• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

ডায়েবেটিছত ভুগি থকা সকলে কি কি ফল-মূল খাব পাৰিব? জানো আহক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 24, 2025 7:15 am
45
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বহু ডায়েবেটিছ ৰোগীয়ে ভাবে যে এবিধ সুস্বাদু ফল খালে তেওঁলোকৰ শৰীৰত ‘চেনি’ৰ মাত্ৰা বৃদ্ধি পাব। এই ধাৰণা সকলো ক্ষেত্ৰতে শুদ্ধ নহয়। বৰঞ্চ কিছুমান বিশেষ ফল খোৱাটো ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী। কিন্তু কোনটো ফল খাব লাগে, কিমান খাব লাগে, কেতিয়া খাব লাগে সেই বিষয়ে সচেতন হোৱাটো জৰুৰী।

ফল-মূল খোৱাৰ সময়ত কিছু কথা মনত ৰাখিব লাগে। প্ৰথম বিষয়টো হ’ল ফলৰ পৰিমাণ। ডায়েবেটিছ ৰোগীয়ে প্ৰতিদিনে ১০০-১৫০ গ্ৰামতকৈ বেছি ফল খাব নালাগে। ফলৰ গ্লাইচেমিক সূচকাংক চাই কোনটো ফল খাব সেইটো নিৰ্ণয় কৰিব লাগে।

Apply Now

ৰোগীয়ে কম গ্লাইচেমিক ইনডেক্স থকা ফল-মূল খোৱাটো ভাল। ফলৰ ৰসৰ সলনি গোটা ফল খোৱাতো বেছি ভাল। কাৰণ ৰস খালে ফলৰ ভিতৰৰ আঁহবোৰ থাকি যায়। আঁহ হৈছে এনে এক উপাদান যিয়ে পাচন প্ৰক্ৰিয়াক নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ফলত শৰীৰত চেনিৰ পৰিমাণ হঠাতে বাঢ়ি নাযায়।

ডায়েবেটিছ ৰোগীয়ে গৰমৰ দিনত কিছু পৰিমাণে ফলমূল খাব পাৰে। ইয়াত কিছুমান ফলৰ তালিকা আৰু ইয়াৰ গ্লাইচেমিক সূচকাংক দিয়া হৈছে:

১) জামু – জামুত গ্লাইচেমিক ইনডেক্স ২৫, যিটো যথেষ্ট কম। গতিকে ডায়েবেটিছ ৰোগীৰ বাবে জামু অতি উপকাৰী। ই তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। তদুপৰি জামুত ডায়েবেটিছ প্ৰতিৰোধী গুণ আছে।

২) মধুৰিয়াম –  ডায়েবেটিছ ৰোগত আক্ৰান্ত লোকসকলে মধুৰিয়াম খাব পাৰে। ইয়াৰ গ্লাইচেমিক সূচকাংক ১২, যিটো অতি কম। মধুৰিয়ামত প্ৰচুৰ পৰিমাণে আঁহ থাকে, যিয়ে তেজত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই ভিটামিন চিৰ ভাল উৎস।

৩) আপেল – আপেলৰ গ্লাইচেমিক ইনডেক্স ৩৬। অন্য ফলতকৈ যথেষ্ট কম। আপেলত আঁহ আৰু এন্টিঅক্সিডেন্ট থাকে, যিবোৰ ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী।

কোনবোৰ ফল ডায়বেটিছ ৰোগীসকলে খাব নালাগে –

আম, কল, আনাৰস, তৰমুজ, কঁঠালৰ দৰে ফলমূলত চেনিৰ পৰিমাণ বেছি। ইয়াৰ উপৰিও ইহঁতৰ গ্লাইচেমিক ইনডেক্স উচ্চ। গতিকে ডায়েবেটিছ ৰোগীয়ে এই সকলোবোৰ ফল পৰিহাৰ কৰিব লাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

তামিলনাডু চৰকাৰৰ অভিলাষী পদক্ষেপ: ২ অক্টোবৰৰ পৰা ৮৪ লাখৰো অধিক মহিলাৰ বাবে বিনামূলীয়া বাছ সেৱা

September 21, 2026 9:43 pm
ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

ছাত্ৰ প্ৰতিবাদত সেও মানিলে আইআইটি বোম্বায়ে! তীব্ৰ প্ৰতিবাদৰ পাছত পূৰ্বৰ মন্তব্যক লৈ ক্ষমা বিচাৰিলে কৰ্তৃপক্ষই

September 21, 2026 9:29 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd