• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

পুনৰ চীনৰ ৰাষ্ট্ৰপতি পদত জিনপিং, ভাৰতৰ সৈতে সম্পৰ্ক উন্নত হ’বনে?

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 19, 2022 7:04 pm
179
VIEWS
Share on FacebookShare on Twitter

ভাৰতৰ সৈতে চীনৰ সম্পৰ্ক উন্নত হ’বনে? এতিয়া এয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে। শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে বালিত জিনপিঙৰ সাক্ষাতো হৈছে। কিন্তু সেই সাক্ষাৎ নিতান্তই আনুষ্ঠানিক আছিল। ২০২০ চনত গালোৱান সংঘৰ্ষৰ দুবছৰ পিছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ মাজত দ্বিপাক্ষিক বৈঠক হোৱা নাছিল। শেহতীয়া জি-২০ সন্মিলনত তেওঁলোকে মুখামুখি বাৰ্তালাপ কৰিছে।

কিন্তু সেয়া আছিল এটা চমু বাৰ্তালাপ। যিহেতু জিনপিঙে তৃতীয় কাৰ্যকালৰ বাবে চীনা ৰাষ্ট্ৰপতি হিচাপে পুনৰ শাসনৰ বাঘজৰী হাতত লৈছে সেয়ে ভাৰত আৰু চীনৰ বাবে সীমান্ত বিবাদ সম্পৰ্কে স্থায়ী সমাধানত উপনীত হোৱাটো তেওঁৰ বাবে গুৰুত্বপূৰ্ণ হৈ পৰিব। সীমান্তত চীনৰ নিৰ্মাণ প্ৰকল্পসমূহে ইতিমধ্যে ভাৰতৰ অঞ্চলসমূহত আগ্ৰাসনৰ পৰিবেশ গঢ়ি তুলিছে। জিনপিঙে গোলকীয় মঞ্চত চীনৰ প্ৰভাৱ বিস্তাৰ কৰাৰ উচ্চাকাংক্ষা পোষণ কৰি আহিছে আৰু তেওঁৰ পৰিকল্পনাবোৰ সফল কৰিবলৈ আৰু ৫ বছৰৰ বাবে ক্ষমতা গোটাই লৈছে ।

ফ্ৰীডম গেজেটৰ মুখ্য সম্পাদক মহম্মদ জিশান আৰু লী কুয়ান য়ু স্কুল অৱ পাব্লিক পলিচীৰ গৱেষণা সহযোগী বায়ৰন চোঙে কয় যে গালোৱান সংঘৰ্ষক ঝিৰ ভাৰতীয় ভূখণ্ড আক্ৰমণৰ অংশ বুলি বৰ্ণনা কৰে। তেওঁ এইবুলি ব্যাখ্যা কৰে যে ভাৰত আৰু চীনৰ মাজত হোৱা আলোচনাই গালোৱানৰ পূৰ্বৰ স্থিতি পুনৰুদ্ধাৰ কৰাৰ সম্ভাৱনা নাই। ঝিৰ হিমালয়ৰ ৰণনীতিৰ বিষয়ে তেওঁ কয়, “ঝিৰ হিমালয়ৰ ৰণনীতিয দক্ষিণ চীন সাগৰত তেওঁ বছৰ বছৰ ধৰি কৰি অহা কামতকৈ সম্পূৰ্ণ পৃথক – ক্ৰমান্বয়ে দ্বীপ নিৰ্মাণ আৰু সামৰিকীকৰণ কৰি চীনৰ প্ৰভূত্ব বিস্তাৰ কৰিব বিচৰা হৈছে।

লী কুয়ান য়ু স্কুল অৱ পাব্লিক পলিচীৰ গৱেষণা সহযোগী বায়ৰন চোঙে লগতে কয়– “বেইজিঙে ভাৰতকে ধৰি অঞ্চলটোৰ আন ৰাজ্যসমূহৰ প্ৰতি ইয়াৰস্থিতি অধিক কঠোৰ কৰিব।” তেওঁ লগতে কয় যে বেইজিংৰ পৰা কোনো প্ৰকৃত ইংগিত পোৱা হোৱা নাই যে ই ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ উন্নীতকৰণক গুৰুত্বপূৰ্ণ বিষয় হিচাপে গণ্য কৰিছে। গতিকে ভাৰতৰ সৈতে চীনৰ সম্পৰ্ক উন্নীত হোৱাৰ এতিয়াই কোনো আশা দেখা যোৱা নাই।শেহতীয়াকৈ চীনৰ সৈতে টাইৱানৰো সম্পৰ্কৰ যথেষ্ট অৱনতি ঘটিছে। এনে সময়তে টাইৱানৰ বিৰুদ্ধে আক্ৰমণ চলাব পৰাকৈ চীনৰ সেনাক সাজু হ’বলৈ নিৰ্দেশ দিছে চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে ।

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd