• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিয়াৰ ভোজত মাংস নিদিলে কইনাৰ পৰিয়ালে! অপমানিত দৰা পক্ষই ভংগ কৰিলে বিবাহ

নৰ্থ ইষ্ট নাও, ডেস্ক by নৰ্থ ইষ্ট নাও, ডেস্ক
December 26, 2023 2:53 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত বিবাহক কেন্দ্ৰ কৰি সংঘটিত বিচিত্ৰ কাণ্ড ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰিছে। বিবাহৰ অনুষ্ঠানতে দৰা আৰু কইনাৰ ঘৰৰ মাজত হঠাতে সৃষ্টি হোৱা কাজিয়াৰ পৰিপ্ৰেক্ষিত বহু বিবাহ বাতিল হোৱাৰ বাতৰি প্ৰায়ে সংবাদ মাধ্যমত প্ৰকাশ হৈ আহিছে।

তেনে এক সময়তে এইবাৰ কইনাৰ ঘৰে বিবাহৰ অভ্যৰ্থনাত খাহী মাংস নিদিয়াৰ বাবেই দৰা ঘৰে বিবাহ বাতিল কৰাৰ বাতৰি আহিছে।

Apply Now

সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে, এই ঘটনাটো সংঘটিত হৈছে দক্ষিণৰ ৰাজ্য তেলেংগানাত। বাতৰিৰ মতে, যোৱা নৱেম্বৰত জগতিয়ালৰ এজন যুৱকৰ সৈতে নিজামাবাদৰ এগৰাকী যুৱতীৰ বিবাহৰ বাগদান সম্পন্ন হৈছিল। কিন্তু পিছত এই বিবাহখন আয়োজন কৰিলেও কইনা ঘৰে দৰা ঘৰক অপমান কৰাৰ অভিযোগ তুলি বিবাহ অনুষ্ঠানত চলি থকা সময়তে দৰা ঘৰে বিবাহখন বাতিল কৰে।  

কইনা ঘৰে বিবাহৰ অভ্যৰ্থনা অনুষ্ঠানৰ ভোজত খাহী মাংস নিদিয়াৰ বাবেই দৰা পক্ষই বিবাহখন বাতিল কৰে। দৰাঘৰে অভিযোগ কৰা মতে, কইনা ঘৰে অভ্যাগতক ভোজত খাহী মাংস দিয়াৰ কথা দিছিল যদিও কইনা ঘৰে কথা নাৰাখি দৰা ঘৰক অপমান কৰিলে। আৰু এই অপমানৰ পোতক তুলিবলৈকে দৰাঘৰে ক্ষুব্ধ হৈ তৎক্ষণাতে বিবাহ বাতিল কৰে।

দৰাঘৰে কইনা ঘৰত উপস্থিত হোৱাৰ পাছতে অভ্যাগতক খাহী মাংস পৰিৱেশন নকৰাৰ কথা জানিব পাৰি এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে। কইনা ঘৰত দৰা পক্ষই সূত্ৰপাত কৰা কাজিয়াৰ পিছতে কইনা ঘৰত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।

স্থানীয় আৰক্ষী থানাৰ বিষয়াই প্ৰকাশ কৰাম মতে, দৰাৰ পৰিয়ালক এই সংঘাত সমাধানৰ বাবে বুজাবলৈ চেষ্টা কৰিছিল যদিও তেওঁলোকে ইয়াক ‘অপমান’ বুলি গণ্য কৰি কথাটোক লৈ ইমানেই ক্ষুব্ধ হৈ পৰে যে কইনা ঘৰে ক্ষমা ভিক্ষা কৰাৰ পাছতো বিবাহ সম্পন্ন কৰিবলৈ সন্মত নহ’ল।

তেওঁলোকৰ অভিযোগ যে কইনাৰ পৰিয়ালে ইচ্ছাকৃতভাৱে ভোজত খাহী মাংস পৰিৱেশন নকৰাৰ কথাটো তেওঁলোকৰ পৰা লুকুৱাই ৰাখিছিল। অৱশেষত দৰাৰ পৰিয়ালে ক্ষুব্ধ হৈ বিয়াখন ভংগ কৰি ওভতি যায়।

এই কাণ্ডটো এখন অতি প্ৰশংসিত তেলেগু চিনেমাৰ কাহিনীভাগৰ সৈতে সাদৃশ্য দেখা গৈছে। যোৱা মাৰ্চ মাহত মুক্তি পোৱা ‘বালাগাম’ নামৰ চিনেমাখনত দেখা যায় যে দুয়োটা পৰিয়ালৰ মাজত খাহী মাংসক লৈ হোৱা বিবাদৰ পিছত এখন বিয়া বাতিল কৰা হৈছিল।

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ ইষ্ট নাও, ডেস্ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

অসমৰ প্ৰথমগৰাকী মহিলা IAS বিষয়া হিচাপে কেন্দ্ৰৰ যুটীয়া সচিব পদৰ বাবে মনোনীত বৰ্ণালী ডেকা

August 29, 2026 7:28 pm
খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

খাৰ্গেৰ সভাস্থলীত ‘শুদ্ধিকৰণ’! অস্পৃশ্যতাৰ নতুন ৰূপ বুলি বিজেপি-আৰএছএছক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 29, 2026 6:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

কাজিৰঙাৰ পৰিৱেশ সংবেদনশীল অঞ্চল হ্ৰাসৰ বিৰোধিতাৰে ৰাজ্যজুৰি কংগ্ৰেছৰ পদযাত্ৰা

August 29, 2026 9:20 pm
২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

২০১৮ৰ মাইবঙ আৰক্ষীৰ গুলীচালনাৰ গোচৰত গুৰুত্বপূৰ্ণ ৰায়, নিহতৰ পৰিয়ালক ৩ লাখ আৰু আহতক ২ লাখকৈ ক্ষতিপূৰণৰ নিৰ্দেশ

August 29, 2026 8:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd