• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 20, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

উপনিৰ্বাচনৰ বিজয় এন আৰ চিৰ বিৰুদ্ধে জনাদেশ :  মমতা বেনাৰ্জী

এন আৰ চিৰ প্ৰসংগত বিজেপিক কঠোৰ সমালোচনা বংগ কন্যাৰ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 29, 2019 10:17 am

1 min read

Mamata-678x381-570x320

পশিচমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী। ফাইল ফটো

3.8k
VIEWS
Share on FacebookShare on Twitter

পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে এন আৰ চিৰ বিৰোধ কৰি বৃহস্পতি বাৰে পশ্চিমবংগত কোনোধৰণৰ এন আৰ চিৰ কাম নহয় আৰু কোনো লোকক বিতাৰিত কৰা নহয় বুলি মন্তব্য কৰে।

অলপতে পশ্চিমবংগৰ তিনিটা সমষ্টিত অনুষ্ঠিত হোৱা উপনিৰ্বাচনত আটাইকেইটা সমষ্টিতে ত্ৰিণামূল কংগ্ৰেছৰ প্ৰাৰ্থীয়ে জয়লাভ কৰা প্ৰসংগত মত ব্যক্ত কৰি মমতাই এয়া এন আৰ চিৰ বিৰুদ্ধে জনমত বুলি কয়।

‘‘জনতাই এন আৰ চিৰ বিৰুদ্ধে ভোট দিছে। মই পশ্চিমবংগ আৰু দেশৰ কতো এন আৰ চি নিবিচাৰো,’’ সংবাদ মাধ্যমৰ আগত মমতাই কয়।

বিজেপিয়ে এন আৰ চিক লৈ এক ধাৰণাৰ জন্ম দিব খোজা বুলি উল্লেখ কৰি বেনাৰ্জীয়ে এয়া বিজেপিৰ ৰাজনৈতিক উদ্দেশ্য হ’ব পাৰে বুলি মন্তব্য কৰি এইক্ষেত্ৰত ত্ৰিণামূল কংগ্ৰেছে সদায় এন আৰ চিৰ বিৰোধিতা কৰি যাব বুলি স্পষ্ট কৰি দিয়ে।

আনহাতে, কেন্দ্ৰই ৰাজ্য চৰকাৰৰ অনুমতি নহোৱাকৈ কেতিয়াও এন আৰ চিৰ বোজা জাপি দিব নোৱাৰে বুলিও পশ্চিমবংগৰ মুখ্য মন্ত্ৰী গৰাকীয়ে কয়।

তদুপৰি, দেশৰ জনসাধাৰণে ৭২ বছৰ ধৰি গণতান্ত্ৰিক ব্যৱস্থাত বিশ্বাস কৰি আহিছে আৰু জনসাধাৰণে কেতিয়াও বিজেপিৰ অগণতান্ত্ৰিক কামক প্ৰশ্ৰয় নিদিয়ে বুলিও মমতা বেনাৰ্জীয়ে মত প্ৰকাশ কৰে।

উল্লেখযোগ্য যে, বিগত লোকসভা নিৰ্বাচনত পশ্চিমবংগত বিজেপিয়ে ভাল ফলাফল দেখুওৱাৰ পাছত খালী হোৱা তিনিটা সমষ্টিত অনুষ্ঠিত হোৱা উপনিৰ্বাচনত গেৰুৱা দলটোৱে ত্ৰিণামূল কংগ্ৰেছৰ হাতত বেয়াকৈ পৰাস্ত হ’বলগীয়া হয়।

Recent News

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

বিশ্বনাথত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদকাৰীক আৰক্ষীৰ বাধা

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

নাগ্ৰীজুলিত পাঁচ শতাধিক লোকৰ বিজেপিত যোগদান

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

ডেমকেয়াৰ ৰঞ্জিত! টেনশ্যন নলৈ, প্ৰত্যাহ্বান নোহোৱাকৈ ২১ ত CONG-AIUDF ক ৰুধিবলৈ সাজু

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

স্মিথক অব্যাহতি, সঞ্জু ছেমছন ৰাজস্থান ৰোয়েলছৰ নতুন অধিনায়ক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd