• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সংবাদপত্ৰৰ জৰিয়তেহে মানুহৰ হৃদয় স্পৰ্শ কৰিব পাৰি : উপায়ুক্ত থানেশ্বৰ মালাকাৰ

মিণ্টু দাস by মিণ্টু দাস
August 19, 2018 8:31 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘নগাঁৱৰ সাংবাদিকতাৰ ইতিহাস বহু দীঘলীয়া। এয়া গৌৰৱ কৰিব লগা ইতিহাস। সাংবাদিকতাৰ ক্ষেত্ৰত নগাঁও পথ প্ৰদৰ্শক বুলি কব পাৰি।’ এই মন্তব্য বৰপেটা জিলাৰ উপায়ুক্ত তথা সু-লিখক থানেশ্বৰ মালাকাৰৰ।

শনিবাৰে নগাঁও শ্বহীদ ভৱনত নগাঁৱৰ পৰা প্ৰকাশিত এখন সাপ্তাহিক কাকতৰ পুনৰ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি উপায়ুক্ত গৰাকীয়ে এই মন্তব্য কৰে।

Apply Now

এই অনুষ্ঠানতে উপায়ুক্ত মালাকাৰে নগাঁৱৰ সংবাদ ক্ষেত্ৰখনৰ ইতিহাস বাখ্যা দাঙি ধৰি কয়, ‘নগাঁৱৰ সাহিত্য, সংস্কৃতি সকলোতে চহকী। সেয়ে নগাঁৱক লৈ আমি সকলোৱে গৌৰৱ অনুভৱ কৰোঁ।’ লগতে ভাষণ প্ৰসংগত তেওঁ কয় যে সংবাদ পত্ৰ ৰাইজৰ মুখপত্ৰ হোৱা উচিত। তেনে সংবাদ পত্ৰৰ জৰিয়তেহে মানুহৰ হৃদয় স্পৰ্শ কৰিব পাৰে।

বিশিষ্ট শিক্ষাবিদ যুক্তিনাথ খাউণ্ডৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত কলংপাৰ কাকতখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে দৌৰবিদ হিমা দাসৰ পিতৃ ৰঞ্জিত দাসে।

অনুষ্ঠানত গৱেষক, পণ্ডিত ড০ নৰেন কলিতা, অৱসৰপ্ৰাপ্ত বিষয়া জ্যোৰ্তিময় চক্ৰৱৰ্তী আদিয়ে ভাষণ দিয়ে। তাৰোপৰি কাকতখনৰ মুখ্য সম্পাদক ড০ আবু হানিফাই আঁত ধৰা অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে শিক্ষাবিদ মুকুল শইকীয়াই।

উন্মোচনী অনুষ্ঠানটোতে শিক্ষাবিদ, সাহিত্যিক জ্যোৰ্তিময় জানা, শিল্পী গোপাল প্ৰধান, ডৰিন হাজৰিকা, জ্যেষ্ঠ সাংবাদিক মানস কুমাৰ মহন্ত আদিক সম্বৰ্ধনা জনোৱা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে কাকতখনৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰয়াত বলেন বৰাৰ প্ৰতিছবিত মাল্য প্ৰদান কৰে তেওঁৰ পত্নী তথা কাকতখনৰ প্ৰকাশিকা জ্যোতি বৰাই।

অনুষ্ঠানৰ লগত সংগতি ৰাখি বৰগীতো পৰিৱেশন কৰা হয়। আনহাতে কাকতখন প্ৰকাশৰ ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ বাবে সকলোকে কৃতজ্ঞতা প্ৰকাশ কৰে সমাজকৰ্মী ললিত দত্তই।

উলেখ্য যে ১৯৯৯ চনৰ ১৮ আগষ্টৰ পৰা প্ৰতি বুধবাৰে প্ৰকাশ পাই অহা কলংপাৰ কাকতখন বিগত বৰ্ষৰ ৯ অক্টোবৰত সম্পাদক বলেন বৰাৰ আকস্মিক বিয়োগৰ ফলত কাকতখনৰ প্ৰকাশ বন্ধ হৈ আছিল।

ইফালে নগাঁৱৰ সপোন, নগাঁৱৰ দাপোন কলংপাৰ কাকতখন পুনৰ প্ৰকাশৰ বাবে এচাম শুভাংক্ষী নগঞাই চেষ্টা অব্যাহত ৰাখিছিল। আৰু এই চেষ্টাৰ অংশ হিচাপে গঠন হয় কলংপাৰ ন্যাস। এই ন্যাসৰ উদ্যোগতেই শনিবাৰৰ পৰা পুনৰ প্ৰকাশৰ ব্যৱস্থা কৰা হৈছে। আৰু এতিয়াৰে পৰা কাকতখন পূৰ্বৰ দৰে প্ৰতি বুধবাৰে প্ৰকাশ পাব।

মিণ্টু দাস

মিণ্টু দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

লণ্ডনৰ সন্মানীয় ফেল’শ্বিপ লাভ কৰিলে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ ‘প্ৰফেচৰ অৱ্ প্ৰেক্টিছ’ ড° বিভৱ কুমাৰ তালুকদাৰে

July 8, 2026 9:16 pm
ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

ঠিকাদাৰৰ বাবে অসম চৰকাৰৰ নতুন জিএছটি নিয়মক লৈ তীব্ৰ প্ৰতিক্ৰিয়া

July 8, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd