• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

দিল্লী ট্ৰেফিক পুলিচৰ আন এক চমক: এইবাৰ পথ সুৰক্ষাৰ বিজ্ঞাপনত ওলাল দীপ্তি শৰ্মাৰ মানকাড উইকেটৰ কৌশল

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 26, 2022 1:11 pm
Delhi Police Deepti Sharma Mankad
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিচিত্ৰ টুইটৰ জৰিয়তে যান-বাহন নিয়ম আৰু পথ সুৰক্ষা ব্যৱস্থাৰ বিষয়ে সজাগতা বিয়পোৱাৰ ক্ষেত্ৰত দিল্লী ট্ৰেফিক পুলিচে ইতিমধ্যে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছে। সময়ে সময়ে কিছু অভিনৱ বিজ্ঞাপনেৰে জনসাধাৰণক আমোদ দি আহিছে দিল্লী ট্ৰেফিক পুলিচে।

শেহতীয়াকৈ এনে এক বিজ্ঞাপন পোষ্ট কৰি পুনৰ এবাৰ চৰ্চালৈ আহিছে দিল্লী ট্ৰেফিক পুলিচ। এইবাৰ বিভাগটোৱে পথ সুৰক্ষাৰ বিজ্ঞাপনত ব্যৱহাৰ কৰিছে শেহতীয়া এক ক্ৰিকেট মেচৰ বিশেষ দৃশ্য।

Apply Now

যোৱা শনিবাৰে ইংলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ তৃতীয় তথা অন্তিম এদিনীয়াত অৱতীৰ্ণ হৈছিল ভ্ৰমণকাৰী ভাৰতী মহিলা দল। মেচখনত ভাৰতে ইংলেণ্ডক পৰাস্ত কৰি ৩-০ ব্যৱধানত শৃংখলা হস্তগত কৰিছিল।

এই মেচখনতে ভাৰতীয় বলাৰ দীপ্তি শৰ্মাই ইংলেণ্ডৰ চাৰ্লি ডিনক নন-ষ্ট্ৰাইকাৰ এণ্ডত মানকাড নিয়মৰ আধাৰত ৰান আউট কৰি চৰ্চালৈ আহিছিল। এই কৌশলৰ বাবে ক্ৰিকেট বিশ্বত বিতৰ্কৰো সৃষ্টি হৈছিল।

দিল্লী ট্ৰেফিক পুলিচে এতিয়া পথ সুৰক্ষাৰ এই দহ ছেকেণ্ডৰ ভিডিঅ’টোত দীপ্তি শৰ্মাই অৱলম্বন কৰা এই কৌশলকে সন্নিৱিষ্ট কৰিছে। ভিডিঅ’টোৰ শিৰোনামত লিখা হৈছে, “গাড়ী চলোৱাৰ সময়ত সতৰ্কতা কিয় গুৰুত্বপূৰ্ণ…”।

 

Why alertness is important during driving..#RoadSafety#Mankading#INDvsENG#ENGvsIND pic.twitter.com/3pIEuff5uw

— Delhi Traffic Police (@dtptraffic) September 25, 2022

ভিডিঅ’ ক্লিপটোৰ শেষত ট্ৰেফিক পুলিচে কেনেকৈ এক মুহূৰ্তৰ অসাৱধানতাৰ ফলত দুৰ্ঘটনা হ’ব পাৰে সেই সন্দৰ্ভত হিন্দীত এটা সতৰ্কবাণী জাৰি কৰিছে। পথ সুৰক্ষাৰ সজাগতা সৃষ্টিৰ বাবে ব্যৱহাৰ কৰা এই ভিডিঅ’টোত দৰ্শকসকলে খুবেই আমোদ পাইছে।

যোৱা সপ্তাহতো দিল্লী আৰক্ষীয়ে পথ দুৰ্ঘটনাৰ ঘটনা নিয়ন্ত্ৰণ কৰাত সজাগতা সৃষ্টিৰ বাবে আন এক ভিডিঅ’ টুইট কৰিছিল। ভিডিঅ’টোত এজন ব্যক্তিয়ে ট্ৰেফিকত আৱদ্ধ হৈ থকা অৱস্থাত গান গাই থকা দেখিবলৈ পোৱা গৈছিল। ভিডিঅ’টোৰ শিৰোনামত লিখা হৈছিল, “ট্ৰেফিক চিগনেলত কেনেকৈ শান্ত থাকিব লাগে…”।

টুইটাৰ ব্যৱহাৰকাৰীসকলে সজাগতা সৃষ্টিৰ বাবে দিল্লী ট্ৰেফিক পুলিচৰ এই আকৰ্ষণীয় শৈলীক উচ্চ প্ৰশংসা কৰিছে। পথ সুৰক্ষাৰ বাবে প্ৰচাৰৰ ক্ষেত্ৰত এনৃ মনোৰঞ্জনমূলক পদ্ধতিয়ে দিল্লী ট্ৰেফিক পুলিচৰ প্ৰতি টুইটাৰত ১.৪ নিযুতৰো অধিক ব্যৱহাৰকাৰীক আকৰ্ষিত কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুই লগাৰ পাছত প্ৰাক্তন ন্যায়াধীশৰ ঘৰত ওলাইছিল বৃহৎ পৰিমাণৰ ধন! তদন্তৰ দাবী নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

জুই লগাৰ পাছত প্ৰাক্তন ন্যায়াধীশৰ ঘৰত ওলাইছিল বৃহৎ পৰিমাণৰ ধন! তদন্তৰ দাবী নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

September 21, 2026 8:02 pm
মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

September 21, 2026 7:18 pm
শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

শুল্ক ভাবুকি আৰু প্ৰযুক্তিৰ যুঁজৰ মাজতেই আমেৰিকালৈ জি জিনপিং! ৱাশ্বিংটনত ডনাল্ড ট্ৰাম্পৰ সৈতে হ’ব ঐতিহাসিক মুখামুখি

September 21, 2026 6:40 pm
৬০ কেজিতকৈ অধিক গাঞ্জা লৈ অসম পৰা বিহাৰলৈ দুই কিশোৰ!

৬০ কেজিতকৈ অধিক গাঞ্জা লৈ অসম পৰা বিহাৰলৈ দুই কিশোৰ!

September 21, 2026 6:23 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুই লগাৰ পাছত প্ৰাক্তন ন্যায়াধীশৰ ঘৰত ওলাইছিল বৃহৎ পৰিমাণৰ ধন! তদন্তৰ দাবী নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

জুই লগাৰ পাছত প্ৰাক্তন ন্যায়াধীশৰ ঘৰত ওলাইছিল বৃহৎ পৰিমাণৰ ধন! তদন্তৰ দাবী নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে

September 21, 2026 8:02 pm
মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

মণিপুৰৰ লংপি আক্ৰমণত গুৰুতৰভাৱে আহত নেই এষ্টাৰ গাংটেৰ মৃত্যু, এক সপ্তাহৰ যুঁজৰ পাছত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ

September 21, 2026 7:18 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd