• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

শিহৰণকাৰী দুৰ্ঘটনা; ৰৈ থকা ট্ৰাকত খুন্দিয়ালে বিবাহযাত্ৰীৰ বাহনে, ৮জনৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 20, 2019 1:52 pm

1 min read

IMG-20191120-WA0004-750x375

ফটো : নৰ্থ-ইষ্ট নাও

6.6k
VIEWS
Share on FacebookShare on Twitter

ওদালগুৰি জিলাৰ ওৰাঙত নিশা এখন বিবাহযাত্ৰীৰ বাহন দুৰ্ঘটনাত পতিত হৈ ৮ জন লোকে প্ৰাণ হেৰুৱাব লগীয়া হোৱা ঘটনাই মৰ্মাহত কৰি তুলিছে সমগ্ৰ ৰাজ্যবাসীকে।

ঘটনাৰ বিৱৰণি মতে, বিবাহযাত্ৰীৰ বাহনখনে ওৰাঙৰ গেলাবিলত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা এখন ট্ৰাকত খুন্দা মৰাৰ ফলতেই শিহৰণকাৰী দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাটোত থিতাতে নিহত হোৱা কেইজনৰ ভিতৰত ক্ৰমে গাড়ীখনৰ চালক দিগন্ত শইকীয়া (জোন), পাৰ্থ কুৰী, নাৰায়ন দাস, ৰিংকু শইকীয়া, ৰঞ্জিত ডেকা, পৰিমা কুৰ্মী বুলি চিনাক্ত কৰা হৈছে। এতিয়াও দুজন লোকৰ পৰিচয় জানিব পৰা হোৱা নাই।

বিবাহযাত্ৰীৰ দলটোৱে তেজপুৰৰ পৰা বাইহাটা চাৰিআলীলৈ বিয়া খাবলৈ আহিছিল। বিয়া খাই তেজপুৰলৈ উভতি যোৱাৰ পথতে নিশা প্ৰায় ২.৩০ মান বজাত দুৰ্ঘটনাটো সংঘটিত হয়।

দুৰ্ঘটনাত পতিত AS–12B–2022 নম্বৰৰ বাহনখন আৰ্টিগা বুলি জানিব পৰা গৈছে।

স্থানীয় লোকৰ ভাষ্য অনুসৰি, দুৰ্ঘটনাটো সংঘটিত হোৱাৰ কিছু সময়ৰ পূৰ্বে সেই একে স্থানতে আন এটা দুৰ্ঘটনা সংঘটিত হৈছিল। সেয়ে উক্ত স্থানত ৰৈ আছিল এখন ট্ৰাক। কিন্তু নিশা বিবাহযাত্ৰীৰ বাহনখনে ট্ৰাকখন ৰৈ থকা বুলি গম নাপাই খুন্দা মৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়।

তেজপুৰৰ তেলেৰীয়াৰ নয়ন নামৰ যুৱকজনৰ বিয়া খাবলৈ আহিছিল দলটো।

Recent News

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান

ভাৰতত দুই সপ্তাহতকৈও কম সময়ৰ ভিতৰত ২ নিযুত স্বাস্থ্য কৰ্মীক ক’ভিড-১৯ৰ টিকা প্ৰদান

পুনৰ ১৪ ফেব্ৰুৱাৰিলৈ বাতিল কৰা হ’ল ভাৰত-বৃটেইনৰ মাজৰ বিমান সেৱা

পুনৰ ১৪ ফেব্ৰুৱাৰিলৈ বাতিল কৰা হ’ল ভাৰত-বৃটেইনৰ মাজৰ বিমান সেৱা

index.jpgnm

নিশা শুৱালকুছিত দুৰ্বৃত্তই জ্বলালে ব্যৱসায়ীৰ বাহন : সম্পূৰ্ণৰূপে ভস্মীভূত বিলাসী বাহনখন

সৌৰভ গাংগুলীৰ শৰীৰ এতিয়া স্থিৰ; বাংগালুৰুৰ পৰা আহিল হৃদৰোগ বিশেষজ্ঞ দেবী ছেট্টী

সৌৰভ গাংগুলীৰ শৰীৰ এতিয়া স্থিৰ; বাংগালুৰুৰ পৰা আহিল হৃদৰোগ বিশেষজ্ঞ দেবী ছেট্টী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd