰতিবাদত গুৱাহাটী প্ৰেছ ক্লাবত আজি নাগৰিক সমাজে আহ্বান কৰা এখন সভাত উপস্থিত থাকি সংবাদ মাধ্যমৰ আগত শৃংখল চলিহাই এইদৰে কয়।

NIA গোচৰৰ পৰা মুক্ত হোৱাৰ পিছতে পুনৰ কৃষক নেতাজনৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ জাপি শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শৃংখলে চলিহাই, ‘ন্যায় আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতি আমাৰ এতিয়াও বিশ্বাস আছে। আমাৰ বিশ্বাস শিৱসাগৰৰ গোচৰত অখিল গগৈয়ে শীঘ্ৰে জামিন পাব আৰু মুকলি আকাশৰ তললৈ আহিব।‘

আনহাতে অখিল গগৈ মুকলি আকাশৰ তললৈ ওলাই অহাৰ পিছতে ‘কা’ বিৰোধী সংগ্রামখন যাতে ঐক্যবদ্ধ হয় তাৰ প্ৰতি কৃষক মুক্তি তথা অন্যান্য দল-সংগঠনলৈ চলিহাই আহ্বান জনায়।

বিজেপি দল উফৰি যাব বুলি উল্লেখ কৰি তেওঁ আৰু কয় ‘স্বেচ্ছাচাৰী চৰকাৰে হিটলাৰী শাসন ব্যৱস্থা কিমান দিন চলাব। যি দৰে ইন্দিৰা গান্ধীৰ দৰে মানুহ ফেচিষ্ট চৰকাৰ চলাই উফৰি গৈছিল সেইদৰে উফৰি যাব বিজেপি। ইন্দিৰা গান্ধীৰ জৰুৰীকালীন অৱস্থাতকৈ এতিয়া ভয়ংকৰ অৱস্থা হৈ আছে।‘

মিৰা বৰঠাকুৰকে ধৰি বিভিন্ন ব্যক্তিৰ প্ৰতি একাংশই ফে’চবুকত অশ্লীল মন্তব্য কৰা কাৰ্য্যকো বীৰ লাচিত সেনাৰ নেতাজনে গৰিহনা দিয়ে আৰু ইয়াৰ বাবে বিজেপিৰ আই টি চেলক কঠোৰ সমালোচনা কৰে। তেওঁৰ মতে ‘ভোটৰ স্বাৰ্থত বিজেপিয়ে এক উঠি অহা প্ৰজন্মক শেষ কৰি দিছে।‘

Recent News

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

মূল্য বৃদ্ধিৰ বিৰুদ্ধে দদৰাত কংগ্ৰেছ কৰ্মীৰ উত্তাল প্ৰতিবাদ; হাজো-গুৱাহাটী ঘাইপথ অৱৰোধ

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

নতুন বৰ্ষত কলিয়াবৰৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াইছে বিভিন্ন স্থানৰ পৰ্যটকে

দিল্লী এইমছৰ চাফাই কৰ্মী মনিষ কুমাৰ ভাৰতৰ প্ৰথম গৰাকী ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰা ব্যক্তি

দিল্লী এইমছৰ চাফাই কৰ্মী মনিষ কুমাৰ ভাৰতৰ প্ৰথম গৰাকী ক’ৰ’নাৰ ভেকচিন গ্ৰহণ কৰা ব্যক্তি

aa del

কলিয়াবৰত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়ৰ আতংক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd