DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, June 30, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

১৫ মে’ পৰ্যন্ত থাকিব Whatsapp ৰ নতুন নিয়মাৱলী মানি লোৱাৰ সময়; তাৰপাছত কি হ’ব?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 23, 2021 2:49 pm
wp-video-call-main_013120124554-new-750x375

প্ৰতিনিধিত্বমূলক ফটো।

354
VIEWS
Share on FacebookShare on Twitter

হোৱাটছএপে নতুন নিয়মাৱলীত ব্যৱহাৰকাৰীসকলক নটিফিকেশ্যন পঠাব। হোৱাটছএপত নতুন নিয়মাৱলী অনুসৰি নিজৰ একাউন্ট মচি পেলাব পাৰিব।

তদুপৰি, একাউন্টৰ ৰিপ’ৰ্ট ডাউনলোডকে ধৰি নিজৰ চ্যাট হিষ্ট্ৰী এক্সপ’ৰ্টো কৰিব পাৰিব।

যোৱা জানুৱাৰি মাহতে প্ৰাইভেচী পলিচি আনি শলঠেকত পৰে হোৱাটছএপ। য়ুজাৰসকলৰ বহুতেই হোৱাটছএপ এৰি আন প্লেটফৰ্মত যাবলৈ আৰম্ভ কৰে। কিয়নো য়ুজাৰসকলৰ ব্যক্তিগত তথ্যৰ গোপনীয়তা ৰখাত ব্যৰ্থ হৈছিল ফেচবুক মালিকাধীন সংস্থাটোৱে।

ইয়াৰ পাছত কিছুদিনৰ বিৰতিৰ পাছত হোৱাটছএপে জানিবলৈ দিছে যে নতুন প্ৰচেষ্টাত আৰু নমনীয়ভাৱে কেই সপ্তাহৰ ভিতৰত এই বিষয়ত ব্যৱহাৰকাৰীসকলক নটিফিকেশ্যন পঠোৱা হ’ব।

লগতে কোৱা হয় যে চ্যাট কিম্বা শ্বপিঙৰ নতুন উপায় প্ৰস্তুত কৰা হৈছে যিটো সম্পূৰ্ণভাৱে ইচ্ছাধীন।

ব্যক্তিগত মেচেজ সকলো সময়তে সুৰক্ষিত থাকিব আৰু হোৱাটছএপে সেয়া পঢ়িব নোৱাৰিব।

নতুন নিয়মাৱলীৰ বিষয়ত সন্মতি দিবলৈ ব্যৱহাৰকাৰীসকলক ১৫ মে’ পৰ্যন্ত সময় দিয়া হ’ব। ইয়াৰ পাছত নতুন নিয়মাৱলীত সন্মতি নিদিলে হোৱাটছএপে মেচেজ বন্ধ কৰি দিব আৰু একাউন্ট নিষ্ক্ৰিয় হৈ পৰিব।

Recent News

High-speed Aerial Target ‘Abhyas’

দেশীয়ভাৱে নিৰ্মিত ‘হাই-স্পীড এৰিয়েল টাৰ্গেট’ ‘অভ্যাস’ৰ সফল পৰীক্ষণ

Millitants killed in Jammu-Kashmir

জম্মু-কাশ্মীৰত অব্যাহত সন্ত্ৰাসবাদ বিৰোধী অভিযান: দুই লস্কৰ-ই-তৈবা সদস্য নিহত

Maharashtra Political Crisis

আস্থাভোট স্থগিত ৰাখিলে ৰাজ্যপালে: মহাৰাষ্ট্ৰৰ শাসনলৈ পুনৰ উভতাৰ পথত দেৱেন্দ্ৰ ফাড়নবিছ

Vice presidential election India

নিৰ্বাচন আয়োগে ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ দিন: ৬ আগষ্টত হ’ব ভোটগ্ৰহণ, একেদিনাই হ’ব ভোটগণনা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd