• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, August 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কোন মন্ত্ৰীৰ কনভয়ে কিমানৰ কাঢ়িলে প্ৰাণ? কিমানক কৰিলে পংগু?

সামাজিক মাধ্যমত খলকনি তুলিছে অংকুমান বৰদলৈৰ এটা বিশেষ ফেচবুক পোষ্টে

অংকুমান বৰদলৈ by অংকুমান বৰদলৈ
March 7, 2024 7:14 pm
14
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিগত ৫টা বছৰত কোন মন্ত্ৰী-বিধায়কৰ কনভয়ে পথচাৰীক খুন্দিয়াই ওৰাইছে চকু ফুৰাই লওঁ আহক এবাৰ। উল্লেখযোগ্য যে, এই তালিকাৰ শীৰ্ষত আছে মন্ত্ৰী অতুল বৰাৰ কনভয়

১) ২৬ফেব্ৰুৱাৰী ২০২২চন, স্থান-বোকাখাট… ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কনভয়ৰ খুন্দাত ৰামেশ্বৰ ৰবিদাস নামৰ এজন পথচাৰী নিহত হয়

Apply Now

২) ৮নৱেম্বৰ ২০১৮ চন, স্থান -ভৰলুমুখ…

ত্ৰিপুৰাৰ নিবাসী অনুপম চাকমা নামৰ Tata institute of social science-ৰ এজন মেধাৱী ছাত্ৰ নিহত হয় হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ খুন্দাত

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাৰ কনভয়ৰ খুন্দাত লখিমপুৰৰ এগৰাকী যুৱতী গুৰুতভাৱে আঘাতপ্ৰাপ্ত হৈ আজিও চিকিৎসাধীন হৈ আছে। যি গৰাকী যুৱতীয়ে সহায় বিচাৰি অখিল গগৈ ডাঙৰীয়াৰ ওচৰলৈ আহিছিল।

৩)  ২৯ আগষ্ট, ২০২১, স্থান-ৰহা,  মন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ খুন্দাত  এখন গাড়ী ক্ষতিগ্ৰস্ত হয়।

৫ ডিচেম্বৰ ২০১৭ চন, স্থান- সৰাগাঁও, ৰহা, মিনো দেৱী নামৰ এগৰাকী মহিলাৰ মৃত্যু হয় মন্ত্ৰী কেশৱ মহন্তৰ কনভয়ৰ খুন্দাত।

৪)  ১৯জুন,২০২২ চন- চামগুৰি নগাঁও- মণিকংকনা দাস নামৰ এগৰাকী মহিলা গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় অতুল বৰাৰ কনভয়ৰ খুন্দাত।

২৯ জুলাই- ২০২১- নংকু, মেঘালয়ত দুজন নিৰাপত্তাৰক্ষী আঘাতপ্ৰাপ্ত হয়। আকৌ একেই মন্ত্ৰীৰ কনভয়ে ১৮ মে’ ২০২২, বাৰবাহা, হোজাইত সেনা বাহিনীৰ গাড়ীৰ সৈতে দুৰ্ঘটনাগ্ৰস্ত হয় ।৩০ডিচেম্বৰ, ২০২৩- বৰঙাবাৰী, গহপুৰত মন্ত্ৰী অতুল বৰাৰ খুন্দাত এজন লোক নিহত হয়। ২ জুলাই, ২০২৩- নুমলীগড়- দুজন চালক আঘাতপ্ৰাপ্ত হয় অতুল বৰাৰ কনভয়ৰ খুন্দাত।

৫) ৬ এপ্ৰিল ২০২৩…  স্থান- ডেৰগাঁও চাৰিআলি, বিধায়ক ভাস্কৰ শৰ্মাৰ AS01-EK 2084 নম্বৰৰ এখন ২০মাৰ্চতেই বীমাৰ ম্যাদ উকলি যোৱা বাহনৰ খুন্দাত ডেৰগাঁৱত নৃপেন শইকীয়া নামৰ আহতগুৰিৰ এজন লোক নিহত হয়। গাড়ীখন মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ নামত তেওঁৰ স্থায়ী ঠিকনাসহ পঞ্জীয়ন হৈ আছে। সেই ভাস্কৰ শৰ্মাৰ কনভয়েই ২৪ ফেব্ৰুৱাৰী, ২০২৪-ত চাবোৱাৰ গাজিখোৱা বাইপাছত সাতজন লোকক খুন্দিওৱাৰ ফলত গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়।

৬) ৮এপ্ৰিল ২০২৩-ত অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰ সমীপত দ্বীপজ্যোতি ভট্টাচাৰ্য নামৰ এজন লোকক গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয় ৰামেশ্বৰ তেলীৰ কনভয়ৰ খুন্দাত।

৭) ২০ এপ্ৰিল ২০২২- স্থান- ১১মাইল, ৰঙিয়া, প্ৰমোদ বড়োৰ কনভয়ৰ খুন্দাত ৰাজু কলিতা নামৰ এজন নিৰাপত্তাৰক্ষী নিহত হোৱাৰ লগতে তিনিজন নিৰাপত্তাৰক্ষী গুৰুতৰভাবে আঘাতপ্ৰাপ্ত হয়।

অংকুমান বৰদলৈ

অংকুমান বৰদলৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
বিশ্বগুৰু: নেহৰু নে মোডী

বিশ্বগুৰু: নেহৰু নে মোডী

August 18, 2026 7:33 pm
বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

বিৰল ব্যক্তিসত্তাৰ অধিকাৰী, বিশিষ্ট নগা শান্তি কৰ্মী নিকেতু ইৰালু আৰু নাই

August 18, 2026 5:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

মানৱীয় প্ৰমূল্যৰ দাপোণ: সামাজিক জীৱনত শিষ্টাচাৰৰ প্ৰাসংগিকতা

August 18, 2026 9:40 pm
‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘চকু আৰু স্মৃতিশক্তি ছাত্ৰ-ছাত্ৰীৰো আছে, মিছা কথা নকব’: আৰক্ষীৰ লাঠীচালনাক লৈ কিৰেন ৰিজিজুক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

August 18, 2026 9:01 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd