• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বিয়াৰ পূৰ্বে কি কি জানি ল’ব লাগে? শ্বাহিদ কাপুৰে ক’লে নিজৰ অভিজ্ঞতাৰ কথা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 8, 2023 10:12 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বলিউডৰ বিখ্যাত অভিনেতা শ্বাহিদ কাপুৰে আজিৰ পৰা ৮ বছৰ পূৰ্বে দিল্লীৰ যুৱতী মীৰা ৰাজপুতৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। বৰ্তমান কন্যা মিছা আৰু পুত্ৰ জেনেৰে এটা সুখী পৰিয়াল আছে শ্বাহিদ কাপুৰৰ। 

শ্বাহিদ-মীৰাৰ মধুৰ সম্পৰ্কৰ আভাস ছচিয়েল মিডিয়াত দেখা যায়। বহুতে প্ৰশ্ন কৰে যে শ্বাহিদ-মীৰাৰ সফল বিবাহিত জীৱনৰ ৰহস্য কি?

Apply Now

শেহতীয়াকৈ শ্বাহিদে এক সাক্ষাৎকাৰত নিজৰ বিবাহিত জীৱনৰ বিষয়ে মুকলিকৈ কয়। শ্বাহিদে কয়, ”বিবাহৰ পিছত নাৰী এগৰাকীয়ে পুৰুষৰ জীৱনলৈ আহি পুৰুষৰ জীৱন সংগঠিত কৰে। প্ৰতিজন যুৱকে নিজৰ জীৱনলৈ এগৰাকী নাৰী অহাৰ পিছতহে এজন ভাল পুৰুষ হ’ব পাৰে। এই প্ৰক্ৰিয়া দীৰ্ঘদিন ধৰি চলি থাকে। জীৱনটো এনেকুৱাই যেন অনুভৱ হয়।”

অৱশ্যে শ্বাহিদৰ এই ভিডিঅ’ সাক্ষাৎকাৰ ভাইৰেল হোৱাৰ পিছত বহুতেই সামালোচনা কৰিছে শ্বাহিদ কাপু্ৰক।

এজন নেটিজেনে লিখিছে, ”বিয়াৰ পিছত পত্নী আনিছিলা, নে দাসী ?” আন এজন ব্যক্তিয়ে লিখিছে, “শ্বাহিদৰ কথা শুনি তেওঁ স্কুলত পঢ়ি থকা যেন লাগে! পুৰুষৰ জীৱনত নাৰীৰ অস্তিত্ব সেইটোৱেই নেকি?”

বিবাহ জীৱনৰ এক ডাঙৰ সিদ্ধান্ত। য’ত নিজৰ ভৱিষ্যতৰ লগতে আন এজনৰ ভৱিষ্যতও জড়িত হৈ থাকে। গতিকে বিয়াৰ সিদ্ধান্ত লোৱাৰ সময়ত এজন সম্ভাৱ্য জীৱন সংগীৰ লাভ-লোকচানৰ বিষয়ে স্পষ্ট ধাৰণা থকাটো অতি প্ৰয়োজনীয়। প্ৰতিদিনে কাৰোবাৰ লগত কেইঘণ্টামান কথা পতা আৰু একেখন চালিৰ তলত একেলগে দিন কটাব পৰাৰ মাজত ডাঙৰ পাৰ্থক্য! খৰখেদাকৈ বিবাহৰ সিদ্ধান্ত লোৱাতকৈ কিছু সময়ৰ পাছত এই সিদ্ধান্ত সযতনে লোৱা উচিত। বিয়াৰ সিদ্ধান্ত লোৱাৰ আগতে কি কথা মনত ৰাখিব লাগে?

১) আপোনাৰ সংগীক কিমান ভাল দেখা যায় তাত গুৰুত্ব নিদিব, তেওঁলোকৰ লগত আপোনাৰ মনৰ ৰসায়নৰ মিল আছে নে সেইটোত অধিক গুৰুত্ব দিব।

২) বিবাহৰ পূৰ্বে সংগীৰ লগত আৰ্থিক দিশৰ বিষয়ে আলোচনা কৰিব। বিবাহিত জীৱনত ইজনে সিজনৰ আৰ্থিক অৱস্থাৰ প্ৰতি সচেতন হোৱাটো অতি প্ৰয়োজনীয়।

৩) দুজন মানুহৰ বাহিৰেও দুটা পৰিয়াল বিবাহৰ লগত জড়িত। দুয়োৰে পৰিয়ালৰ লগত কেনেধৰণৰ সম্পৰ্ক আছে আগতীয়াকৈ জানি লোৱা ভাল। 

৪) আপোনাৰ সংগীৰ ওপৰত নিজৰ মতামত জাপি নিদিব। আপোনাৰ ভাল লগা আৰু অপছন্দৰ বিষয়ে আগতীয়াকৈ আপোনাৰ সংগীৰ লগত কথা পাতক। বিয়াৰ পিছত সংগীৰ ওপৰত এটা চৰ্ত জাপি দিয়াৰ ভুল নকৰাটোৱেই ভাল।

৫) কৰ্মজীৱন আৰু ব্যক্তিগত জীৱনৰ মাজত কেনেদৰে ভাৰসাম্য ৰক্ষা কৰিব সেই বিষয়ে আগতীয়াকৈ সংগীৰ লগত আলোচনা কৰা ভাল। বহু সময়ত জীৱিকাৰ দাবীৰ বাবে কৰ্মক্ষেত্ৰত বহু সময় কটাবলগীয়া হয়, পাৰিবাৰিক জীৱনলৈ বেছি সময় দিয়া সম্ভৱ নহয়। যদি আপোনাৰ ক্ষেত্ৰত এনেকুৱা হয়, তেন্তে আগতেই প্ৰকাশ কৰক। লগতে সংগীৰ বিষয়েও জানি লওক।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd