• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

Marilyn Monroe biopic মেৰিলিন মনৰোৰ বায়’পিককলৈ সৃষ্টি হৈছে বিতৰ্কৰ, কিন্তু কিয়?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
August 5, 2022 7:06 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিতৰ্কই যেন আজিও লগ এৰা নাই হলিউডৰ প্ৰয়াত অভিনেত্ৰী মেৰিলিন মনৰোক৷

চৰ্চিত হলিউডৰ অভিনেত্ৰী মেৰিলিন মনৰোকলৈ শেহতীয়াকৈ নিৰ্মাণ কৰা হৈছে এখন বায়’পিক৷ মনৰোৰ জীৱনৰ বিচিত্ৰ কাহিনীকলৈ ২৮ ছেপ্টেম্বৰত নেটফ্লিক্সত এখন ছবিয়ে মুক্তি পাইছে৷ ছবিৰ নাম ব্লণ্ড।

Apply Now

ছবি খনকলৈ এতিয়া বিতৰ্কৰ ধুমুহা বৈছে৷ হলিউডৰ ভেনাছ হিচাবে খ্যাত মেৰিলিন মনৰোৰ বহু অজানা কথা ছবি খনত দেখুওৱা হৈছে৷ । মনৰোক আমেৰিকা যুক্তৰাষ্ট্ৰৰ তদানীন্তন ৰাষ্ট্ৰপতি জন এফ কেনেডিৰ সৈতেও জড়িত কৰা হৈছিল।কেৱল বিতৰ্কৰ মাজতে দিন নিয়াবলগীয়া হোৱা মেৰিলিনৰ মৃত্যুৰ ৬০ বছৰ পিছত নিৰ্মাণ হৈছে তেওঁৰ জীৱনৰ ওপৰত আধাৰিত বায়োপিক ব্লণ্ড ।

ব্লণ্ডক লৈ এতিয়া পুনৰ বিতৰ্ক আৰম্ভ হৈছে৷ মেৰিলিনৰ অনুৰাগীসকলে কয় যে ব্লণ্ডত মেৰিলিনৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ উচ্চাৰণ মেৰিলিনৰ উচ্চাৰণ মিলা নাই।

সেয়ে তেওঁৰ অনুৰাগী সকলে ছবি খনৰ সমালোচনা কৰিছে৷ উল্লেখ্য ১৯৬২ চনৰ ৪ আগষ্টত মেৰিলিন মনৰোৰ এক ৰহস্যজনক অৱস্থাত মৃত্যু হৈছিল৷ সেয়া হত্যা নে আত্মহত্যা আজিও সাঁথৰ হৈ আছে৷

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

September 24, 2026 3:35 pm
গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

September 24, 2026 3:08 pm
আদানীৰ  বিৰুদ্ধে প্ৰশ্ন তুলি মানহানিৰ গোচৰত কাৰাৰুদ্ধ বিশিষ্ট সাংবাদিক ৰবি নায়াৰ

আদানীৰ  বিৰুদ্ধে প্ৰশ্ন তুলি মানহানিৰ গোচৰত কাৰাৰুদ্ধ বিশিষ্ট সাংবাদিক ৰবি নায়াৰ

September 24, 2026 2:57 pm
পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

পাঁচ ৰাজ্যৰ নিৰ্বাচনত ৫২৯ কোটি টকা খৰচ বিজেপিৰ; অনুদান আহিল প্ৰায় ১৫০০ কোটি! পশ্চিমবংগত সৰ্বাধিক, অসমত কিমান?

September 24, 2026 2:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

বৰগীত, সত্ৰীয়াৰ পৰা সাঁচিপতীয়া পুথিলৈ! গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত ব্যতিক্ৰমী ঐতিহ্য মহোৎসৱ

September 24, 2026 3:35 pm
গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

গণতন্ত্ৰৰ সংজ্ঞা সলনি কৰিছে নেকি নিৰ্বাচন আয়োগে? জ্ঞানেশ কুমাৰক ‘দেশৰ সৰ্ববৃহৎ দেশদ্ৰোহী’ আখ্যা চিজেপি নেতাৰ

September 24, 2026 3:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd