• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Friday, January 22, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পশ্চিমবংগৰ বিজেপি সাংসদ লোকেত চেতাৰ্জী ক’ৰ’না আক্ৰান্ত

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 4, 2020 10:38 am

1 min read

পশ্চিমবংগৰ বিজেপি সাংসদ লোকেত চেতাৰ্জী ক’ৰ’না আক্ৰান্ত

ক'ৰ'না আক্ৰান্ত হোৱা বিজেপি সাংসদ গৰাকী

869
VIEWS
Share on FacebookShare on Twitter

পশ্চিমবংগৰ বিজেপিৰ সাংসদ লোকেত চেতাৰ্জীৰ শৰীৰত শুকুৰবাৰে ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে।

বিজেপিৰ সাংসদ গৰাকীয়ে টুইটাৰযোগে নিজেই ক’ৰ’নাত আক্ৰান্ত হোৱাৰ কথা ৰাজহুৱা কৰে।

আনহাতে, ক’ৰ’না আক্ৰান্ত হোৱা সাংসদ গৰাকী বৰ্তমান নিজ গৃহতে আইলেশ্যনত থাকে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি আছে।

বিগত এসপ্তাহ ধৰি সাধাৰণ জ্বৰত ভূগি থকাৰ পাছত লোকেত চেতাৰ্জীয়ে ক’ৰ’নাৰ পৰীক্ষা কৰে আৰু ফলাফল প’জিটিভ আহে।

পশ্চিমবংগৰ অভিনেত্ৰী তথা সাংসদ গৰাকীয়ে অলপতে বিজেপিৰ পশ্চিমবংগ গোটৰ সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল।

বিগত ১৯ জুনত লোকেত চেতাৰ্জীয়ে সেনা জোৱান ৰমেশ ওৰাংগৰ শেষ কৃত্য অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল।

উল্লেখযোগ্য যে, ভাৰতত ক’ৰ’নাৰ সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।  শুকুৰবাৰে ভাৰতত ক’ৰ’না আক্ৰান্ত লোকৰ সংখাই ৬ লাখ ২৫ হাজাৰ অতিক্ৰম কৰিছে।

Recent News

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

মিজোৰামত অসম ৰাইফলছৰ অভিযানত বৃহৎ পৰিমাণৰ অস্ত্ৰ উদ্ধাৰ

a ben

ভাৰতৰ সৈতে কেনে সম্পৰ্ক ৰক্ষা কৰিব বিচাৰে মাৰ্কিন ৰাষ্ট্ৰপতি বিদেনে, মোদীক কৰিবনে ফোন?

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

৩১ জানুৱাৰিৰ পূৰ্বে পাকিস্তানক ৫ লাখ কোভিড ভেকচিন উপহাৰ দিব চীনে

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

হাজোত বিজেপি চৰকাৰৰ বিৰুদ্ধে ব্লক কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd