• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

৯ লাখ শিশু-মহিলাক ক’ত লুকুৱাইছে মন্ত্ৰী প্ৰমীলা ৰাণীয়ে?

এন ই নাও নিউজ by এন ই নাও নিউজ
August 25, 2018 7:34 pm
pramila rani brahma

প্ৰমীলাৰাণী ব্ৰহ্মৰ ফাইল ফটো

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় নাৰী আৰু শিশু উন্নয়ন মন্ত্ৰী মানেকা গান্ধীয়ে অসমৰ অংগনৱাড়ী কেন্দ্ৰত ১৪ লাখ ভুৱা শিশু, মহিলা থকা বুলি সদৰী কৰা তথ্য পোনচাটেই নাকচ কৰি ৰাজ্যৰ সমাজ কল্যাণ মন্ত্ৰী প্ৰমীলা ৰাণী ব্ৰহ্মই এই সংখ্যা ৬ৰ পৰা ৯ লাখহে হ’ব বুলি ঘোষণা কৰাত উত্থাপিত হৈছে এই প্ৰশ্ন।

অসমৰ অংগনৱাড়ী কেন্দ্ৰত ৬ বছৰৰ তলৰ শিশু, গৰ্ভৱতী আৰু গাখীৰ খুৱাই থকা মহিলাক খুওৱা আহাৰৰ ক্ষেত্ৰত ব্যাপক লুন্ঠন হৈ থকা বুলি ৰাজ্যৰ সমাজ কল্যাণ বিভাগৰ প্ৰাক্তন সঞ্চালক এচ এচ মীনাক্ষি সুন্দৰমে কেন্দ্ৰক দাখিল কৰা প্ৰতিবেদনত উল্লেখ থকা ভুৱা হিতাধিকাৰীৰ সংখ্যা ‘অতিৰঞ্জিত’ বুলি দাবী কৰিছে ব্ৰহ্মই।

লগতে পঢ়ক অসমত ওলাইছে ১.৪ মিলিয়ন ভুৱা শিশু, মহিলা: কেন্দ্ৰীয় মন্ত্ৰী মানেকা

‘ভুৱা শিশুৰ সংখ্যাটো বহুত কম, খুব সম্ভৱ ৬ৰ পৰা ৯ লাখৰ ভিতৰত হ’ব। কিছুসংখ্যক প্ৰকৃত হিতাধিকাৰীও বাদ পৰিব পাৰে, কাৰণ গাঁৱৰ বহু মহিলাই ঘৰুৱা বা খেতি-বাতিৰ কামৰ বাবে নিজৰ সন্তানক সদায় অংগনৱাড়ী কেন্দ্ৰলৈ লৈ যাব নোৱাৰে,’ ব্ৰ্হ্মৰ দাবী।

অংগনৱাড়ী কেন্দ্ৰত মূৰ গন্তিৰ যোগেদি হিতাধিকাৰীৰ সমীক্ষা চলোৱাৰ কথা উল্লেখ কৰি এই দাবী কৰিছে মন্ত্ৰী ব্ৰহ্মই।

‘অসমৰ ৬২ হাজাৰ কেন্দ্ৰত প্ৰায় ৪৪ লাখ হিতাধিকাৰী আছে। মূৰ গন্তিৰ সময়ত এই সংখ্যা ৩৫ লাখ পোৱা গৈছিল আৰু সুন্দৰমে পূৰ্বে দিয়া প্ৰতিবেদনত এই সংখ্যাই উল্লেখ আছিল। সেয়ে ভুৱা হিতাধিকাৰী হ’লে ৯ লাখ হ’ব,’ জনায় মন্ত্ৰী ব্ৰহ্মই।

বিষয়াগৰাকী আন বিভাগলৈ বদলি হৈ যোৱাৰ দুদিন পূৰ্বে কেন্দ্ৰক দিয়া এই প্ৰতিবেদন সম্পৰ্কে ৰাজ্যৰ সমাজ কল্যাণ বিভাগ অৱগত নহয় বুলিও দাবী কৰিছে মন্ত্ৰী ব্ৰহ্মই।

ৰাজ্যৰ অংগনৱাড়ী কেন্দ্ৰৰ হিতাধিকাৰীক লৈ কেন্দ্ৰ আৰু ৰাজ্যৰ দুগৰাকী মন্ত্ৰীয়ে কৰা এই বিপৰীত দাবীৰ মীমাংসা কিদৰে হ’ব?

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd