DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, June 24, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লকডাউনত গোপনে পতা সকলো বিয়া ‘অবৈধ’ ঘোষণাৰ সিদ্ধান্ত এইখন ৰাজ্যৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 27, 2021 7:09 pm
marriage image

প্ৰতিনিধিত্বমূলক ফটো।

379
VIEWS
Share on FacebookShare on Twitter

কৰ’না ভাইৰাছৰ সংক্ৰমণৰ দ্বিতীয় ঢৌত অস্থিৰ হৈ পৰা ভাৰতত শেহতীয়াকৈ সংক্ৰমণৰ হাৰ কিছু নিম্নগামী হোৱা দেখা গৈছে।

কিন্তু কোভিডৰ পৰা কিছু সকাহ পোৱাৰ মাজতে আকৌ বিভিন্ন ধৰণৰ ফাংগাছৰ সংক্ৰমণে নতুনকৈ উদ্বেগৰ সৃষ্টি কৰিছে।

ইপিনে, কৰ’না দ্বিতীয় ঢৌৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে দেশখনত আংশিক লকডাউন জাৰি কৰা হৈছিল। সেইদৰে, সকলো ধৰণৰ সামাজিক অনুষ্ঠানত নিষেধাজ্ঞা জাৰি কৰা হৈছিল।

পিচে, ৰাজ্য চৰকাৰৰ এনে নিষেধাজ্ঞাক বৃদ্ধাংগুষ্ঠ দেখুৱাই শতাধিক দম্পতিয়ে বিয়া পাতিছিল। এনে বিয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰখনে।

বাতৰি অনুসৰি, মধ্য প্ৰদেশৰ কেইবাখনো জিলাৰ জিলা প্ৰশাসনে চলিত মাহত সম্পন্ন হোৱা সকলো বিয়া বাতিল তথা অবৈধ বুলি ঘোষণা কৰা হ’ব বুলি জানিবলৈ দিছে।

ৰাজ্য চৰকাৰৰ ফালৰ পৰা জানিবলৈ দিয়া মতে চলিত মাহত লকডাউনৰ নিয়ম উলংঘা কৰি গোপনে কমেও ১৩০খন বিয়া সম্পন্ন হৈছে।

এই সকলো বিয়া অবৈধ বুলি ঘোষণা কৰা হ’ব আৰু বিবাহিত দম্পতি, তেওঁলোকৰ পৰিয়াল আৰু পুৰোহিতৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব।

Recent News

Assam Career : IASST,গুৱাহাটীত পদ খালী, জানো আহক আবেদনৰ প্ৰক্ৰিয়া

Assam Career : IASST,গুৱাহাটীত পদ খালী, জানো আহক আবেদনৰ প্ৰক্ৰিয়া

Leo Messi Birthday

‘৩৫ নট আউট’: ৩৫ টা বসন্ত গৰকিলে ফুটবলৰ যাদুকৰে

অসমৰ তপন কুমাৰ ডেকাক আইবি প্ৰধান নিযুক্তি

অসমৰ তপন কুমাৰ ডেকাক আইবি প্ৰধান নিযুক্তি

অথঃ গুপ্তচৰ সংবাদ : ৰাছিয়া- ইউক্ৰেইন যুদ্ধ ইত্যাদি

অথঃ গুপ্তচৰ সংবাদ : ৰাছিয়া- ইউক্ৰেইন যুদ্ধ ইত্যাদি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd