• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

প্ৰথমবাৰৰ বাবে সাংবিধানিক পদত ৰাহুল গান্ধী : বিৰোধী দলৰ নেতা হিচাপে কি কি ক্ষমতা লাভ কৰিব গান্ধীয়ে?

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
June 27, 2024 3:32 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰায় ৩ দশকৰ ৰাজনৈতিক জীৱনত প্ৰথমবাৰৰ বাবে সাংবিধানিক পদ লাভ কৰিছে ৰাহুল গান্ধীয়ে। দীৰ্ঘদিনে সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰি আহিছে ৰাহুল গান্ধীয়ে। ইয়াৰ পূৰ্বে দলৰ সভাপতিৰ পদো লাভ কৰিছিল ৰাহুল গান্ধীয়ে। কিন্তু ইয়াৰ পূৰ্বে কেতিয়াও কোনো সাংবিধানিক পদ লাভ কৰা নাই ৰাহুল গান্ধীয়ে।

দেশৰ আষ্টাদশ লোকসভাৰ সংসদত বিৰোধী দলৰ নেতা ৰাহুল গান্ধী। এই পদত কি কি সুবিধা লাভ কৰিব ৰাহুল গান্ধীয়ে?

Apply Now

বিৰোধী দলৰ নেতাক কেবিনেট মন্ত্ৰীৰ সমতুল্য বুলি গণ্য কৰা হয়। মন্ত্ৰীসকলে চৰকাৰৰ পৰা যিবোৰ সুবিধা পায়, সেই সকলো সুবিধা লাভ কৰিব ৰাহুল গান্ধীয়ে।

সংসদ ভৱনৰ ভিতৰত তেওঁৰ সুকীয়া কাৰ্যালয় থাকিব। ইয়াৰোপৰি চিবিআই (চিবিআই)ৰ সঞ্চালক, নিৰ্বাচন আয়ুক্ত, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ অধ্যক্ষৰ নিযুক্তি সমিতিত স্থান পাব বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে। অৰ্থাৎ সকলো গুৰুত্বপূৰ্ণ কেন্দ্ৰীয় সংস্থাৰ মুৰব্বী নিযুক্তি দিয়াত ৰাহুলৰ কথাই গুৰুত্ব লাভ কৰিব।

দৰাচলতে সংসদীয় গণতন্ত্ৰত বিৰোধী দলৰ নেতাৰ গুৰুত্ব অপৰিসীম। চৰকাৰৰ ভুলবোৰ আঙুলিয়াই দিয়া, চৰকাৰক আইনা দেখুওৱাটো তেওঁৰ কাম।

বহুতে অনুভৱ কৰে যে যদি অধ্যক্ষক আতৰাই ৰখা হয় তেন্তে প্ৰধানমন্ত্ৰীৰ পিছতে লোকসভাত বিৰোধী দলপতিয়েই আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি। বিৰোধীৰ কণ্ঠ হিচাপে তেওঁক মানুহৰ সমস্যাৰ বিষয়ে ক’ব লাগিব।

উল্লেখ্য যে ১০ বছৰৰ পাছত কংগ্ৰেছে লোকসভাত বিৰোধী দলপতিৰ পদ লাভ কৰিছে। বিৰোধী দলৰ নেতাৰ হ’বলৈ কোনো এটা দলে লোকসভাৰ মুঠ আসনৰ ১০ শতাংশ আসনত জয় লাভ কৰিব লাগিব। অৰ্থাৎ ৫৫ জন সাংসদৰ প্ৰয়োজন হ’ব।

২০১৪ আৰু ২০১৯ চনত কংগ্ৰেছে ১০ শতাংশ আসন লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। কিন্তু এইবাৰ পৰিস্থিতি বেলেগ। এইবাৰ কংগ্ৰেছত আছে ৯৯ জন সাংসদ। গতিকে এইবাৰ শক্তিশালী হ’ব বিৰোধীৰ ভূমিকা। বিৰোধীৰ কথাত গুৰুত্ব দিবলৈ বাধ্য হ’ব শাসকীয় পক্ষ।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

উন্নয়নৰ নামত হাবি-বন, খাল-বিল, নৈ পুতি পেলালে পানী ক’লৈ যাব?

July 29, 2026 10:31 am
‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

‘জেন-জি’ৰ প্ৰতিবাদত উচপ খাই উঠিল নেকি বিজেপি? ‘জেন-জি’ ভোটাৰৰ কাষ চপাৰ ব্যাপক প্ৰস্তুতি

July 29, 2026 10:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

মুখ্যমন্ত্ৰীৰ টেবুলত ‘তাণ্ডৱ নৃত্য’ৰ হুংকাৰ অখিল গগৈৰ! মন্ত্ৰী-বিধায়কৰ চিণ্ডিকেটেই শিৱসাগৰলৈ আনিলে প্ৰলয়ংকৰী বান

July 29, 2026 1:09 pm
এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

এদিনীয়া বিশ্বকাপৰ দলত স্থান পাবনে বৈভৱ সূৰ্যবংশীয়ে? ফিটনেছ আৰু আচৰণক লৈ ক্ৰিকেট মহলত চৰ্চা

July 29, 2026 12:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd