• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নিজৰ সমষ্টিতে হিমন্ত বিশ্বক প্ৰত্যাহ্বান জুবিনৰ : ২০২১-ত বিজেপিয়ে কিমান ভোট পায় চাই ল’ম

এন ই নাও নিউজ by এন ই নাও নিউজ
December 28, 2019 6:57 pm
670
VIEWS
Share on FacebookShare on Twitter

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিতে আজি হিমন্তক প্ৰত্যাহ্বান জনালে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে। জুবিনে ক’লে, “২০২১ চনত বিজেপিয়ে কিমান ভোট পায় চাম?”

আজি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ গৃহসমষ্টি শুৱালকুছিত আছু আৰু ৩০ টা জনগোষ্ঠীয় সংগঠনে নাগৰিকত্ব (সংশোধন) আইনৰ বিৰোধিতাৰে গণ প্ৰতিবাদ কাৰ্যসূচী অনুষ্ঠিত কৰে। এই প্ৰতিবাদী সভাত উপস্থিত আছিল শিল্পী সমাজো।

প্ৰতিবাদী সভাত জুবিনে পুনৰবাৰ বিজেপি চৰকাৰক সমালোচনাৰে থকা সৰকা কৰি কয় যে, “মই যোৱা ৩০ টা বছৰ দেখিলো কিন্তু একেই চৰকাৰৰ ফালৰ পৰা কোনো উন্নয়ন হোৱা নাই। বিপেজি, কংগ্ৰেছ, অপগ সকলো একেই, লংকালে গ’লে সকলো ৰাৱন হয়।”

“বেলেগৰ ওপৰত বিশ্বাস কৰি বহুত মাৰ খালো এতিয়া আৰু নোৱাৰি, এতিয়া ওলটাকে মৰাৰ সময়।” বুলি উল্লেখ কৰি জুবিনে কয়, “আমাৰ হাতত বিকল্প নাই, গতিকে ২০২১ত আমাক এটা শক্তিশালী আঞ্চলিক দলৰ প্ৰয়োজন।”

জুবিনে নতুন দলৰ প্ৰসংগত কয়, “এইটো চাম আলোচনা কৰি দৰকাৰ হ’লে আমাৰ দল থাকিব। কিন্তু মই নাথাকো, মই সহায় কৰিম আৰু চাম ২০২১ত বিজেপিয়ে, কংগ্ৰেছে, অগপই কিমান ভোট পায়?”

NPRৰ কথা উল্লেখ কৰি জুবিনে কয়, “আকৌ NPR ওলিয়াইছে। প্ৰথমে NRC তাৰ পিছত C(A)A, এতিয়া আকৌ NPR। মুখৰ পৰা বেয়া মাত হে ওলাব আৰু। বেয়া শব্দলে যোৱাৰ পৰিৱেশ কোনো সৃষ্টি কৰিছে, বিজেপিয়ে কৰিছে।”

আজি প্ৰতিবাদী সভাত জুবিনে জাগীৰোডৰ কাগজ কলৰ কৰ্মচাৰীসকলৰ সমস্যাৰ সন্দৰ্ভতো উল্লেখ কৰি “আমি পেপাৰ মিলৰ লগত সদায় আছো” বুলি কয়।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd