• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

জ্বলা জুইত ঘিউ ধালিলে বাইডেনে! প্ৰণালীবদ্ধভাৱে লক্ষ্যৰ দিশত আগবাঢ়ি যোৱাৰ হুংকাৰ পুটিনৰ

আমেৰিকাৰ সৈতে পাৰমাণৱিক চুক্তিৰ অংশীদাৰিত্ব স্থগিত ঘোষণা ৰুছ ৰাষ্ট্ৰপতিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2023 6:41 pm
Putin
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এটা বছৰ সম্পূৰ্ণ হোৱাৰ দিশে ৰুছ-ইউক্ৰেইন যুদ্ধ। অহা ২৪ ফেব্ৰুৱাৰীত ৰাছিয়াৰ ‘ইউক্ৰেইন অভিযান’ সম্পূৰ্ণ হ’ব। চলিত এই যুদ্ধৰ মাজতে সোমবাৰে আচম্বিতে যুদ্ধৰত দেশ ইউক্ৰেইন ভ্ৰমণেৰে আন্ত:ৰাষ্ট্ৰীয় ৰাজনীতিৰ চমক লগাইছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে।

পিছে বাইডেনৰ এই ইউক্ৰেইন ভ্ৰমণে যেন যুদ্ধৰ বিভীষিকাক অধিক ঘণীভূত কৰি তুলিলে! তাৰেই ইঙ্গিত বহন কৰিলে আজি ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাষণে। আজি সংসদত দিয়া ভাষণত পুটিনে ইউক্ৰেইনত মস্কোৰ আক্ৰমণক প্ৰণালীবদ্ধভাৱে আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি দিয়ে।

Apply Now

ইউক্ৰেইন আক্ৰমণৰ বৰ্ষপূৰ্তিৰ ঠিক আগে আগে আজি নিজ ভাষণত পুটিনে কয়, “আমি আমাৰ সন্মুখত থকা লক্ষ্যসমূহ সযতনে আৰু পদ্ধতিগতভাৱে সমাধান কৰিম।” তেওঁ লগতে ইউক্ৰেইনত হোৱা ভয়াৱহতাৰ বাবে পশ্চিমীয়া দেশসমূহক দোষাৰোপ কৰে।

পুটিনৰ মতে, ইউক্ৰেইনৰ সংঘাতক ইন্ধন যোগোৱাৰ বাবে তথা ইয়াৰ তীব্ৰতা বৃদ্ধিৰ বাবে আৰু যুদ্ধত নিহত লোকৰ সংখ্যা বৃদ্ধিৰ বাবে পশ্চিমীয়া দেশসমূহ সম্পূৰ্ণৰূপে দায়ী। তেওঁ লগতে পশ্চিমীয়া দেশসমূহে স্থানীয় সংঘাতক বিশ্ব সংঘাতলৈ ৰূপান্তৰিত কৰাৰ চেষ্টা কৰিছে বুলিও অভিযোগ কৰে।

এই পৰিস্থিতিৰ প্ৰতি ৰাছিয়াই উপযুক্তভাৱে সঁহাৰি জনাব বুলিও হুংকাৰ দিয়ে পুটিনে। ইফালে ৰুছ ৰাষ্ট্ৰপ্ৰধান গৰাকীয়ে লগতে ৰাছিয়াই আমেৰিকাৰ সৈতে হোৱা পাৰমাণৱিক চুক্তিৰ অংশদাৰিত্ব স্থগিত ৰাখিছে বুলিও ঘোষণা কৰে।

২০১০ চনত প্ৰাগত স্বাক্ষৰিত হোৱা এই নিউ ষ্টাৰ্ট চুক্তিখন ২০১১ বলবৎ হৈছিল। আমেৰিকাৰ ৰাষ্ট্ৰপতি হিচাপে জ’ বাইডেনে কাৰ্যভাৰ গ্ৰহণ কৰাৰ ঠিক পিছতেই ২০২১ চনত পুনৰ পাঁচ বছৰৰ বাবে বৃদ্ধি কৰা হৈছিল এই চুক্তি।

জ’ বাইডেনৰ গোপন কিয়ভ ভ্ৰমণৰ এদিন পিছতে পুটিনৰ এই সিদ্ধান্ত স্বাভাৱিকতেই লক্ষণীয় হৈ পৰিছে। পুটিনৰ আজিৰ ভাষণে চলি থকা ৰুছ-ইউক্ৰেইন যুদ্ধ দীৰ্ঘকালীন হোৱাৰ এক ইংগিত বহন কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd