• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

CAB কোনো পৰিস্থিতিতে আমি মানি নলও : আছু

খিলঞ্জীয়া লোকৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থৰ বাবে আন্দোলনৰ বাহিৰে বিকল্প নাই বুলি মন্তব্য সমুজ্জ্বল ভট্টাচাৰ্যৰ

NE NOW NEWS এন ই নাও নিউজ
নতুন দিল্লী , December 4, 2019 8:19 am

2 min read

Samujjal-Bhattacharya2

ফাইল ফটো

1.6k
VIEWS
Share on FacebookShare on Twitter

অসমত নাগৰিকত্ব সংশোধনী বিধেয়ক চমুকৈ কেব কোনো কাৰণতে মানি লোৱা নহ’ব বুলি মঙলবাৰে পুনৰ এবাৰ স্পষ্টভাৱে গৃহ মন্ত্ৰী অমিত শ্বাহক জনাই দিয়ে সদৌ অসম ছাত্ৰ সন্থাই।

‘অসম চুক্তিক উলংঘা কৰা বিধেয়কখন কোনো কাৰণতে অসমবাসীয়ে মানি নলয় বুলি আমি গৃহ মন্ত্ৰীক জনাই দিছো’, গৃহ মন্ত্ৰীৰে বৈঠকৰ অন্তত সাংবাদিকেৰে হোৱা কথা-বতৰাত এনেদৰে কয় আছুৰ উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই।

সাংবাদিকৰ সন্মুখত ভট্টাচাৰ্যই অতি ক্ষোভেৰে কয় যে বিজেপিয়ে যোৱা বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম চুক্তিৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ণ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল। কিন্তু আজি তেওঁলোকে ইস্তাহাৰৰ প্ৰতিশ্ৰুতি পাহৰি গৈছে।

‘অসম চুক্তিক লৈ কোনো কথা-বতৰা নাই… তেওঁলোকে কেৱল বিধেয়কখনহে গৃহীত কৰিব বিচাৰে’, ভট্টাচাৰ্যই এইদৰে কয়।

ইয়াৰ উপৰি তেওঁ অসমৰ খিলঞ্জীয়া লোকৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থৰ বাবে আন্দোলনৰ বাহিৰে আন কোনো বিকল্প নাই বুলিও মন্তব্য কৰে।

ইফালে আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে বিজেপিক তীব্ৰ সমালোচনা কৰি কয়, ‘কেৱল ৰাজনৈতিক মুনাফা লাভৰ বাবেই বিজেপিয়ে কেব গৃহীত কৰিব ওলাইছে’।

নাগৰিকত্ব সংশোধনী বিধেয়ক প্ৰসংগত গৃহ মন্ত্ৰী অমিত শ্বাহৰ সৈতে অনুষ্ঠিত বৈঠকত আছুৰ উপৰি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, নাগা ষ্টুডেণ্টছ ফেডাৰেশ্যনৰ নেতৃত্ব উপস্থিত আছিল।

এই বৈঠকত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে।

Recent News

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

টীয়কত গৃহ প্ৰৱেশ সমাৰোহৰ শুভাৰম্ভ কৰিলে সাংসদ তপন গগৈয়ে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

আজিৰ পৰা বোকাখাতত কৃষি আৰু উদ্যান শস্যৰ ৰাষ্ট্ৰীয় প্ৰদৰ্শনী; উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd