• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

WhatsAppৰ নতুন ফিচাৰ্ছ : কোনোবাই আপোনাক গ্ৰুপত এদ কৰাটো কেনেদৰে বন্ধ কৰিব

এন ই নাও নিউজ by এন ই নাও নিউজ
November 18, 2019 5:50 pm
whatsapp

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনপ্ৰিয় ছ’চিয়েল মেছেজিং এপ হোৱাটছ এপে চলিত বৰ্ষত ব্যৱহাৰকাৰীসকলৰ বাবে ভালেমান নতুন ফিচাৰ্ছ লৈ আহিছে।

নতুন ফিচাৰ্ছবোৰৰ ভিতৰত উল্লেখযোগ্য ফিচাৰ্ছ এটা হ’ল হোৱাটছ এপ নিউ গ্ৰুপ প্ৰাইভেচি ফিচাৰ্ছ।

Apply Now

এতিয়াৰ পৰা হোৱাটছ এপ ব্যৱহাৰকাৰীসকলে তেওঁক কোনোটো গ্ৰুপত তেওঁক এদ কৰিব সেই সম্পৰ্কে তেওঁ নিজে বাচনি কৰিব পাৰিব।

বৰ্তমানলৈ হোৱাটছ এপ গ্ৰুপত কোনোৱাই আপোনাক এদ কৰি দিলে আপোনাৰ সেই গ্ৰুপটো ভাল নালাগিলে হাতত থকা একমাত্ৰ উপায়টো হ’ল সেই গ্ৰুপটোৰ পৰা ওলাই অহা।

কিন্তু শেহতীয়াকৈ জনপ্ৰিয় মেছেজিং এপটোৱে ব্যৱহাৰকাৰী সকলক হোৱাটছ এপ গ্ৰুপত অধিক ক্ষমতা প্ৰদান কৰিব বুলি ঘোষণা কৰিছে।

হোৱাটছ এপৰ নতুন সংস্কৰণটো লাভ কৰিবলৈ হ’লে ব্যৱহাৰকাৰী সকলে গুগল প্লে ষ্টোৰলৈ গৈ ইয়াক ইনষ্টল কৰিব লাগিব।

কেনেদৰে ব্যৱহাৰ কৰিব

যদিহে আপুনি নতুন ফিচাৰ্ছ সক্ৰিয় কৰিব বিচাৰে তেনেহ’লে প্ৰথমে হোৱাটছ এপ চেটিংছলৈ যাওক আৰু ‘একাউণ্ট’ত ক্লিক কৰক। তাৰপাছত ‘প্ৰাইভেচি’ত ক্লিক কৰি ‘গ্ৰুপ’ অপশ্যন বাচনি কৰক।

ইয়াত তিনিটা বাচনি আপোনাৰ বাবে উপলব্ধ হ’ব। সেইকেইটা হ’ল- “Everyone”,”My Contacts” আৰু “My Contacts Except”। ইয়াৰ ভিতৰত আপুনি নিজৰ ইচ্ছা অনুসাৰে যিকোনো এটা বাচনি কৰিব পাৰে।

“My Contact” বাচনিটোৱে আপোনাৰ কন্টেক্ট লিষ্টত থকা লোককহে আপোনাক যিকোনো গ্ৰুপত এদ কৰাৰ সুবিধা প্ৰদান কৰিব।

“My Contacts Except” বাচনিটো ক্লিক কৰিলে যিকোনো গ্ৰুপত আপোনাক এদ কৰাৰ পূৰ্বে আপোনাৰ অনুমতি ল’ব লাগিব। এইক্ষেত্ৰত কোনোবাই আপোনাক কোনো গ্ৰুপত এদ কৰিব বিচাৰিলে ব্যক্তিগতভাৱে আপোনালৈ বাৰ্তা প্ৰেৰণ কৰি আমন্ত্ৰণ জনাব লাগিব আৰু আপুনি তিনিদিনৰ ভিতৰত ইয়াৰ উত্তৰ নিদিলে সেই আমন্ত্ৰণ স্বয়ংক্ৰিয়ভাৱে নিস্ক্ৰিয় হৈ পৰিব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

‘ভোটৰ পিছত এইবাৰ দল চুৰি!’ তৃণমূলৰ প্ৰতীক ফ্ৰীজ কৰাৰ পিছতেই সৰৱ ৰাহুল, নিৰ্বাচন আয়োগক তুলাধূনা

September 18, 2026 2:22 pm
পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

পাৰমাণৱিক নিৰীক্ষণত নৰজিল আমেৰিকাৰ দাদাগিৰি; ইৰাণ ইচ্ছ্যুত ৰাষ্ট্ৰসংঘত ৰাছিয়া-চীনৰ ভেটো

September 18, 2026 1:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

বেচৰকাৰী বিশ্ববিদ্যালয় ব্যৱসায়ৰ কেন্দ্ৰ নহয়, শিক্ষা আৰু জনসেৱাৰ প্ৰতিষ্ঠান হ’ব লাগিব : উচ্চতম ন্যায়ালয়

September 18, 2026 6:00 pm
দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

দেহ টানি নিছিল পথৰ কুকুৰে, চিনিব পৰা নাছিল লিংগ! দিল্লীৰ কিশোৰী ধৰ্ষণ-হত্যাৰ অভিযুক্তক এনেদৰে বিচাৰি উলিয়ালে আৰক্ষীয়ে

September 18, 2026 4:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd