DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমৰ এন আৰ চিৰ প্ৰসংগ উত্থাপনেৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ মমতা বেনাৰ্জীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
September 19, 2019 3:53 pm
Amit-Shah-and-Didi-

কেন্দ্ৰীয় গৃহ মন্ত্ৰীৰ সৈতে মমতা বেনাৰ্জী

1k
VIEWS
Share on FacebookShare on Twitter

পশ্চিম বংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰি অসমৰ এন আৰ চিৰ প্ৰসংগ উত্থাপন কৰে।

বুধবাৰে মমতা বেনাৰ্জীয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি পশ্চিম বংগৰ নাম বাংলা কৰাৰ বাবে দাবী উত্থাপন কৰাৰ লগতে আন আন ভালেকেইটা গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত আলোচনা কৰে।

অমিত শ্বাহক সাক্ষাৎ কৰি সংবাদ মাধ্যমৰ সৈতে হোৱা মুখামুখিত মমতাই শ্বাহক অসমৰ এন আৰ চি সন্দৰ্ভত এখন পত্ৰ প্ৰদান কৰা বুলিও জনায়।

অসমৰ এন আৰ চি উন্নীতকৰণ প্ৰক্ৰিয়াত বাদ পৰা ১৯ লাখ লোকৰ ভিতৰত বহু সংখ্যক হিন্দী, বেংগলী আৰু গোৰ্খা ভাষা কোৱা প্ৰকৃত ভাৰতীয় ভোটাৰ নাম অন্তৰ্ভূক্ত হৈছে বুলিও অমিত শ্বাহক অৱগত কৰে বুলি কয় মমতা বেনাৰ্জীয়ে।

আনহাতে, পশ্চিম বংগত এন আৰ চি উন্নীতকৰণ সন্দৰ্ভত কোনোধৰণৰ আলোচনা গৃহ মন্ত্ৰীৰ সৈতে হোৱা নাই বুলিও সংবাদ মাধ্যমক জনাই বেনাৰ্জীয়ে।

অসম চুক্তিত এন আৰ চিৰ কথা উল্লেখ কৰা আছে আৰু পৰৱৰ্তী সময়ত উচ্চতম ন্যায়ালয়ৰ পৃষ্ঠপোষকতাত ইয়াক উন্নীতকৰণ কৰা হয় বুলি মত প্ৰকাশ কৰি তেওঁ ইয়াক ভাৰতৰ সকলো ৰাজ্যত প্ৰয়োগ কৰাৰ কোনোধৰণৰ যুক্তি নাই বুলিও কয়।

Recent News

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

ESIC 2022

Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

কলিয়াবৰৰ বেঙেনাআটিত অঘটন, শৌচালয়ৰ টেংকীত আবদ্ধ হৈ দুই শ্ৰমিকৰ মৃত্যু

যন্ত্ৰচালিত গণতন্ত্ৰ

যন্ত্ৰচালিত গণতন্ত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd