• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জাৰ্চিত ‘মানৱ অধিকাৰ’ লিখি চৰ্চাত জাৰ্মানী আৰু নৰৱেৰ ফুটবল দল, কিয়?

এন ই নাও নিউজ by এন ই নাও নিউজ
March 26, 2021 4:45 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২২ চনত কাটাৰত অনুষ্ঠিত হ’বলগা ফুটবল বিশ্বকাপৰ বাবে প্ৰব্ৰজিত নিৰ্মাণ শ্ৰমিকসকলৰ অধিকাৰক লৈ ফুটবল বিশ্বত ব্যাপক সজাগতা লাভ কৰা দেখা গৈছে।

বৃহস্পতিবাৰে জাৰ্মানী ফুটবল দলৰ সদস্যসকলে শ্ৰমিকসকলৰ অধিকাৰৰ দাবীক সমৰ্থন কৰি ভাষ্য প্ৰদান কৰিছে।

Apply Now

দলটোৰ প্ৰশিক্ষক জাচিম লউৱে কয় যে তেওঁৰ দলে মানৱ অধিকাৰৰ বাবে মাত মাতে আৰু এয়া অত্যন্ত প্ৰয়োজনীয়।

বৃহস্পতিবাৰে জাৰ্মানীৰ ডুইছবাৰ্গত বিশ্বকাপৰ গ্ৰুপ জেৰ এখন কুৱালিফায়িং মেচত আইচলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হৈ জাৰ্মানীৰ খেলুৱৈসকলে এটা বিশেষ চাৰ্ট পৰিধান কৰে।

চাৰ্টটোত লিখা আছিল- ‘হিউমেন ৰাইটছ’।

আনহাতে, বুধবাৰে নৰৱে’ ফুটবল দলটোৱেও একেধৰণৰ এটা বাৰ্তা দিছে।

জিব্ৰাল্টৰৰ বিৰুদ্ধে খেলা এখন ফুটবল মেচত নৰৱে’ৰ দলটোৱে এটা টি-চাৰ্ট পৰিধান কৰে, য’ত লিখা আছিল- ‘হিউমেন ৰাইটছ, অন এণ্ড অফ দা পিটচ’ (মানৱ অধিকাৰ, খেলপথাৰৰ বাহিৰতো ভিতৰতো।

ফুটবল বিশ্বত এই সজাগতাৰ মূলতে হ’ল ব্ৰিটিছ বাতৰি কাকত দ্যা গাৰ্ডিয়ানত প্ৰকাশিত এটা বাতৰি।

বাতৰিটোত কাকতখনে প্ৰকাশ কৰিছিল যে ১০ বছৰ পূৰ্বে যেতিয়া কাটাৰে ২০২২ বৰ্ষৰ বিশ্বকাপ অনুষ্ঠিত কৰিবলৈ অনুজ্ঞা লাভ কৰিছিল, তাৰ পাছতে দেশখনে ফুটবল ষ্টেডিয়ামসমূহ নিৰ্মাণ কৰিবলৈ ধৰে।

বাতৰি কাকতখনে কোৱামতে, যোৱা ১০ বছৰত ফুটবল ষ্টেডিয়ামসমূহত কৰ্মৰত কমেও ৬,৫০০ জন প্ৰব্ৰজিত শ্ৰমিকে মৃত্যুবৰণ কৰিছে।

আনহাতে, বৃহস্পতিবাৰে কাটাৰৰ বিশ্বকাপ আয়োজক সমিতিৰ এজন মুখপাত্ৰই স্পষ্টিকৰণ দিয়ে যে তেওঁলোকে শ্ৰমিকসকলৰ স্বাস্থ্য আৰু সুৰক্ষাৰ বাবে সজাগ।

মুখপাত্ৰজনে জনোৱামতে ২০১৪ চনৰ পৰা নিৰ্মাণকাৰ্য আৰম্ভ হোৱাৰ পৰা এতিয়ালৈকে ৩জন শ্ৰমিকে কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰিছে, আনহাতে ৩৫জন শ্ৰমিকৰ কৰ্মবিৰত অৱস্থাত মৃত্যু হৈছে।

ফুটবল বিশ্বক পৰিচালনা কৰা ফিফাই কয় যে শ্ৰমিকৰ অধিকাৰৰ দাবীত মাত মতা নৰৱেৰ খেলুৱৈসকলৰ বিৰুদ্ধে কোনোধৰণৰ ব্যৱ্স্থা লোৱা নহ’ব।

”ফিফাই বাকস্বাধিনতা আৰু ফুটবলৰ শক্তিক এটা শুভশক্তি হিচাপে বিশ্বাস কৰে।”- ফিফাই কয়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘যুৱক-যুৱতীসকলৰ ভৱিষ্যত আটাইতকৈ বেছি আপুনিয়ে নষ্ট কৰিছে’, নিট কেলেংকাৰীক লৈ প্ৰধানমন্ত্ৰীক পুনৰ আক্ৰমণ ৰাহুল গান্ধীৰ

July 23, 2026 1:04 pm
ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

ফিফা বিশ্বকাপতকৈও পুৰণি ডুৰাণ্ড কাপ! এইবাৰ প্ৰতিযোগিতাত ৭টা নতুন দলৰ অভিষেক, অসমৰো দুটা দলৰ অংশগ্ৰহণ

July 23, 2026 12:47 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

প্ৰশ্নকাকত ফাদিল সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ঘোষণাক নাকচ চিজেপিৰ, বাহিৰাগত দুষ্কৃতিকাৰীৰে আন্দোলন মষিমূৰ কৰাৰ অভিযোগ

July 23, 2026 2:52 pm
এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

এইচ বিনোথৰ পৰিচালনাত মুক্তি পালে বিজয়ৰ অন্তিমখন ছবি ‘জননায়গন’, প্ৰথম দিনৰ পুৱাৰ দৰ্শনীতেই ১১.৩৭ কোটি টকাৰ ব্যৱসায়

July 23, 2026 1:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd