• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, July 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

পূজাত কি উপহাৰ দিব প্ৰেমিকাক? কিবা ভাবিছেনে?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 10, 2023 7:00 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আহি আছে শাৰদীয় উৎসৱ দুৰ্গা পূজা। পূজা আহিল বুলিয়েই জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে সকলোৰে মনটো উছৱৰ উলাহেৰে ভৰপূৰ হৈ পৰে। 

পূজাৰ লগত সংগোতি থকা আন এক উপাদান হৈছে উপহাৰ। যিকোনো উৎসৱত নিজৰ প্ৰিয়জনক এটা ভাললগা উপহাৰ দিয়াতো এক পৰম্পৰা। 

কিন্তু বহুতেই উপহাৰ দিবলৈ গৈ বিপাঙত পৰে। পূজাত প্ৰিয়জনক কি উপহাৰ দিলে ভাল হ’ব সেয়া ভাবি বিবুদ্ধিত পৰিবলগা হয়। সেয়ে আজি আপোনালোকলৈ লৈ আনিছোঁ এনে কেইটামান উপহাৰ যিকেইটা আপুনি আপোনাৰ প্ৰিয় নাৰীগৰাকীক দিলে সুখী উঠিব তেওঁ। 

Apply Now

চকলেট  

দুৰ্গা পূজা উদযাপনৰ অৰ্থই হৈছে আনন্দ। গতিকে আপোনাৰ মৰমলগা প্ৰেমিকাগৰাকীৰ ৰুচিবোধৰ প্ৰতি লক্ষ্য ৰাখি তেওঁৰ প্ৰিয় চকলেটৰ বিভিন্ন ধৰণৰ টোপোলা উপহাৰ হিচাপে দিব পাৰে। ডিপ্ৰেছনক আঁতৰাই ৰখাত চকলেটৰ ভূমিকা অপৰিসীম। 

গহণা

সকলো নাৰীয়েই গহণাৰ প্ৰতি সততে আকৰ্ষিত হয়। দুৰ্গা পূজাত প্ৰতিজন ব্যক্তিয়ে ভাল লগা সাজ-পোছাক পিন্ধে আৰু মহিলাসকলে বিভিন্ন অলংকাৰ পৰিধান কৰি ভাল পায়। সেয়ে এইবাৰ আপুনি আপোনাৰ প্ৰেমিকাক উপহাৰ দিব পাৰে সুন্দৰ গহনা। 

ডিনাৰ পাৰ্টি

যিকোনো উদযাপনমূলক অনুষ্ঠান বা উৎসৱৰ এটা অংগ হৈছে  আড়ম্বৰপূৰ্ণ আহাৰ। সেয়েহে এখন ভাল ৰেষ্টুৰেণ্টত এটা গ্ৰেণ্ড ডিনাৰ এই দুৰ্গা পূজাত আপোনাৰ প্ৰেয়সীৰ বাবে এক আচৰিত উপহাৰ হ’ব। ৰাতিৰ এসাজ আৰম্বপূৰ্ণ আহাৰ এই দুৰ্গা পূজাৰ উপহাৰক এখোজ আগুৱাই লৈ যাব। 

বিউটি প্ৰডাক্ট

ছালৰ যত্ন লোৱাটো সৌন্দৰ্য্যৰ বাবে অতি দৰকাৰী। আপুনি আপোনাৰ প্ৰেমিকাক দুৰ্গা পূজাৰ বাবে স্কিমকেয়াৰ আৰু বিউটি প্ৰডাক্টৰ এটা সুন্দৰ সংগ্ৰহ উপহাৰ দিব পাৰে। আগন্তুক খৰালিৰ প্ৰতি লক্ষ্য ৰাখি শীতৰ সময়ত ব্যৱহাৰ কৰা বিউটি প্ৰডাক্ট উপহাৰ দিব পাৰে। 

ঘড়ী

আজিকালি ঘড়ীবোৰ ডিজিটেল। এইবোৰ আজিকালি বজাৰত ভৰি পৰিছে। সকলোৱেই পৰিধান কৰে। গতিকে আপোনাৰ আটাইতকৈ মৰমৰ প্ৰেমিকাক দুৰ্গা পূজা উপলক্ষে দিব পাৰে এটি মাৰ্জিত ঘড়ী। আপুনি কিছুমান জনপ্ৰিয় ব্ৰেণ্ড যেনে টাইটান, ফচিলছ, গেছ, ছ’নাটা আৰু অন্যান্য বিখ্যাত ব্ৰেণ্ডৰ পৰা ঘড়ী কিনিব পাৰে। 

জোতা

এযোৰ ধুনীয়া জোতাই এজন ব্যক্তিৰ ৰূপ সম্পূৰ্ণ কৰে। গতিকে তেওঁক এযোৰ মৰমলগা জোতা প্ৰদান কৰিব পাৰে। 

হেণ্ডবেগ

এগৰাকী মহিলাৰ প্ৰয়োজনীয় অন্যতম গুৰুত্বপূৰ্ণ বস্তু হেণ্ডবেগ। ইয়াত তেওঁলোকৰ প্ৰয়োজনীয় সকলো বস্তু যেনে ৰুমালৰ পৰা আৰম্ভ কৰি ঘৰৰ চাবিলৈকে থাকে। এটা ভাল হেণ্ডবেগত সামগ্ৰীসমূহ সুৰক্ষিত। লগতে বেগটো কঢ়িয়াই নিবলৈ সুবিধাজনক ষ্ট্ৰেপ বা হেণ্ডেল থাকিব লাগে। এইটো আপোনাৰ প্ৰেমিকাৰ বাবে আন এক ধুনীয়া উপহাৰ হ’ব পাৰে।

ওপৰত উল্লেখ কৰা সকলো উপহাৰ অনলাইনত অৰ্ডাৰ কৰিব পাৰিব। গতিকে বস্তু বিচাৰি  আপুনি এখন দোকানৰ পৰা আন এখন দোকানলৈ দৌৰি ফুৰিব নালাগে। আমি আশা কৰোঁ আমাৰ পৰামৰ্শৰ জৰিয়তে আপুনি দুৰ্গা পূজাৰ সময়ত আপোনাৰ প্ৰেমিকাক এক ভাললগা উপহাৰ দিবলৈ কৰিবলৈ সক্ষম হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

শ্ৰমিকৰ জীৱনক লৈ হেতালি খেলাৰ ভয়ংকৰ পৰিণতি! স্বত্বাধিকাৰীসহ পাঁচজনক গ্ৰেপ্তাৰ আৰক্ষীৰ

July 28, 2026 11:20 am
নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

নিট প্ৰতিবাদকাৰীৰ বিৰুদ্ধে ৰুজু হোৱা সকলো গোচৰ প্ৰত্যাহাৰৰ সিদ্ধান্ত অসম চৰকাৰৰ

July 28, 2026 9:59 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

ষ্টেট কেন্সাৰ ইনষ্টিটিউট, গুৱাহাটীত অস্বাভাৱিক হাৰত বৃদ্ধি মাচুল: ২০০ টকাৰ বিচনাৰ ভাড়া হ’ল ১৬০০ টকা

July 28, 2026 1:20 pm
অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

অসমত বানৰ ভয়াৱহ প্ৰভাৱ: ক্ষতিগ্ৰস্ত ৮৮ হাজাৰৰো অধিক পশুধন

July 28, 2026 11:51 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd