• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home জীৱনশৈলী

জণ্ডিচ কি? কিয় হয়? চিকিৎসা কি?

এন ই নাও নিউজ by এন ই নাও নিউজ
September 18, 2024 7:02 am
156
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জণ্ডিচ আমাৰ সমাজত এক পৰিচিত শব্দ ৷ আধুনিক চিকিৎসা বিজ্ঞানৰ মতে জণ্ডিচ (যাক ইক্টেৰাচ/ Icterus বুলিও কোৱা হয় ) কোনো ৰোগ নহয় ৷ ই হৈছে আমাৰ শৰীৰত হোৱা বিভিন্ন ৰোগৰ এক লক্ষণ।

আধুনিক চিকিৎসা বিজ্ঞানে দিয়া “জণ্ডিচ”ৰ সংজ্ঞা হ’লঃ মানৱ শৰীৰৰ চাল (skin), শ্লেচমা  আৱৰণ ( mucous membrane ), চকুৰ বগা অংশ বা শ্ক্লেৰা ( sclera) আদিৰ হালধীয়া বৰণ হোৱা অৱস্থা ৷

Apply Now

মানৱ শৰীৰৰ তেজত থকা বিলিৰুবিন ( bilirubin ) নামৰ এবিধ ৰন্জক পদাৰ্থৰ অত্যাধিক হাৰত বৃদ্ধি পালে উপৰোক্ত স্থান সমূহ হালধীয়া অৱস্থা পায় ৷ সাধাৰণতে এই বিলুৰুবিন দুই প্ৰকাৰৰ হয়ঃ

১) আনকন্জুগেটেত বা ইনদাইৰেক্ট( unconjugated or  Indirect)

২) কন্জুগেটেত বা ডাইৰেক্ট ( conjugated or direct)

ভাৰতৰ দৰে গ্ৰীষ্মপ্ৰধান দেশত জণ্ডিছ (Jaundice) এটা সাধাৰণ ৰোগৰ দৰে হৈ পৰিছে। পৰ্যাপ্ত বিশ্ৰাম, ঔষধ আৰু সুষম আহাৰ এই ৰোগ নিৰাময়ৰ মূল মন্ত্ৰ।

চাওঁ আহক জণ্ডিছ ৰোগ সহজে নিৰাময় কৰিবলৈ আহাৰ গ্ৰহণৰ ক্ষেত্ৰত কেনেদৰে যত্ন ল‘ব লাগে

১)আপুনি যথেষ্ট বিশুদ্ধ পানী সেৱন কৰক। যিমানে পানী সেৱন কৰিব সিমানেই অধিক মাত্ৰাত শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ বাহিৰ হ‘ব।

২)জণ্ডিছ হোৱাৰ ফলত লিভাৰ দুৰ্বল হৈ পৰে। ফলত পাচনতন্ত্ৰ আৰু পাচনক্ৰিয়া হ্ৰাস পাবলৈ ধৰে। গতিকে এই ৰোগত পৰাপক্ষত জুলীয়া আহাৰ গ্ৰহণ কৰা জৰুৰী।

৩)জণ্ডিছ ৰোগ সোনকালে উপশম হ‘বলৈ আহাৰত চুপ আৰু বিভিন্ন ধৰণৰ কাঢ়া সেৱন কৰিব লাগে। পৰাপক্ষত গোটা আহাৰ বৰ্জন কৰিব।

৪) এই সময়ত ফলৰ ৰসো সেৱন কৰিব পাৰে। যিমানেই সহজে হজম হোৱা খাদ্য গ্ৰহণ কৰিব সিমান সোনকালে জণ্ডিছ ৰোগৰ উপশম ঘটিব। জণ্ডিছ ৰোগত নেমুৰ ৰস খাবলৈ দিয়াটো বহুতৰ ঘৰতে এটা পৰম্পৰা হিচাপেই গণ্য কৰা হয়।

৫)জণ্ডিছ হৈ থকাৰ সময়ত বহুলোকে মাংসৰ পৰা পোৱা প্ৰ‘টিন হজম কৰিব নোৱাৰে। কন্তু প্ৰ‘টিন শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজনীয় এটা উপাদান। এনে ক্ষেত্ৰত অধিক পৰিমাণে দাইল আৰু মাহ জাতীয় খাদ্য খাওক। ডাঠ দাইলৰ পৰিৱৰ্তে পাতলকৈ ৰান্ধি এবাটিকৈ নিয়মিত খাবলৈ লওক।A

 

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 13, 2026 9:24 am
ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

September 13, 2026 8:59 am
স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

স্বমহিমাৰে কিম জং! আমেৰিকাৰ সামৰিক অনুশীলনৰ পিছতে ক্ষেপণাস্ত্ৰ নিক্ষেপ পিয়ংইয়াঙৰ, ক্ষুব্ধ দক্ষিণ কোৰিয়া

September 13, 2026 7:41 am
টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 13, 2026 9:24 am
ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

ব্ৰিকছৰ বিশেষ নৈশভোজত ছন্দপতন! মোডীৰ ‘ৰাজকীয় নৈশভোজ’লৈ নাহিল চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং

September 13, 2026 8:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd