• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘সৰু এটা সম্পৰ্কৰ বাবে আৰু কিমান দিন কান্দিবা’—ঋত্বিক ৰোছনক কি সম্পৰ্কৰ কথা সোঁৱৰাই দিলে কংগনাই?

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 15, 2020 4:30 pm

2 min read

a konga
36.6k
VIEWS
Share on FacebookShare on Twitter

ছ’চিয়েল মিডিয়াত প্ৰায়ে বিতৰ্কৰ ধুমুহাৰ সৃষ্টি কৰি অহা বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটৰ এইবাৰ আক্ৰমণৰ লক্ষ্য অভিনেতা ঋত্বিক ৰোছন।

এটা পুৰণি সম্পৰ্কৰ কথা মনত পেলাই দি কংগনাই এইবাৰ ঋত্বিকক প্ৰশ্ন কৰিছে—‘সৰু এটা সম্পৰ্কৰ বাবে আৰু কিমান কান্দিবা’?

এটা সময়ত কংগনাক নেদেখিলে ঋত্বিকৰ ভাত পেটলৈ নোযোৱা হৈছিল। কিন্তু সেই কংগনাই আকৌ পিছলৈ ঋত্বিকৰ বাবে হৈ পৰিছিল মহা জঞ্জাল স্বৰূপ।

২০১ত চনত কংগনাৰ সৈতে ঋত্বিকে কৰিছিল কৃশ-৩ ছবি খন। বক্স  অফিচ হিট হোৱা ছবি খনৰ শ্বুটিঙৰ সময়তে ঋত্বিকৰ হৃদয়ত ঠাই কৰি লৈছিল কংগনাই।

তেতিয়াৰে পৰা বহু দিনলৈ চলিছিল ঋত্বিক-কংগনাৰ ৰোমাঞ্চ।

২০১৬ চনত ঋত্বিকে আচম্বিতে কংগনাৰ বিৰুদ্ধে চাইবাৰ চেলত গোচৰ ৰুজু কৰিছিল। কংগনাৰ বিৰুদ্ধে ঋত্বিকে অনলাইনত হাৰাশাস্তি কৰি থকাৰ অভিযোগ উত্থাপন কৰিছিল।

গোচৰটো তেনেদৰেই ইমান দিন পৰি আছিল যদিও শেহতীয়াকৈ ঋত্বিকে পুনৰ গোচৰটো তৰান্বিত কৰাৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰিছে।

কংগনাৰ সৈতে থকা পূৰ্বৰ সকলো ৰোমান্টিক মুহূৰ্তৰ কথা পাহৰি ঋত্বিকে পুনৰ কংগনাৰ বিৰুদ্ধে আক্ৰোশী ৰূপ ধাৰণ কৰিছে।

ঋত্বিকৰ অভিযোগৰ প্ৰত্যুত্তৰত কংগনাই কৈছে যে তেওঁৰ সৈতে কংগনাৰ সম্পৰ্ক আছিল। সেই সম্পৰ্কৰ কথা গাপ দিয়াৰ বাবেই ঋত্বিকে তেওঁৰ বিৰুদ্ধে গোচৰ দিছে।

টুইটাৰত কংগনাই এইবুলি লিখিছে যে ঋত্বিকে পুনৰ পুৰণি কাহিনীবোৰ আৰম্ভ কৰিছে।

তেওঁৰ সৈতে ব্ৰেকআপ হোৱাৰ পিছতো অথবা ঘৈণীৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছতো ঋত্বিক সলনি নহ’ল বুলি উল্লেখ কৰি কংগনাই প্ৰশ্ন কৰিছে—‘সৰু এটা সম্পৰ্কৰ বাবে আৰু কিমান দিন কান্দিবা’?

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd