• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

পশ্চিম বংগৰ কংগ্ৰেছ অধ্যক্ষ সোমেন মিত্ৰৰ মৃত্যু

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 30, 2020 12:13 pm

1 min read

পশ্চিম বংগৰ কংগ্ৰেছ অধ্যক্ষ সোমেন মিত্ৰৰ মৃত্যু
320
VIEWS
Share on FacebookShare on Twitter

পশ্চিম বংগ কংগ্ৰেছৰ অধ্যক্ষ সোমেন মিত্ৰৰ বুধবাৰে নিশা চহৰৰ এখন হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৮ বছৰ।

ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি হৈ থকা মিত্ৰৰ হৃদ তথা বাৰ্ধক্যজনিত কাৰণতেই মৃত্যু হোৱা বুলি এটা সূত্ৰই প্ৰকাশ কৰিছে।

জানিব পৰা মতে, কিছুদিন পূৰ্বে নিয়মীয়া চেকআপ কৰাত তেওঁৰ ক্ৰিয়েটিনিনৰ মাত্ৰা বহু পৰিমানে বৃদ্ধি পোৱাত চিকিৎসকে লগে লগে চিকিৎলায়ত ভৰ্তি কৰাৰ নিৰ্দেশ দিয়ে।

সাধাৰণভাৱে চিকিৎসা চলি থকাৰ মাজতেই বুধবাৰে নিশা প্ৰায় ১.৩০ মান বজাত হৃদৰোগত আক্ৰান্ত হৈ মিত্ৰই মৃত্যুবৰণ কৰে।

মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু একমাত্ৰ পুত্ৰ সন্তানক এৰি থৈ যায়।

পশ্চিম বংগৰ এই গৰাকী নেতাৰ মৃত্যুত দুখ প্ৰকাশ কৰি কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈয়ে এটা টুইট কৰে।

উল্লেখ্য যে মিত্ৰই ৬০ দশকতে ছাত্ৰ ৰাজনীতিৰ জৰিয়তে কংগ্ৰেছত প্ৰৱেশ কৰিছিল।

মিত্ৰই ২০০৯ বৰ্ষত অনুষ্ঠিত লোকসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছৰ হৈ নিৰ্বাচন খেলি বিজয়ী হৈছিল।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd