DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, February 4, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

খিৰিকি খুলি ৰাখিলেই গুচি যায় কৰ’না ভাইৰাছ; মমতা বেনাৰ্জীৰ পৰামৰ্শক কটাক্ষ বিৰোধীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 9, 2020 8:55 pm
WhatsApp Image 2020-07-09 at 8.16.22 PM

পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জী।

697
VIEWS
Share on FacebookShare on Twitter

খিৰিকি খুলি ৰাখিলে ভাইৰাছ গুচি যায়। পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে বহুকেইবাৰ এই কথা প্ৰকাশ কৰিছে।

মুখ্য মন্ত্ৰীগৰাকীয়ে বুধবাৰেও এখন সভাত খিৰিকি খুলি ৰখাৰ পৰামৰ্শ দিয়ে।

মমতা বেনাৰ্জীৰ এই মন্তব্যৰ পাছতে বিজেপিয়ে মুখ্য মন্ত্ৰীগৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লয়।

মমতা বেনাৰ্জীক ‘এপিডেমিওলজিষ্ট’ বুলি কটাক্ষ কৰি বিজেপিৰ আই টি চেলে টুইট কৰে।

ৰাজ্যখনত শেহতীয়াকৈ কৰ’না সংক্ৰমণৰ সংখ্যা ক্ষিপ্ৰ গতিত বৃদ্ধি পাইছে। ৰাজ্যখনত বৃহস্পতিবাৰে সন্ধিয়া ৫বজাৰ পৰা লকডাউন নিয়ম বলবৎ হৈছে।

বুধবাৰে ৰাজ্যখনৰ কৰ’না পৰিস্থিতিক লৈ চিকিৎসকসকলৰ সৈতে মুখ্য মন্ত্ৰীয়ে বৈঠক অনুষ্ঠিত কৰিছিল।

এই সভাখনৰ পাছতো মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীয়ে সকলোকে দুৱাৰ-খিৰিকি খুলি ৰখাৰ পৰামৰ্শ দিয়ে।

মুখ্য মন্ত্ৰীগৰাকীয়ে কয়,’’দুৱাৰ-খিৰিকি খুলি ৰাখিলে ভাইৰাছ গুচি যায়। সেয়েহে, প্ৰত্যেকেই দুৱাৰ-খিৰিকি খুলি ৰাখক। হাস্পাতলত এ চিৰ ব্যৱস্থা থাকিলেও এক নিৰ্দিষ্ট সময়ত খিৰিকি খুলি খুলিব লাগিব।‘’

তেওঁ লগতে জানিবলৈ দিয়ে যে তেওঁ গাড়ীৰ গ্লাছ খুলি যাতায়ত কৰে।

ইপিনে, বিজেপিয়ে এই পৰামৰ্শক কটাক্ষ কৰি টুইট কৰি প্ৰশ্ন কৰে,’’খিৰিকি খুলিলেই যদি ভাইৰাছ গুচি যায় তেতিয়াহ’লে ভেকচিনৰ সন্ধান কৰাৰ প্ৰয়োজন ক’ত?’’

মুখ্য মন্ত্ৰীগৰাকীৰ এনে মন্তব্যক একাংশই সমৰ্থন কৰাও দেখা গৈছে যদিও বিৰোধী  বিজেপিয়ে ইয়াৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ উঠিছে।

Recent News

Sharjeel Imam

কা বিৰোধী প্ৰতিবাদৰ গোচৰত শ্বাৰ্জিল ইমামক দোষমুক্ত ঘোষণা আদালতৰ

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

মই এগৰাকী প্ৰাপ্তবয়স্ক আৰু মই নিজ ইচ্ছামতে ধৰ্মান্তৰিত আৰু বিয়া হৈছোঁ, আৰক্ষীয়ে আমাক সুৰক্ষা দিয়ক।

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

কন্ঠশিল্পী বাণী জয়ৰামৰ শেষ নিশ্বাস ত্যাগ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষ-ৰ ব্যৱহাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd