• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, August 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

স্বামীৰ সৈতে মধুচন্দ্ৰিকালৈ গৈ এগৰাকী নৱবিবাহিতা মহিলাৰ কৰুণ মৃত্যু ঘটে। দিল্লীত তথ্যপ্ৰযুক্তি খণ্ডত কৰ্মৰত সাতাইশ বছৰীয়া এগৰাকী যুৱতীৰ মৃতদেহ উত্তৰাখণ্ডৰ মুচৌৰীৰ এটা আলহীঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে। সোমবাৰে পুৱা আলহীঘৰৰ কোঠাত ৰাধা নামৰ যুৱতীগৰাকীৰ বিবস্ত্ৰ আৰু ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হয়। এই ঘটনাক লৈ আৰক্ষীয়ে অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। এয়া কেৱল দুৰ্ঘটনা নে নিৰ্মম হত্যাকাণ্ড সেয়া আৰক্ষীয়ে গভীৰভাৱে পৰীক্ষা কৰি আছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 16, 2026 9:33 pm
275
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

স্বামীৰ সৈতে মধুচন্দ্ৰিকালৈ গৈ এগৰাকী নৱবিবাহিতা মহিলাৰ কৰুণ মৃত্যু ঘটে। দিল্লীত তথ্যপ্ৰযুক্তি খণ্ডত কৰ্মৰত সাতাইশ বছৰীয়া এগৰাকী যুৱতীৰ মৃতদেহ উত্তৰাখণ্ডৰ মুচৌৰীৰ এটা আলহীঘৰৰ পৰা উদ্ধাৰ কৰা হৈছে। সোমবাৰে পুৱা আলহীঘৰৰ কোঠাত ৰাধা নামৰ যুৱতীগৰাকীৰ বিবস্ত্ৰ আৰু ৰক্তাক্ত মৃতদেহ উদ্ধাৰ হয়। এই ঘটনাক লৈ আৰক্ষীয়ে অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে। এয়া কেৱল দুৰ্ঘটনা নে নিৰ্মম হত্যাকাণ্ড সেয়া আৰক্ষীয়ে গভীৰভাৱে পৰীক্ষা কৰি আছে।

যোৱা বছৰৰ নৱেম্বৰ মাহত ৰাধা গায়ত্ৰীৰ সৈতে সৌম্য শ্ৰীচৰণৰ বিবাহ সম্পন্ন হৈছিল। দুয়োগৰাকী ব্যক্তি মূলতঃ অন্ধ্ৰপ্ৰদেশৰ বাসিন্দা। ৰাধাই দিল্লীত কাম কৰিছিল যদিও স্বামী সৌম্যই কৰ্মসূত্ৰে পুনেত বাস কৰিছিল। কেইদিনমান আগতে দুয়ো মুচৌৰীলৈ ফুৰিবলৈ গৈছিল আৰু চৈধ্য জুন তাৰিখে তেওঁলোকে টিপৰি ধাৰৰ ওচৰৰ এটা আলহীঘৰত আশ্ৰয় লৈছিল। স্বামী সৌম্যই জনোৱা অনুসৰি দেওবাৰে নিশা প্ৰায় তিনি বজালৈকে দুয়োৱে একেলগে সুৰাপান কৰিছিল আৰু তাৰ পিছত শুই পৰিছিল। সোমবাৰে পুৱা সাৰ পাই তেওঁ দেখে যে পত্নী ৰাধা মজিয়াত উলংগ অৱস্থাত পৰি আছে আৰু তেওঁৰ নাকৰ পৰা তেজ ওলাই আছিল।

Apply Now

লগে লগে স্থানীয় আৰক্ষীক খবৰ দিয়া হয়। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৃত্যুৰ প্ৰকৃত কাৰণ জানিবলৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। আনহাতে আৰক্ষীয়ে জানিবলৈ দিয়া মতে মহিলাগৰাকী যি ঠাইত পৰি আছিল সেই ঠাইখিনি প্ৰস্ৰাৱেৰে উপচি পৰিছিল। বিচনাৰ চাদৰতো তেজৰ দাগ পোৱা গৈছে আৰু লগতে সুৰাৰ দুটা খালী বটল উদ্ধাৰ কৰা হৈছে। প্ৰাথমিকভাৱে আৰক্ষীয়ে অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিলেও স্বামী সৌম্যক আৰক্ষীয়ে সন্দেহৰ আৱৰ্তত ৰাখিছে। তেওঁক জেৰা কৰি তদন্তকাৰী বিষয়াসকলে এই ৰহস্যময় ঘটনাৰ সমাধান কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm
নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

নেপালৰ বিধ্বংসী বানত কেনেকৈ এখন বিদ্যালয়ৰ অধ্যক্ষই ৰক্ষা কৰিলে ১৬৪৩ গৰাকী শিক্ষাৰ্থীৰ জীৱন?

August 30, 2026 1:34 pm
‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

‘প্ৰথমে পদত্যাগ কৰক’, এজন মন্ত্ৰীয়ে ক’লে আনজনক! সংৰক্ষণ বিষয়ত মোডী মন্ত্ৰীসভাত তীব্ৰ সংঘাত!

August 30, 2026 12:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

চিন্তাই মানুহক ঈশ্বৰৰ ওচৰলৈ নিয়ে, ভুল চিন্তাই নমাই আনে পশুত্বৰ শাৰীলৈ :  ‘দেৱ’ আৰু ‘ৰাক্ষস’ মনোভাৱৰ ব্যাখ্যা দিলে মোহন ভাগৱতে

August 30, 2026 3:31 pm
মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

মাজুলীত পথ দুৰ্ঘটনাত চিনে-সাংবাদিক, চলচ্চিত্ৰ নিৰ্মাতা নিমানন্দ দাসৰ মৃত্যু

August 30, 2026 2:57 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd