DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 1, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছত আজিৰ পৰা লাডাখত পুনৰ আৰম্ভ হৈছে ভাৰত-চীন সেনাৰ বৈঠক

গালৱান উপত্যকাৰ ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছত এসপ্তাহ ধৰি বন্ধ হৈ আছিল বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
June 22, 2020 4:00 pm
image.jpgrtt
1.1k
VIEWS
Share on FacebookShare on Twitter

আজিৰ পৰা পুনৰ আৰম্ভ হৈছে লাডাখ সীমান্তত ভাৰত আৰু চীনৰ সেনাৰ উচ্চ পৰ্যায়ৰ বৈঠক।

যোৱা সোমবাৰে লাডাখৰ গালৱান উপত্যকাত দুই দেশৰ সেনাৰ মাজত ৰক্তক্ষয়ী সংঘৰ্ষ হোৱাৰ পিছত এসপ্তাহ ধৰি বন্ধ আছিল এই বৈঠক।

আজি এটা সপ্তাহৰ পিছত পুনৰ আৰম্ভ হৈছে দুই দেশৰ মাজৰ সেনাৰ মেজৰ জেনেৰেল পৰ্যায়ৰ বৈঠক।

উল্লেখ্য যে, ৬ জুনৰ পৰা ধাৰাবাহিকভাৱে অব্যাহত থকা এই বৈঠকৰ মাজতে যোৱা সোমবাৰে দুই পক্ষ সেনাৰ মাজত ৰক্তক্ষয়ী সংঘৰ্ষ সংঘটিত হয়।

ইয়াৰ পিছতে লাডাখ সীমান্তৰ বিবাদে চৰম উত্তেজনাৰ সৃষ্টি কৰে। আনকি দুই দেশৰ মাজত কেৱল সামৰিকেই নহয় কূটনৈতিক আৰু ৰাজনৈতিকভাৱে অভিযোগ-প্ৰতিঅভিযোগে সম্পৰ্ক তিক্ত কৰি তোলে।

ভাৰতৰ হৈ উক্ত বৈঠকসমূহত সেনা বাহিনীৰ ১৪ ক্ৰৰ্পছৰ লেপ্তঃ জেনেৰেল হৰিন্দৰ সিঙসহ অন্যান্য বিষয়াই অংশগ্ৰহণ কৰিছিল।

আনহাতে চীনৰ সৈ পিপ’লছ লিবাৰেশ্যন আৰ্মিৰ দক্ষিণ জিনজিয়াং মিলিটাৰী ডিভিজনৰ মেজৰ জেনেৰেল লিন লুইএ বিগত বৈঠকসমূহত অংশগ্ৰহণ কৰিছিল।

প্ৰণিধানযোগ্য যে এই ৰক্তক্ষয়ী সংঘৰ্ষত এজন কৰ্ণেলসহ ২০ গৰাকী ভাৰতীয় সেনাৰ মৃত্যু হৈছিল।

চীনা সংবাদ মাধ্যমে দাবী কৰিছিল যে ৪৩ জন চীনা সৈন্যও নিহত হৈছিল উক্ত সংঘৰ্ষত।

Recent News

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

Noney landslide: নোনেৰ ভয়াৱহ ভূমিস্খলন; এতিয়াও কমেও ৫০ জন সন্ধানহীনৰ মাজত আছে অসমৰো ১৭ শ্ৰমিক

Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

Israel’s parliament dissolves: ভংগ হ’ল ইজৰাইলৰ সংসদ; চাৰি বছৰৰত পঞ্চমবাৰৰ বাবে নিৰ্বাচনৰ দিশে ইহুদী ৰাষ্ট্ৰখন

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

Maharashtra New Govt: শনি-দেওবাৰে মহাৰাষ্ট্ৰ বিধানসভাৰ বিশেষ অধিৱেশন; সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিব সিন্দেই

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

উদয়পুৰত কানহায়ালালক হত্যাৰ বিৰুদ্ধে নাগ্ৰীজুলিত বিশ্ব হিন্দু পৰিষদ, বজৰং দলৰ প্ৰতিবাদ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd