DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, February 8, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মমতা চৰকাৰৰ ৰাজ্যৰ শিক্ষাৰ্থীলৈ মমতা! আগবঢ়ালে ষ্টুডেন্ট ক্ৰেডিট কাৰ্ডৰ সুবিধা

এন ই নাও নিউজ by এন ই নাও নিউজ
July 2, 2021 8:43 am
CM-4col
239
VIEWS
Share on FacebookShare on Twitter

পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে ষ্টুডেন্ট ক্ৰেডিট কাৰ্ড আঁচনি মুকলি কৰিছে। ৰাজ্যখনৰ শিক্ষাৰ্থীৰ বাবে বুধবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে এই আঁচনিৰ কথা ঘোষণা কৰে।

আঁচনিখন মুকলি কৰি মমতাই কয়, ‘’ছাত্ৰ-ছাত্ৰীসকল আমাৰ গৌৰৱ, দেশৰ ভৱিষ্যত। তেওঁলোকৰ সপোন যাতে বাস্তৱায়িত হয় তাৰ বাবেই এই আঁচনি।‘’

মমতা বেনাৰ্জীৰ এই আঁচনিখনত দৰাচলতে কি আছে?

এই আঁচনি অনুসৰি শিক্ষাৰ্থীসকলে ১০লাখ টকা পৰ্যন্ত ঋণ ল’ব পাৰিব।

ষ্টুডেন্ট ক্ৰেডিট কাৰ্ডৰ গেৰেন্টাৰ হ’ব ৰাজ্য চৰকাৰ।

দশম শ্ৰেণীৰ পৰা আৰম্ভ কৰি যিকোনো ধৰণৰ উচ্চশিক্ষা, প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ তথা কাৰিকৰী শিক্ষাৰ বাবে ষ্টুডেন্ট ক্ৰেডিট কাৰ্ডত ঋণ দিয়া হ’ব।

শিক্ষাৰ্থীসকলে ৪০ বছৰলৈকে এই ঋণ লাভ কৰিব। ঋণ পৰিশোধ কৰাৰ বাবে সময়সীমা হৈছে ১৫ বছৰ। ইয়াৰ সুত হ’ব মাত্ৰ ৪শতাংশ।

শিক্ষাৰ্থীসকলে একেলগে বা প্ৰয়োজন অনুসৰি সৰ্বাধিক ১০ লাখ টকা ঋণ নিব পাৰিব। পাঠ্যক্ৰমৰ মাছুল, টিউচন মাছুল, কম্পিউটাৰ, লেপটপ ক্ৰয়ৰ বাবেও এই কাৰ্ডত ঋণ দিয়া হ’ব।

ইয়াৰ বাবে  https://www.wb.gov.in/-ৰ পৰ্টেল গৈ ষ্টুডেন্ট ক্ৰেডিট কাৰ্ডৰ লিংকত ক্লিক কৰিব লাগিব। পৰ্টেলত চিধা সোমোৱাৰ বাবে URL হ’ল https://wbscc.wb.gov.in/।

মুখ্যমন্ত্ৰীয়ে লগতে ১০০জন শিক্ষাৰ্থীক আইএএছ তথা আইপিএছৰ প্ৰস্তুতিৰ বাবে নিৰ্বাচিত কৰাৰ কথাও ঘোষণা কৰে। তেওঁলোকে ৰাজ্যচৰকাৰৰ প্ৰতিষ্ঠানৰ পৰা বিনামূলীয়াকৈ শিক্ষা গ্ৰহণ কৰিব পাৰিব আৰু লগতে ষ্টাইপেণ্ডো লাভ কৰিব।

সেইদৰে, ‘সবুজ সাথী’ আঁচনিত আৰু ১২ লাখ শিক্ষাৰ্থীক চাইকেল দিয়াৰ কথাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰী বেনাৰ্জীয়ে।

Recent News

Mahua Moitra

মহুৱা মৈত্ৰৰ আপত্তিজনক শব্দ! উত্তপ্ত সংসদ: ক্ষমা খোজাৰ দাবী বিজেপিৰ

Shraddha Walkar murder

মিক্সিত গুৰি কৰা হৈছিল শ্ৰদ্ধা ৱাকাৰৰ দেহৰ হাড়! দিল্লী আৰক্ষীৰ চাৰ্জশ্বীটত চাঞ্চল্যকৰ দাবী

Rahul Gandhi

সংসদত প্ৰধানমন্ত্ৰী মোদী আৰু আদানীৰ পুৰণি ফটো! আক্ৰমণাত্মক ৰাহুল গান্ধী

chopper connectivity in Assam

ৰাজ্যৰ চাৰি জিলা সংযোগী ছটা পথত বুধবাৰৰ পৰা হেলিকপ্টাৰ সেৱা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd