• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজিৰে পৰা আৰম্ভ পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ ৰূপালী জয়ন্তী উৎসৱ

দীপক কুমাৰ পাঠক by দীপক কুমাৰ পাঠক
March 13, 2021 5:04 pm
a gas
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছহিদৰ আত্মবলিদান অসমৰ ৰাইজে কেতিয়াও নাপাহৰে, সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও নাপাহৰে। সেই সকল ছহিদৰ আত্মবলিদান কেতিয়াও অথলে যাবলৈ দিয়া নহয়। সদৌ বাক্সা জিলা ছাত্র সন্থাৰ অধীনৰ পশ্চিম তামুলপুৰ শাখা ছাত্র সন্থাৰ ৰূপালী জয়ন্তী বৰ্ষৰ প্ৰথম দিনটোত সন্থাৰ কাৰ্যালয়ত নৱ নিৰ্মিত ছহিদ বেদী মুকলি কৰি আৰু ছহিদক শ্ৰদ্ধাঞ্জলি জনাই সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিত বেজবৰুৱাই এইদৰে কয়।

ছহিদ তৰ্পন অনুষ্ঠানত অংশ গ্ৰহণ কৰা ছাত্ৰ কৰ্মী আৰু ৰাইজক উদ্দেশ্যি তেওঁ পুনৰ কয় – বিভিন্ন সময়ত ৰজাঘৰে আমাৰ ওপৰত জাপি দিবলৈ খোজা  জাতিদ্ৰোহী সিদ্ধান্তৰ বিৰুদ্ধে অসমৰ ৰাইজে, সদৌ অসম ছাত্ৰ সন্থাই সংগ্ৰাম কৰিছিল আৰু সংগ্ৰাম কৰি আহিছে। অনাগত দিনবোৰতো এই সংগ্ৰাম সমূহক আগুৱাই নিয়াৰ ক্ষেত্ৰত সদৌ অসম ছাত্ৰ সন্থা বদ্ধপৰিকৰ।

Apply Now

ছহিদ সকলক সোঁৱৰণ কৰি তেওঁ  কয়- ছহিদৰ আত্ম বলিদানৰ কথা আমি কেতিয়াও পাহৰি নাযাওঁ। যেতিয়ালৈকে অসমৰ খিলঞ্জীয়া মানুহৰ সমস্যা সমূহ সমাধান নহয়, সদৌ অসম ছাত্ৰ সন্থাই অবিৰত ভাৱে সংগ্ৰাম কৰি যাব। ৰাজনৈতিক নেতা সকলে সমাজখনক থানবান কৰাৰ বাবে যি বিভেদকামী পৰিস্থিতিৰ সৃষ্টি কৰে, সেই সময়ত অসমৰ সকলো খিলঞ্জীয়া লোক একত্ৰিত হৈ সংগ্ৰামখন আগুৱাই নিব লাগিব বুলিও শিক্ষা সম্পাদক গৰাকীয়ে মন্তব্য কৰে।

উল্লেখ্য যে আজিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বাক্সা জিলা ছাত্ৰ সন্থাৰ অন্তৰ্গত পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাৰ ২৫ বছৰীয়া গৌৰৱময় যাত্ৰাৰ সাক্ষী ৰূপালী জয়ন্তী বৰ্ষ উলহ মালহেৰে উদযাপন কৰা হৈছে ।

এই উপলক্ষে গীতে-মাতে, কৃষ্টি-সংস্কৃতিৰে উজলি উঠিল পশ্চিম তামুলপুৰ শাখা ছাত্র সন্থাৰ ৰূপালী বৰ্ষ উদযাপনথলী।

পুৱা ২৫ খনকৈ পতাকা উত্তোলনেৰে পশ্চিম তামুলপুৰ শাখা ছাত্ৰ সন্থাই আজি এক গৌৰৱোজ্জ্বল ঐতিহাসিক দিনত খোজ পেলালে।

বাক্সা জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি সোণেশ্বৰ কলিতাই আঁতধৰা প্ৰতিটো অনুষ্ঠান বৰ্ণিল ৰূপত উদ্ভাসিত হৈ পৰে ।

ছাত্র ছাত্ৰীৰ বৌদ্ধিক আৰু মানসিক উৎকৰ্ষ সাধনৰ বাবে ছাত্র-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা হয় চিত্ৰাংকণ আৰু কুইজ প্ৰতিযোগিতা।

কা আন্দোলন আৰু ক’ৰ’ণা মহামাৰীৰ বাবে নিৰ্ধাৰিত সময়তকৈ প্ৰায় এবছৰ পলমকৈ অনুস্থিত হোৱা এই ৰপালী জয়ন্তী বৰ্ষৰ কাইলৈৰ মুকলি সভাৰ কাৰ্যসূচীত উপস্থিত থাকিব ড’ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি ।

দীপক কুমাৰ পাঠক

দীপক কুমাৰ পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় টি-২০ ত অভিষেক বৈভৱ সূৰ্যবংশীৰ, সামাজিক মাধ্যমত অনুৰাগীলৈ কৃতজ্ঞতা জ্ঞাপন

July 5, 2026 6:08 pm
খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

খামেনেইৰ শেষকৃত্যত তিনি সন্তান উপস্থিত, নাই কেৱল উত্তৰাধিকাৰী মোজতবা

July 5, 2026 6:01 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

গুৱাহাটীৰ কৃত্ৰিম বান ৰোধৰ বাবে বিস্তৃত কাৰ্যপন্থা, জনতা ভৱনত উচ্চস্তৰীয় পৰ্যালোচনা বৈঠক

July 5, 2026 8:47 pm
কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

কাজিৰঙাত শোকৰ ছাঁ! ৩৪ বছৰ সেৱা আগবঢ়োৱা বনবিভাগৰ নিৰ্ভৰযোগ্য হাতী জয়মালা আৰু নাই

July 5, 2026 7:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd