DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ক’ৰ’না ভাইৰাছৰ আতংক; ৩১ মাৰ্চলৈকে বন্ধ থাকিব শিক্ষানুষ্ঠান

এন ই নাও নিউজ by এন ই নাও নিউজ
March 14, 2020 5:42 pm
757f16c41020514803b06f8ac75654cd

প্ৰতিনিধিত্বমূলক ছবি

10.7k
VIEWS
Share on FacebookShare on Twitter

সমগ্ৰ বিশ্বত মহামাৰী ৰূপ ধাৰণ কৰা মাৰাত্মক ক’ৰ’না ভাইৰাছে ভাৰততো ইতিমধ্যে মৃত্যুৰ দূতৰ ৰূপ ধাৰণ কৰিছে।

ইতিমধ্যে ভাৰতত দুজন আক্ৰান্তৰ মৃত্যু ঘটাৰ বিপৰীতে ৮৮ জনলৈ বৃদ্ধি পাইছা এই মাৰাত্মক ভাইৰাছত আক্ৰান্তৰ সংখ্যা।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ বাবেই কেৰেলাৰ পিছতে পশ্চিমবংগ চৰকাৰে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব বুলি ঘোষণা কৰিছে।
মমতা বেনাৰ্জী চৰকাৰে সতকৰ্তামূলক ব্যৱস্থাৰ অংশ হিচাপে ৰাজ্যখনৰ চৰকাৰী-বেচৰকাৰী স্কুল কলেজ, বিশ্ববিদ্যালয়কে ধৰি সকলো শিক্ষানুষ্ঠান অহা ১৬ মাৰ্চৰ পৰা ৩১ মাৰ্চলৈকে বন্ধ থাকিব বুলি ঘোষণা কৰিছে।

অৱেশ্য বোৰ্ডৰ পৰীক্ষাসমূহ ঘোষিত সূচীৰ মতে অনুষ্ঠিত হ’ব বুলি জনাইছে।

Recent News

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

Crime in Guwahati

মহানগৰীৰ বৰবাৰীত জঘন্য ঘটনা: যুৱকৰ দাৰ ঘাপত তিনিজন আহত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd