• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

JNUত প্ৰকৃততে কি হৈছে; ছাত্ৰ বিক্ষোভৰ গুৰি ক’ত?

পীযুষ ৰঞ্জন by পীযুষ ৰঞ্জন
November 19, 2019 5:17 pm
JNU Protest

জেএনয়ুৰ ছাত্ৰ বিক্ষোভকাৰীৰ আৰু আৰক্ষীৰ টনা-আজোৰা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ (JNU) শিক্ষার্থী সকলে ছাত্রাবাসৰ মাছুল বৃদ্ধি, ড্রেস কোড আৰু কার্ফিউৰ সময়ত প্ৰকাশ পোৱা হোষ্টেল ম্যানুৱেলৰ বিৰুদ্ধে প্রায় তিনি সপ্তাহ ধৰি বিক্ষোভ প্ৰদৰ্শন কৰি আহিছে।

JNU Student Unionয়ে হোষ্টেল ম্যানুৱেল সম্পূর্ণৰূপে প্ৰত্যাহাৰৰ দাবী কৰিছে।

Apply Now

জে এন য়ু প্রশাসনৰ মাছুল বৃদ্ধিৰ যুক্তি হ’ল এই মাছুল ১৯ বছৰ ধৰি সংশোধন কৰা হোৱা নাই। যদিও বিশ্ববিদ্যালয়ৰ Students Unionয়ে বার্ষিক প্রতিবেদনত উল্লেখ কৰিছে যে ৪০% তকৈও বেছি শিক্ষার্থী নিম্ন-আয় গ্রুপত পৰে আৰু এই বৰ্দ্ধিত মাছুল ব্যয় কৰিব নোৱাৰে।

নতুন ছাত্রাবাসৰ চার্জৰ বাবদ শিক্ষার্থীয়ে প্রতি মাহত ১৭০০ টকা চার্ভিচ চার্জ দিব লাগিব। এই বৰ্ধিত মাছুল আগতে লোৱা হোৱা নাছিল।

ছিংগল ঘৰৰ ভাড়া বাঢ়ি ৬০০ টকা কৰা হৈছে যি প্রতিমাহে ২০ টকা আছিল।

ডাব’ল-শ্বেয়াৰিং ৰুমৰ ভাড়া বাঢ়িছে ৩০০ টকা যি প্রতি মাহে ১০ টকা আছিল।

১১ নৱেম্বৰত সমাৱৰ্তন কাৰ্য্যসূচীত বিক্ষোভকাৰীসকল সমবেত হৈছিল য’ত মুখ্য অতিথি আছিল উপ-ৰাষ্ট্রপতি ভেঙ্কাইয়া নাইডু।

১৮ নৱেম্বৰত সংসদৰ প্রথম শীতকালীন অধিবেশন অনুষ্ঠিত হৈ থকাৰ সময়তে বিক্ষোভকাৰী ছাত্ৰসকলে সংসদলৈ পদযাত্রাৰ চেষ্টা চলাইছিল।

ইপিনে, হোষ্টেলৰ মাছুল বৃদ্ধিৰ প্রতিবাদত মঙ্গলবাৰে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত (জেএনয়ু) এখন সংবাদমেল অনুষ্ঠিত হৈছিল।

শিক্ষার্থী সকলৰ পক্ষত কোৱা হৈছিল যে তেওঁলোকে ২৩ দিন ধৰি দাবী জনাই অহা সত্ত্বেও কোনোৱে কিন্তু তেওঁলোকৰ কথা শুনা নাই।

শিক্ষাৰ্থীসকলৰ ওপৰত দিল্লী আৰক্ষীয়ে লাঠিচালনা কৰিছিল। শিক্ষার্থীসকলে জনাইছিল যে, আহত অনেক শিক্ষার্থীয়ে সংবাদমেলত অংশ ল’ব পৰা নাই।

সংবাদমেলত শিক্ষার্থীসকলে অভিযোগ কৰে যে, ছাত্ৰী সকলক দিল্লী আৰক্ষীৰ পুৰুষ জোৱানে ধৰি নিছে যিটো সম্পূর্ণ ভুল তথা মৰ্যাদা হানিকাৰক।

পীযুষ ৰঞ্জন

পীযুষ ৰঞ্জন

Piyush Ranjan is a SEO Expert and a Writer.

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd